খাদ্য


১। ভাত ৰান্ধিবৰ বাবে আমাক কেইটা উপকৰণৰ দৰকাৰ?

1) ১ টা

2) ২  টা

3) ওপৰৰ এটাও নহয়

Ans: ২  টা


২। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ খাদ্য কেনেকুৱা?

1) ভিন ভিন

2) একেই

3) ওপৰৰ এটাও নহয়

Ans: ভিন ভিন


৩। আমাৰ আহাৰৰ মূল উৎস কি?

1) উদ্ভিদ

2) প্ৰাণী

3) উদ্ভিদ আৰু পানী

Ans: উদ্ভিদ আৰু পানী


৪। যিবোৰ প্ৰাণীয়ে উদ্ভিদ/শস্য খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক কি বোলে?

1) তৃণভোজী প্ৰাণী

2) মাংসভোজী প্ৰাণী

3) সৰ্বভোজী প্ৰাণী

Ans: তৃণভোজী প্ৰাণী


৫। সিংহ আৰু বাঘে কি খায়?

1) উদ্ভিদ

2) অন্য প্ৰাণী

3) ওপৰৰ এটাও নহয়

Ans: অন্য প্ৰাণী


৬। যিবোৰ প্ৰাণীয়ে আন প্ৰাণীৰ মাংস খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক কি বোলে?

1) সৰ্বভোজী প্ৰাণী

2) মাংসভোজী প্ৰাণী

3) তৃণভোজী প্ৰাণী

Ans: মাংসভোজী প্ৰাণী


৭। যিবোৰ প্ৰাণীয়ে উদ্ভিদ আৰু অইন প্ৰাণীৰ মাংস খাই জীয়াই থাকে তেনেবোৰ প্ৰাণীক কি বোলে?

1) মাংসভোজী প্ৰাণী

2) তৃণভোজী প্ৰাণী

3) সৰ্বভোজী প্ৰাণী

Ans: সৰ্বভোজী প্ৰাণী


৮। আমি চেনি ক'ৰ পৰা পাওঁ?

1) কুঁহিয়াৰৰ পৰা

2) গাখীৰৰ পৰা

3) ওপৰৰ এটাও

Ans: কুঁহিয়াৰৰ পৰা


৯। মৌ মাখিয়ে কৰ পৰা মৌ আহৰণ কৰে?

1) পানীৰ পৰা

2) গাখীৰৰ পৰা

3) ফুলৰ পৰা

Ans:  ফুলৰ পৰা


১০। এবিধ তৃণভোজী জন্তুৰ নাম কি?

1) বাঘ

2) গৰু

3) কুকুৰ

Ans: গৰু

Type Susmita Kakati