শ্ৰমক মৰ্যাদা দিয়া ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

Chapter 9

১। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ  পিতৃ-মাতৃ সদায় সত্য পথত আছিল নে নাছিল ?

(ক) আছিল ।

(খ) নাছিল ।

(গ) নাই ।

উত্তৰ- (ক) আছিল ।


২। তেওঁক কোনে বিদ্যাসাগৰৰ উপাধি দিছিল ?

(ক) পিতৃ-মাতৃয়ে দিছিল ।

(খ) মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে দিছিল ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়ে দিছিল ।


৩। ভদ্ৰলোকজনে ষ্টেচনত কাক চিঞৰি মাতিছিল ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ

(গ) কুলি

উত্তৰ- (গ) কুলি ।


৪। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ কোনে লগ কৰিব আহিছিল ?

(ক) নৱকান্ত কাকতি ।

(খ) এজন ভদ্ৰলোক ।

(গ) এজন অভদ্ৰলো ।

উত্তৰ- (খ) এজন ভদ্ৰলোক ।


৫। তেওঁ ভদ্ৰলোকজনক ক্ষমা কৰি দিছিল নে নাই ?

(ক) নাই ।

(খ) নিদিছিল ।

(গ) দিছিল ।

উত্তৰ- (গ) দিছিল ।


৬। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ  কোন আছিল ?

(ক) নম্ৰ আৰু কৰ্তব্যপৰায়ণ ।

(খ) বেয়া মানুহ আছিল ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) নম্ৰ আৰু কৰ্তব্যপৰায়ণ ।


৭। শ্ৰম অৰ্থ কি ?

(ক) এলেহোৱা

(খ) একো কাম নকৰা

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (গ) ইয়াৰ পৰা এটাও নহয় ।


৮। প্ৰতিজ্ঞা অৰ্থ কি ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) একো কাম নকৰা

(গ) কাম কৰা

উত্তৰ- (ক) ইয়াৰ পৰা এটাও নহয় ।


৯। কোনে কুলি বুলি চিঞৰিছিল ?

(ক) নৱকান্তয়ে

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) ভদ্ৰলোকজনক

উত্তৰ- (গ) ভদ্ৰলোকজনক ।


১০। ভদ্ৰলোকজন কাৰ ওচৰলে আহিছিল ?

(ক) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

(খ) নৱকান্ত বৰুৱা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) নৱকান্ত বৰুৱা ।