চুম্বকত্ব


১। প্ৰাচীন কালত পোহনীয়া জন্তুবোৰ চৰাবলৈ ৰখীয়াবোৰে ক'লৈ নিছিল?

1) পাহাৰলৈ

2) এখন গাঁৱৰ পৰা অন্য এখন গাঁৱলৈ

3) ওপৰৰ এটাও নহয়

Ans: পাহাৰলৈ


২। এই পাঠত উল্লেখ কৰা গ্ৰীচ দেশৰ ভেড়াৰখীয়া জনৰ নাম কি?

11) হেমন্ত

2) অয়ন

3) মেগনাচ

Ans: মেগনাচ


৩। চুম্বকে কি আকৰ্ষণ কৰে?

1) বাঁহ

2) কাঠ

3) লো

Ans: লো


৪। নিকেল কি?

1) ধাতু

2) কাঠ

3) ওপৰৰ এটাও নহয়

Ans: ধাতু


৫। চুম্বকে লোৰ উপৰি আৰু কি আকৰ্ষণ কৰে?

1) কাঠ

2) ধাতু

3) ওপৰৰ এটাও নহয়

Ans: ধাতু


৬। পাৰা,তাম,দস্তা,গ্ৰেফাইট আদিক চুম্বকে কি কৰে?

1) বিকৰ্ষণ

2) আকৰ্ষণ

3) ওপৰৰ এটাও নহয়

Ans: বিকৰ্ষণ


৭। চুম্বকে আকৰ্ষণ নকৰা পদাৰ্থবোৰক কি বোলে?

1) চুম্বকীয়

2) অচুম্বকীয়

3) ওপৰৰ এটাও নহয়

Ans: অচুম্বকীয়


৮। চুম্বকৰ বেছি আকৰ্ষণ গুণ থকা মূৰৰ অঞ্চল দুটাক কি বোলে?

1) চুম্বকীয়

2) অচুম্বকীয়

3) মেৰু

Ans: মেৰু


৯। চুম্বকৰ মেৰু কেইটা?

1) ১ টা

2) ২ টা

3) ৩ টা

Ans: ২ টা


১০। চুম্বকে সদায় ভৌগোলিক কোন দিশত থাকে?

1) উত্তৰ আৰু দক্ষিণ

2) পূৱ আৰু পশ্চিম

3) ওপৰৰ এটাও নহয়

Ans: উত্তৰ আৰু দক্ষিণ

Type Susmita Kakati