দেশপ্ৰাণ শতমন্যু

Chapter 4

১। ৰজাক কি যজ্ঞ পাতিলে বৰষুণ হ’ব বুলি কৈছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) নৰমেধ যজ্ঞ ।

(গ) দেৱী যজ্ঞ ।

উত্তৰ- (খ) নৰমেধ যজ্ঞ ।


২। নৰমেধ যজ্ঞৰ বাবে ব্যক্তি বিচাৰি পালেনে নাই ?

(ক) পালে ।

(খ) নাপালে ।

(গ) নাই ।

উত্তৰ- (ক) পালে ।


৩। দেশত দুৰ্ভিক্ষই কিয় দেখা দিছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) বৰষুণ নপৰাৰ কাৰণে ।8

(গ) বেমাৰ হোৱা কাৰণে ।

উত্তৰ- (খ) বৰষুণ নপৰাৰ কাৰণে ।


৪। শতমন্যু কোন আছিল ?

(ক) সুন্দৰ চেহেৰাৰ বাৰ বছৰীয়া যুৱক ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) এজন যুৱক ।

উত্তৰ- (ক) সুন্দৰ চেহেৰাৰ বাৰ বছৰীয়া যুৱক ।


৫। কিহৰ বাবে দেৱতা সকলে সন্তুষ্ট হৈ পুষ্পবৃষ্ট কৰিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) শতমন্যু ত্যাগ কৰা কাৰণে ।

(গ) দেশৰ মানুহৰ বাহে ।

উত্তৰ- (খ) শতমন্যু ত্যাগ কৰা কাৰণে ।


৬। দেশৰ পৰা দুৰ্ভিক্ষ কাৰ কাৰণে নাইকিয়া হ’ল ?

(ক) ৰজা কাৰণে ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) শতমন্যু কাৰণে ।

উত্তৰ- (গ) শতমন্যু কাৰণে ।


৭। কোনে শতমন্যু সাৱটি মাৰি ধৰিছিল ?

(ক) বয়োজ্যেষ্ঠ ব্যক্তিয়ে

(খ) মাতৃ

(গ) পিতৃ

উত্তৰ- (ক) বয়োজ্যেষ্ঠ ব্যক্তিয়ে ।


৮। শতমন্যু  কোনে আশীৰ্বাদ দিছিল ?

(ক) ৰজাই

(খ) মাতৃয়ে

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) মাতৃয়ে ।


৯। কোনে শতমন্যু বৰ দিছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) ৰজাই

(গ) ইন্দ্ৰয়ে

উত্তৰ- (গ) ইন্দ্ৰয়ে ।


 ১০। শতমন্যু আমাৰ দেশক কি ?

(ক) গৌৰৱ

(খ) পেৰনা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) গৌৰৱ ।