বৰপোনাৰ হাট 


Chapter-13


১। বৰপোনাৰ হাট কবিতাটোৰ কবিজনৰ নাম কি  ?

ক) হোমেন গগৈ

খ) আনন্দ চন্দ্ৰ আগৰৱালা

গ) নৱকান্ত বৰুৱা

উত্তৰঃ ক) হোমেন গগৈ।


২। ভঁৰালী খুৰাই কি মাছ বাটতে কিনি লৈছিল ?

ক) ৰৌ মাছ

খ) বৰালি মাছ

গ) চন্দা মাছ

উত্তৰঃ খ) বৰালি মাছ।


৩। বৰপোনাই সস্তাত কি কিনিলে ?

ক) মাছ

খ) শাক-পাচলি

গ) বাত

উত্তৰঃ গ) বাত।


৪। বৰপোনাই ভাগৰ লগাত ক’ত জিৰালে ?

ক) এজোপা গছত

খ) ঘৰত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) এজোপা গছত।


৫। মাকৰ ভয়ত বৰপোনাৰ কি উৰি যায় বুলি কৈছে ?

ক) ঘৰত যাব মন নাযায়

খ) জীউ উৰি যায়

গ) মৰম কৰে

উত্তৰঃ খ) জীউ উৰি যায়।


৬। লেৰেলা শব্দৰ অৰ্থ কি ?

ক) গৰম

খ) ঠাণ্ডা

গ) শুকান

উত্তৰঃ গ) শুকান।


৭। খুৰাকে ঘৰলৈ ঘূৰাৰ বাটত কাক লগ পালে ?

ক) পোনাটিক

খ) ধনটিক

গ) বাবুটিক

উত্তৰঃ ক) পোনাটিক।


৮। চুচুক-চামাকৈ মেকুৰী-খোজেৰে ঘৰলৈ কোন আহিছিল?

ক) ভঁৰালী খুৰা

খ) ধনটি

গ) পোনাটি

উত্তৰঃ গ) পোনাটি।


৯। আচল শব্দৰ অৰ্থ কি ?

ক) মূল

খ) সচাঁ কথা কোৱা

গ) মিছা কথা কোৱা

উত্তৰঃ ক) মূল।


১০। আঁচল শব্দৰ অৰ্থ কি ?

ক) মূল

খ) সচাঁ কোৱা

গ) কাপোৰৰ আগ

উত্তৰঃ গ) কাপোৰৰ আগ



DABP006960