ন্যায় আৰু আদৰ্শৰ প্ৰতীক চাৰুদত্ত

Chapter 13

১। বাৰীনসীত কোন ৰজাই ৰাজত্ব কৰিছিল ?

(ক) চাৰুদত্ত ।

(খ) ৰন্তিদেৱ ।

(গ) শতমন্যু ।

উত্তৰ- (ক) চাৰুদত্ত ।


২। চাৰুদত্ত কেনেকুৱা ৰজা আছিল ?

(ক) বৰ বেয়া আছিল ।

(খ) বৰ দয়ালু, ধাৰ্মিক আছিল ।

(গ) ইয়াৰ পৰা এটাওনহয় ।

উত্তৰ- (খ) বৰ দয়ালু, ধাৰ্মিক আছিল ।


৩। ৰাণীক স্বভাৱ কেনেকুৱা আছিল ?

(ক) নইয়াৰ পৰা এটাও নহয় ।

(খ) বৰ মৰমীয়াল আছিল ।

(গ) অভিমানি আছিল ।

উত্তৰ- (গ) অভিমানি আছিল ।


৪। ৰাণী ক’ত গা-ধুবলৈ গৈছিল ?

(ক) গংগাত ।

(খ) যমোনাত ।

(গ) নদীত ।

উত্তৰ- (ক) গংগাত ।


৫। ৰাণীয়ে কিয় জুপুৰীঘৰ জ্বলাই দিলে ?

(ক) ৰাণীৰ খং উঠাৰ কাৰণে ।

(খ) ৰাণীৰ ঠাণ্ডা কপঁনি উঠাৰ কাৰণে ।

(গ) ইয়াৰ পৰা এটাওনহয় ।

উত্তৰ- (খ) ৰাণীৰ ঠাণ্ডা কপঁনি উঠাৰ কাৰণে ।


৬। এই সাধু কি কাল কথা কৈছিল ?

(ক) প্ৰাচীন কাল

(খ) মধ্যযুগ কাল

(গ) আধুনিক কাল

উত্তৰ- (ক) প্ৰাচীন কাল ।


৭। পৰিশ্ৰম অৰ্থ কি ?

(ক) ইয়াৰ পৰা এটাওনহয়

(খ) বহুত কাম কৰা

(গ) একো কাম নকৰা

উত্তৰ- (খ) বহুত কাম কৰা ।


৮। ৰণী দাসীসকলৰ লগত ক’ত গৈছিল ?

(ক) যমোনাত ।

(খ) ব্ৰহ্মপুত্ৰ ।

(গ) গংগাত ।

উত্তৰ- (গ) গংগাত ।


৯। চাৰুদত্ত ক’ৰ ৰজা আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) বাৰনসীৰ ৰজা

(গ) কিষ্কিন্ধাৰ ৰজা

উত্তৰ- (খ) বাৰনসীৰ ৰজা ।


১০। কোনে কষ্টৰে দিম-ৰাতি একাকাৰ কৰি ঘৰ সজাইছিল ?

(ক) ৰজায়ে

(খ) ৰাণীয়ে

(গ) দাসীসকলে

উত্তৰ- (খ) ৰাণীয়ে ।