ত্যাগৰ প্ৰতীক গুৰু নানক

Chapter 10

১। গুৰু নানকদেৱ ক’ত গৈছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) লাহোৰ লৈ গৈছিল ।

(গ) গুৱাহাটীলৈ গৈছিল

উত্তৰ- (খ) লাহোৰ লৈ গৈছিল ।


২। সেই সময়ত ধনী সদাগৰ লান কি আছিল ?

(ক) দুলীচান্দ ।

(খ) পুণ্ডৰীক ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) দুলীচান্দ ।


 ৩। গুৰু নানকদেৱে দুলীচান্দ কি দিছিল ?

(ক) কাপোৰ দিছিল ।

(খ) ফুল দিছিল ।

(গ) বেজী দিছিল ।

উত্তৰ- (গ) বেজী দিছিল ।


৪। গুৰু নানকদেৱে বেজীটো কেতিয়া দুলীচান্দক ওভোতাই দিব দিছিল ?

(ক) অহা জনমত ।

(খ) কিছু দিনৰ পিছত ।

(গ) পাচঁ বছৰৰ পিছত ।

উত্তৰ- (ক) অহা জনমত ।


৫। শেষত দুলীচান্দয়ে ধন-সম্পত্তি  দুখীয়াৰ মাজত বিতৰন কৰি দিছিল নে নাই ?

(ক) নাই দিয়া ।

(খ) দিছিল ।

(গ) দিয়া নাছিল।

উত্তৰ- (খ) দিছিল ।


৬। ত্যাগৰ অৰ্থ কি ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) নিজৰ ধন-সম্পত্তি দুখীয়াৰ নিদিয়া

(গ) নিজৰ ধন-সম্পত্তি কাকো নিদিয়া

উত্তৰ- (ক) ইয়াৰ পৰা এটাও নহয় ।


৭। দুলীচান্দ লাহোৰ ধনী আছিল নে নাই ?

(ক) নাছিল

(খ) আছিল

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) আছিল ।


৮। ধনী সমাৰ্থক শব্দ কি ?

(ক) দুখিয়া

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ত্যাগ

উত্তৰ- (খ) ইয়াৰ পৰা এটাও নহয় ।


৯। গুৰু নানকে কাক বেজী দিছিল ?

(ক) নচিকেতা

(খ) নৱকান্ত

(গ) দুলীচান্দ

উত্তৰ- (গ) দুলীচান্দ ।


১০। দুলীচান্দ বেজী ক’ত পেলাই দিছিল ?

(ক) ঘৰ চোকত

(খ) ঘৰৰ বাহিৰত

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ঘৰ চোকত ।