সাহসী ভৰত

Chapter 16

১। শকুন্তলাৰ পিতৃ নাম কি আছিল ?

(ক) শিৱাজীৰাৱ ।

(খ) ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰ

(গ) নৱকান্ত ৰাও ।

উত্তৰ- (খ) ব্ৰহ্মৰ্ষি বিশ্বামিত্ৰ ।


২। শকুন্তলাৰ মাতৃ নাম কি আছিল ?

(ক) মেনকা ।

(খ) লক্ষ্মী ।

(গ) পাৰ্বতী ।

উত্তৰ- (ক) মেনকা ।


৩। পাছত শকুন্তলাক কোনো লালন-পালন কৰে ?

(ক) আইতাকে ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) কন্ব ঋষিয়ে ।

উত্তৰ- (গ) কন্ব ঋষিয়ে ।


৪। শকুন্তলা আৰু দুষ্মন্ত দুয়োৰ মাজত কি হয় ?

(ক) গন্ধৰ্ব বিবাহ ।

(খ) বিবাব ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) গন্ধৰ্ব বিবাহ ।


৫। ৰজাই শকুন্তাক কি দিছিল ?

(ক) এটা ৰূপৰ আঙুঠি দিছিল ।

(খ) এটা সোণৰ আঙুঠি দিছিল ।

(গ) আঙুঠি দিছিল ।

উত্তৰ- (খ) এটা সোণৰ আঙুঠি দিছিল ।


৬। শতকতুন্তলা কাৰ লগত বিবাহ হৈছিল ?

(ক) ৰজা দুষ্মন্তই ।

(খ) ৰজা শিৱাজীৰাৱ ।

(গ) বাণ ৰজা ।

উত্তৰ- (ক) ৰজা দুষ্মন্তই ।


৭। শকুন্তলা পুত্ৰ নাম কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) ৰন্তিদেৱ ।

(গ) সৰ্বদমন ।

উত্তৰ- (গ) সৰ্বদমন ।


৮। পিছত সৰ্বদমন নাম কি হ’লগৈ ?

(ক) ভৰত ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) ৰন্তিদেৱ ।

উত্তৰ- (ক) ভৰত ।


৯। সৰ্বদমন কোন ৰাজ্যৰজা হৈছিল ?

(ক) অসমৰ ।

(খ) হস্তিনাপুৰৰ ।

(গ) ইয়া পৰা এটাও নহয় ।

উত্তৰ- (খ) হস্তিনাপুৰৰ ।


১০। সৰ্বদমন ৰজা হোৱা পিছত তেওঁ নাম কি হ’ল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) নচিকেতা ।

(গ) ভাৰত ।

উত্তৰ- (গ) ভাৰত ।