গতি আৰু দূৰত্বৰ জোখ-মাপ


১। পুৰণি কালত জলপথেৰে চলাচল কৰিবৰ বাবে কি ব্যৱহাৰ কৰিছিল?

1) ফেৰী

2) নাও

3) ওপৰৰ এটাও নহয়

Ans: নাও


২। কিমান শতিকাৰ প্ৰাৰম্ভত উৰা জাহাজৰ বিকাশ ঘটে?

1) ১৯০১

2) ১৯০২

3) ১৯০০

Ans: ১৯০০


৩। কোনো এটা নজনা ৰাশিৰ সৈতে কিছুমান জনা ৰাশিৰ তুলনা কৰাকে কি বোলে?

1) দৈৰ্ঘ্য

2) জোখ-মাপ

3) ওপৰৰ এটাও নহয়

Ans: জোখ-মাপ


৪। এই জনা নিৰ্দিষ্ট ৰাশিক কি বোলা হয়?

1) একক

2) জোখ-মাপ

3) ওপৰৰ এটাও নহয়

Ans: একক


৫। জোখ-মাপসমূহ কেইটা অংশত প্ৰকাশ কৰা হয়?

1) পাঁচটা

2) দুটা

3) ওপৰৰ এটাও নহয়

Ans: দুটা


৬। আন্তজাৰ্তিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক কি?

1) একক

2) জোখ-মাপ

3) মিটাৰ

Ans: মিটাৰ


৭। ________ শব্দটো আহিছে মিটাৰৰপৰা।

1) আন্তজাৰ্তিক

2) মেট্ৰিক

3) ওপৰৰ এটাও নহয়

Ans: মেট্ৰিক


৮। ক্ষেত্ৰফল= __________x প্ৰস্থ।

1) মিটাৰ

2) 2

3) দীঘ

Ans: দীঘ


৯। কিমান চনত জোখ-মাপৰ এক প্ৰমাণ একক প্ৰৱৰ্তন কৰে?

1) ১৯০০ চনত

2) ১৭৭০ চনত

3) ১৭৯০ চনত

Ans: ১৭৯০ চনত


১০। কোনে জোখ-মাপৰ এক একক প্ৰৱৰ্তন কৰে?

1) ফৰাচীসকলে

2) খাঁচীয়াসকলে

3) জয়ন্তীয়াসকলে

Ans: ফৰাচীসকলে

Type Susmita Kakati

DABP007855