মানৱ-প্ৰেম

Chapter 2

১। সকলো জীৱই কাৰ সন্তান ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) ঈশ্বৰ ।

(গ) আই ।

উত্তৰ- (খ) ঈশ্বৰ ।


২। সম্পূৰ্ণ বিশ্ব কোনে সৃষ্টি কৰিছিল ?

(ক) আই ।

(খ) মানুহে ।

(গ) ঈশ্বৰ ।

উত্তৰ- (গ) ঈশ্বৰ ।


৩। সুপ্ৰসিদ্ধ নীতিগ্ৰন্থ খনৰ নাম কি ?

(ক) পঞ্চতন্ত্ৰ ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) ৰাম বিজয়

উত্তৰ- (ক) পঞ্চতন্ত্ৰ ।


৪। এইটো তোমাৰ,এইটো মোৰ এনেধৰণৰ ব্যক্তি মনোভাৱ কেনে কোৱা ?

(ক) ঠেক মনোভাৱৰ ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) ভাল মনোভাৱৰ ।

উত্তৰ- (ক) ঠেক মনোভাৱৰ ।


৫। উদাৰ মনৰ ব্যক্তিসকলে সম্পূৰ্ণ বিশ্বকে কি বুলি ভাবে ?

(ক) নিজৰ পৰিয়াল বুলি নাভাবে ।

(খ) নিজৰ পৰিয়াল বুলি ভাবে ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) নিজৰ পৰিয়াল বুলি ভাবে ।


৬। সম্পূৰ্ণ বিশ্ব কোনে সৃষ্টি কৰিছিল ?

(ক) ঈশ্বৰে

(খ) মানুহে

(গ) সৃষ্টি কৰা নাছিল

উত্তৰ- (ক) ঈশ্বৰে ।


৭। ঈশ্বৰে সমাৰ্থক শব্দ কি ?

(ক) মানুহ

(খ) ভগৱান

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) ভগৱান ।


৮। মানুহ সমাৰ্থক শব্দ কি ?

(ক) ঈশ্বৰ

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) মানব

উত্তৰ- (গ) মানব ।


৯। ঋষি-মুনি সকলে ইশ্বৰক ভক্তি কৰে নে নকৰে ?

(ক) কৰে

(খ) নকৰে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) কৰে ।


১০। ভক্তি অৰ্থ কি ?

(ক) ভগৱানক সেৱা কৰা

(খ) ভগৱানক সেৱা নকৰা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ভগৱানক সেৱা কৰা ।