বৰপোনাৰ হাট
Chapter-13
১। বৰপোনাৰ হাট কবিতাটোৰ কবিজনৰ নাম কি ?
ক) হোমেন গগৈ
খ) আনন্দ চন্দ্ৰ আগৰৱালা
গ) নৱকান্ত বৰুৱা
উত্তৰঃ ক) হোমেন গগৈ।
২। ভঁৰালী খুৰাই কি মাছ বাটতে কিনি লৈছিল ?
ক) ৰৌ মাছ
খ) বৰালি মাছ
গ) চন্দা মাছ
উত্তৰঃ খ) বৰালি মাছ।
৩। বৰপোনাই সস্তাত কি কিনিলে ?
ক) মাছ
খ) শাক-পাচলি
গ) বাত
উত্তৰঃ গ) বাত।
৪। বৰপোনাই ভাগৰ লগাত ক’ত জিৰালে ?
ক) এজোপা গছত
খ) ঘৰত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) এজোপা গছত।
৫। মাকৰ ভয়ত বৰপোনাৰ কি উৰি যায় বুলি কৈছে ?
ক) ঘৰত যাব মন নাযায়
খ) জীউ উৰি যায়
গ) মৰম কৰে
উত্তৰঃ খ) জীউ উৰি যায়।
৬। লেৰেলা শব্দৰ অৰ্থ কি ?
ক) গৰম
খ) ঠাণ্ডা
গ) শুকান
উত্তৰঃ গ) শুকান।
৭। খুৰাকে ঘৰলৈ ঘূৰাৰ বাটত কাক লগ পালে ?
ক) পোনাটিক
খ) ধনটিক
গ) বাবুটিক
উত্তৰঃ ক) পোনাটিক।
৮। চুচুক-চামাকৈ মেকুৰী-খোজেৰে ঘৰলৈ কোন আহিছিল?
ক) ভঁৰালী খুৰা
খ) ধনটি
গ) পোনাটি
উত্তৰঃ গ) পোনাটি।
৯। আচল শব্দৰ অৰ্থ কি ?
ক) মূল
খ) সচাঁ কথা কোৱা
গ) মিছা কথা কোৱা
উত্তৰঃ ক) মূল।
১০। আঁচল শব্দৰ অৰ্থ কি ?
ক) মূল
খ) সচাঁ কোৱা
গ) কাপোৰৰ আগ
উত্তৰঃ গ) কাপোৰৰ আগ
DABP006960