শ্ৰীগণেশ

Chapter 3

১। যাগ-যজ্ঞ, পূজা -পাতল কৰাৰ প্ৰথমে কাৰ পূজা কৰা উচিত ?*

(ক) শ্ৰীমন্ত শংকৰদেৱ য

(খ) শ্ৰীগণেশ ।

(গ) শ্ৰীমাধৱদেৱ ।

উত্তৰ- (খ) শ্ৰীগণেশ ।


২। দেৱতাসকল কাৰ ওচৰলৈ গৈছিল ?

(খ) শ্ৰীগণেশ ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) নাৰায়ণ ।

উত্তৰ- (খ) শ্ৰীগণেশ ।


৩। গণেশৰ বাহন কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) ময়ূৰ ।

(গ) নিগনি ।

উত্তৰ- (গ) নিগনি ।


৪। গণেশৰ মাকৰ নাম কি আছিল ?

(ক) পাৰ্বতী ।

(খ) লক্ষ্মী ।

(গ) সংৰস্বৰ্তী ।

উত্তৰ- (ক) পাৰ্বতী ।


৫। পাৰ্বতী কাৰ কথা শুনি শিৱৰ লগত বহিছিল ?

(ক) শিৱৰ কথা শুনি ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) গণেশৰ কথা শুনি ।

উত্তৰ- (গ) গণেশৰ কথা শুনি ।


৬। দেৱতাসকলৰ ভিতৰত প্ৰথম পূজাৰ যোগ্য কোন অছিল?

(ক) দেৱতাসকল ।

(খ) শ্ৰীগণেশ ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) শ্ৰীগণেশ ।


৭। যাগ-যজ্ঞ, পূজা -পাতল কৰিব লাগে নে নালাগে ?

(ক) লাগে

(খ) নালাগে

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) লাগে ।


৮। ঈশ্বৰে সমাৰ্থক শব্দ কি ?

(ক) মানুহ

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) ভগৱান

উত্তৰ- (গ) ভগৱান ।


৯। নিগনি কাৰ বাহন ?

(ক) গণেশ ।

(খ) পাৰ্বতী

(গ) শিৱৰ ।

উত্তৰ- (ক) গণেশ ।


১০। পাৰ্বতীৰ বাহন কি ?

(ক) নিগনি

(খ) সিংহ

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) সিংহ ।