শিলৰ চোলা
১। শিলৰ চোলা পাঠটোত থকা মহাৰাজ জনৰ নাম কি ?
ক) শিলাদিত্য়
খ) আকবৰ
গ) বীৰবল
উত্তৰঃ ক) শিলাদিত্য়।
২। এই মূৰ্তিটো কোনে সজাইছিল ?
ক) শিলাদিত্য়ই
খ) জলাদিত্য়ই
গ) আদিত্য়ই
উত্তৰঃ খ) জলাদিত্য়ই।
২। এই মূৰ্তিটো কোনে সজাইছিল ?
ক) শিলাদিত্য়ই
খ) জলাদিত্য়ই
গ) আদিত্য়ই
উত্তৰঃ খ) জলাদিত্য়ই
৩। কেইদিনৰ ভিতৰত তেওঁক এটা শিলৰ চোলা আনি দিব লাগিব বুলি কৈছে ?
ক) ৫দিন
খ) ৬দিন
গ) ৭দিন
উত্তৰঃ গ) ৭দিন।
৪। পাঠটোত থকা মন্ত্ৰীৰ জীয়েক জনীৰ নাম কি ?
ক) মনোমতী
খ) ৰাধিকা
গ) ৰীণা
উত্তৰঃ ক) মনোমতী
৫। নাটকখন কোনে ৰচনা কৰিছে ?
ক) কৰৱী ডেকা হাজৰিকা
খ) নৱকান্ত বৰুৱা
গ) আনন্দ চন্দ্ৰ আগৰৱালা
উত্তৰঃ খ) নৱকান্ত বৰুৱা।
৬। ৰজাই মন্ত্ৰীৰ জীয়েক জনীক কি ছোৱালী বুলি কৈছিল ?
ক) দুষ্ট ছোৱালী
খ) সহজ-সৰল ছোৱালী
গ) বুদ্ধিমতী ছোৱালী
উত্তৰঃ গ) বুদ্ধিমতী ছোৱালী।
৭। প্ৰাণদণ্ড শব্দৰ অৰ্থ কি ?
ক) মৃত্য়ুদণ্ড
খ) মাৰ-পিত কৰা
গ) শাস্তি দিয়া
উত্তৰঃ ক) মৃত্য়ুদণ্ড।
৮। অবুজন শব্দৰ অৰ্থ কি ?
ক) কথা নুশুনা
খ) বুজনি নোলোৱা
গ) বিশ্বাসহানতা
উত্তৰঃ খ) বুজনি নোলোৱা।
৯। সকাম শব্দৰ অৰ্থ কি ?
ক) অবুজন
খ) চিলাই কৰি থকা
গ) দৰকাৰ
উত্তৰঃ গ) দৰকাৰ।
১০। লেঠা শব্দৰ অৰ্থ কি ?
ক) আহুকাল
খ) দৰকাৰ
গ) এবিধ মুগা-সূতা
উত্তৰঃ ক) আহুকাল।