আজ্ঞাকাৰী নচিকেতা

Chapter 11 

১। নচিকেতা দেউতাকৰ নাম কি আছিল ?

(ক) স্বামী বাজশ্ৰবা ।

(খ) বলৱন্ত ৰাও ।

(গ) গদাধৰ ৰাও ।

উত্তৰ- (ক) স্বামী বাজশ্ৰবা ।


২। নচিকেতা কেনে কোৱা বালক আছিল ?

(ক) বেয়া বালক আছিল ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) আজ্ঞাকাৰী বালক আছিল।

উত্তৰ- (গ) আজ্ঞাকাৰী বালক আছিল।


৩। নচিকেতা কাক বিচাৰি ফুৰিছিল ?

(ক) দেউতাকক বিচাৰি ফুৰিছিল ।

(খ) যমৰজাক বিচাৰি ফুৰিছিল ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) যমৰজাক বিচাৰি ফুৰিছিল ।


৪। যমৰাজে নচিকেতা কেইটা বৰ দিছিল ?

(ক) তিনিতা বৰ ।

(খ) দুটা বৰ ।

(গ) চাৰিতা বৰ ।

উত্তৰ- (ক) তিনিতা বৰ ।


৫। প্ৰথম বৰটো কি আছিল ?

(ক) ধন-সম্পত্তি বিচাৰিছিল ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) দেউতা মোৰ দ্বাৰা যাতে সন্তুষ্ট হয় ।

উত্তৰ- (গ) দেউতা মোৰ দ্বাৰা যাতে সন্তুষ্ট হয় ।


৬। মাক-দেউতাকৰ আজ্ঞা সদায় পালন কৰিব লাগে নে নালাগে ?

(ক) নালাগে ।

(খ) লাগে ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) লাগে ।


৭। কোন আজ্ঞাকাৰী পুত্ৰ আছিল ?

(খ) লাগে ।

(খ) দুলীচান্দ

(গ) নৱকান্ত

উত্তৰ- (খ) লাগে ।


৮। কাক ব্ৰাক্ষ্মণক দান কৰিছিল ?

(ক) গাই গৰু

(খ) ছাগলী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।


৯। নচিকেতা ৰাৰ বিচাৰিছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) যমৰজাক

(গ) ইনন্দ্ৰদেৱ

উত্তৰ- (খ) যমৰজাক ।


১০। নচিকেত টোপনি পৰা সাৰ পাই কাক দেখিলে ?

(ক) ইনন্দ্ৰদেৱ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) যমৰাজক

উত্তৰ- (গ) যমৰাজক ।