কাঁহৰ মেল

১। মেলৰ কাম কোনে আৰম্ভ কৰিলে?

ক) ঘটীৰামে

খ) লোটাৰাম

গ) বেৰাকাঁহী

উত্তৰঃ ক) ঘটীৰামে

২। মেলখনৰ সভাপতি জনৰ নাম কি ?

ক) ঘটীৰাম

খ) ভোগজৰাদেৱ

গ) বানকাঁহী

উত্তৰঃ খ) ভোগজৰাদেৱ।

৩। কাৰদ্বাৰা গীত পৰিৱেশন কৰা হৈছিল ?

ক) বানকাঁহীৰ পৰা

খ) চৰিয়াদেৱৰ পৰা

গ) হাতীখুজীয়া-বাটিৰ পৰা

উত্তৰঃ গ) হাতীখুজীয়া-বাটিৰ পৰা।

৪। বহুতো পণ্ডিতে ক’ত কাঁহৰ প্ৰথম জন্মস্থান বুলি ভাবে ?

ক) ভাৰত

খ) অসম

গ) জাপান

উত্তৰঃ ক) ভাৰত।

৫। পুৰণি কালৰে পৰাই ক’ত কাঁহৰ বাদ্য়যন্ত্ৰৰ প্ৰচলন হৈছিল?

ক) নেপাল

খ) জাপান

গ) অসম

উত্তৰঃ গ) অসম।

৬। সৰ্থেবাৰীত কিহৰ বাচন গঢ়া হয় ?

ক) কাঁহৰ

খ) পিতলৰ

গ) মাটিৰৰ

উত্তৰঃ ক) কাঁহৰ।

৭। তিতাবৰ, কৰঙা কিহৰ কাৰণে বিখ্য়াত ?

ক) পিতলশিল্পৰ

খ) কাঁহশিল্পৰ

গ) মাটিশিল্পৰ

উত্তৰঃ খ) কাঁহশিল্পৰ।

৮। এইবাৰ কোন মঞ্চলৈ উঠি আহিল ?

ক) লোটাৰাম

খ) বেৰাকাঁহী

গ) বানকাঁহী

উত্তৰঃ গ) বানকাঁহী।

৯। কোনে কাঁহশিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল ?

ক) বেৰাকাঁহী

খ) বান-বটা

গ) বানকাঁহী

উত্তৰঃ ক) বেৰাকাঁহী।

১০। অসমৰ হাজোত কিহৰ বাচন গঢ়া হয় ?

ক) কাঁহৰ

খ) পিতলৰ

গ) মাটিৰৰ

উত্তৰঃ খ) পিতলৰ।

Type - Boby Bora