পদাৰ্থৰ ধৰ্ম,শ্ৰেণী বিভাজন আৰু পৰিৱৰ্তন


১।  বস্তুৰ ক্ষুদ্ৰ অংশকে কি বোলে?

1) পদাৰ্থ

2) ধৰ্ম

3) ওপৰৰ এটাও নহয়

Ans: পদাৰ্থ


২। পদাৰ্থক কেইটা ভাগত বিভক্ত কৰা হয়?

1) দুটা ভাগত

2) তিনিটা ভাগত

3) পাঁচটা ভাগত

Ans: তিনিটা ভাগত


৩। পদাৰ্থৰ পৰিমাণক কি বোলে?

1) ভৰ

2) ধৰ্ম

3) ওপৰৰ এটাও নহয়

Ans: ভৰ


৪। ভৰ আৰু ওজন একে হয়নে?

1) হয়

2) নহয়

3) ওপৰৰ এটাও নহয়

Ans: নহয়


৫। লো,কাঠ,বালি,শিল,কিতাপ আদি কি পদাৰ্থৰ উদাহৰণ?

1) তৰল পদাৰ্থৰ

2) গেছীয় পদাৰ্থৰ

3) কঠিন পদাৰ্থৰ

Ans: কঠিন পদাৰ্থৰ


৬। পানী কিমান ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত বৰফ হয়?

1) শূণ্য ডিগ্ৰী

2) এশ ডিগ্ৰী

3) চল্লিছ ডিগ্ৰী

Ans: শূণ্য ডিগ্ৰী


৭। পানী কিমান ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ভাপ হয়?

1) শূণ্য ডিগ্ৰী

2) এশ ডিগ্ৰী

3) ওপৰৰ এটাও নহয়

Ans: এশ ডিগ্ৰী


৮। কি পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে?

1) তৰল পদাৰ্থ

2) গেছীয় পদাৰ্থ

3) কঠিন পদাৰ্থ

Ans: কঠিন পদাৰ্থ


৯। কঠিন পদাৰ্থৰ কি বেছি হয়?

1) ভৰ

2) ঘনত্ব

3) ওপৰৰ এটাও নহয়

Ans: ঘনত্ব


১০। কি পদাৰ্থৰ ঘনত্ব আটাইতকৈ কম?

1) তৰল পদাৰ্থৰ

2) কঠিন পদাৰ্থৰ

3) গেছীয় পদাৰ্থৰ

Ans: গেছীয় পদাৰ্থৰ

Type Susmita Kakati