অনুশাসনৰ পূজাৰী ডাঃ হেডগেৱাৰ

Chapter 7 

১। ডাঃ হেডগেৱাৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৮৯০ চনত ।

(খ) ১৮৮৯ চনত ।

(গ) ১৮৮০ চনত ।

উত্তৰ- (খ) ১৮৮৯ চনত ।


২। ডাঃ হেডগেৱাৰ পিতৃৰ নাম কি ?

(ক) বলিৰাম পন্ত ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) নৱকান্ত পন্ত ।

উত্তৰ- (ক) বলিৰাম পন্ত ।


৩। ডাঃ হেডগেৱাৰ মাতৃৰ নাম কি ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) পাৰ্বতীবাঈ ।

(গ) ৰেৱতীবাঈ ।

উত্তৰ- (গ) ৰেৱতীবাঈ ।


৪। সকলো মানুহে আনন্দ মনেৰে কি খাইছিল ?

(ক) মিঠাই খাইছিল ।

(খ) একো খোৱা নাই ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) মিঠাই খাইছিল ।


৫। ডাঃ হেডগেৱাৰ সম্পূৰ্ণ নামটো কি আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) ডাঃ কেশৱ বলিমান হেডগেৱাৰ ।

(গ) ডাঃ নৱকান্ত বলিৰাম হেডগেৱাৰ ।

উত্তৰ- (খ) ডাঃ কেশৱ বলিমান হেডগেৱাৰ ।


৬। তেওঁ কিমান চনত নেচনেল মেডিকেল কলেজত ডাক্তৰী পঢ়িবলৈ কলকাতলৈ আহিছিল ?

(ক) ১৯১০ চনত ।

(খ) ১৯২০ চনত ।

(গ) ১৯৩০ চনত ।

উত্তৰ- (ক) ১৯১০ চনত ।


৭। ডাঃ হেডগেৱাৰ জন্মস্থান নাম কি আছিল ?

(ক) গুজৰাট ।

(খ) গুৱাহাটী ।

(গ) নাগপুৰ ।

উত্তৰ- (গ) নাগপুৰ ।


৮। কলকাত মেডিকেল কলেজত  কিমান বছৰ পঢ়িছিল ?

(ক) ৭ বছৰ ।

(খ) ৫ বছৰ ।

(গ) ৩ বছৰ ।

উত্তৰ- (খ) ৫ বছৰ ।

৯। তেওঁ কিমান চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্থাপৰ কৰিছিল ?

(ক) ১৯২৫ চনত ।

(খ) ১৯৩৬ চনত

(গ) ১৯১২ চনত ।

উত্তৰ- (ক) ১৯২৫ চনত ।


১০। ডাঃ কেশৱ বলিমান  হেডগেৱাৰ মৃত্যু কিমান চনত হৈছিল ?

(ক) ১৯৩৪ চনত ।

(খ) ১৯৩৬ চনত ।

(গ) ১৯৩৯ চনত ।

উত্তৰ- (গ) ১৯৩৯ চনত ।