জোঁৱাইৰ সাধু

১। মানুহ জনীয়ে জোঁৱাইকক কি খাবলৈ মাতিছিল?

(ক) বিহু

(খ) ৰাস

(গ) ভাওনা

উত্তৰ- বিহু ।

২। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ কেতিয়া ঘৰলৈ যাবলৈ ওলাল?

(ক) ৰাতিপুৱা পৰত

(খ) দুপৰিয়া পৰত

(গ) আবেলি পৰত

উত্তৰ- আবেলি পৰত ।

৩। সি অলপ মান বাট গৈ থাকোতে কি দেখিছিল?

(ক) তাৰ লগত তাৰ মাক গৈছিল

(খ) তাৰ লগত তাৰ ঘৈনিয়েকো গৈছিল

(গ) তাৰ লগত তাৰ ছাঁ-টো গৈছিল

উত্তৰ- তাৰ লগত তাৰ ছাঁ-টো গৈছিল ।

৪। গুচি যা বুলি কাক কৈছিল?

(ক) তাৰ মাকক

(খ) তাৰ ঘৈনিয়েকক

(গ) তাৰ ছাঁ-টোক

উত্তৰ- তাৰ ছাঁ-টোক ।

৫। মূৰ লৰোৱা দেখি সি কি পেলাই থৈ গ’ল?

(ক) কাপোৰ যোৰ

(খ) চেলেংখন

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- চেলেংখন ।

৬। সি কি আছিল?

(ক) কুকুৰীকণা আছিল

(খ) অন্ধ আছিল

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- কুকুৰীকণা আছিল ।

৭। সি শহুৰেকৰ আগত লাজ কৰি ক’ত লোকাইছিল?

(ক) এজোপা গছত

(খ) এজোপা কল গছত

(গ) এজোপা কছো পাতত

উত্তৰ- এজোপা কল গছত ।

৮। ভাতৰ লগতে আৰু তাক কি দিছিল?

(ক) মিঠাই

(খ) গুড়

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- গুড় ।

৯। খাই অঁতাই দেখে গুড় পৰি তাৰ গা-টো কি কি হ’ল?

(ক) ঠাণ্ডা – ঠাণ্ডা

(খ) এঠা -এঠা

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- এঠা -এঠা ।

১০। সেইদিনা চোৰে কি চোৰ কৰিব বুলি আহিছিল?

(ক) গুড়

(খ) ঘৰৰ সম্পত্তি

(গ) ইয়াৰ এটাও নহয়

উত্তৰ- ইয়াৰ এটাও নহয় ।

Type - Boby Bora