অতিথি পৰায়ণ ৰজা ৰন্তিদেৱ

Chapter 12

১। মহাৰজা ৰন্তিদেৱ কোন আছিল ?

(ক) সংস্কতিৰ পুত্ৰ আছিল ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) ভাল ৰজা আছিল ।

উত্তৰ- (ক) সংস্কতিৰ পুত্ৰ আছিল ।


২। ৰন্তিদেৱ কেনেকুনৱা ৰজা আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) মহা দানী আছিল ।

(গ) বেয়া ৰজা আছিল ।

উত্তৰ- (খ) মহা দানী আছিল ।


৩। ৰন্তিদেৱে প্ৰতিদিনে দীন-দুখীয়া মানুহক কি দান কৰে ?

(ক) কাপোৰ দান কৰিছিল ।

(খ) খ্যাদ দান কৰিছিল ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।


৪। ৰাজভঁৰাল কিয় খালী হৈ পৰিছিল  ?

(ক) সদায় খৰচ কৰা কাৰণে ।

(খ) সদায় দান-দক্ষিণা কৰা কাৰণে ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) সদায় দান-দক্ষিণা কৰা কাৰণে ।


৫। বনত তেওঁলোকে কি খাই থাকে ?

(ক) ফলমূল, গছৰ পাত ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) চিকাৰ কৰি খাই ।

উত্তৰ- (ক) ফলমূল, গছৰ পাত ।


৬। বনত তেওঁলোকে কিমান দিন খ্যাদ খোৱা নাছিল ?

(ক) ২০ দিন ।

(খ) ৫৪ দিন ।

(গ) ৪৮ দিন ।

উত্তৰ- (গ) ৪৮ দিন ।


৭। দুখীয়াক দান কৰিব লাগে নে নালাগে ?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) লাগে ।


৮। ভোকে পিয়াহে ৰজাৰ পৰিয়ালৰ কি হ’ল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) দুৰ্বল হৈ পৰিল

উত্তৰ- (খ) দুৰ্বল হৈ পৰিল ।


৯। কোন সংস্কৃতিৰ পুত্ৰ আছিল ?

(ক) ৰন্তিদেৱ

(খ) নচিকেতা

(গ) নৱকান্ত

উত্তৰ- (ক) ৰন্তিদেৱ ।


১০। কিমান দিনৰ পিছত ৰজাই খাদ্য খাইছিল ?

(ক) ৩৯ দিনৰ পিছত

(খ) ৫৯ দিনৰ পিছত

(গ) ৪৯ দিনৰ পিছত

উত্তৰ- (গ) ৪৯ দিনৰ পিছত ।