প্ৰাণীৰ থকা ঠাই
১। ইয়াৰ ভিতৰত ডাঙৰ প্ৰাণী কোনটো ?
(ক) হাতী
(খ) হৰিণ
(গ) মেকুৰী
উত্তৰ- (ক) হাতী ।
২। হাতী ক’ত থাকে ?
(ক) মানুহৰ ঘৰত
(খ) হাবি-বননিত
(গ) গছৰ ফুঁটাত
উত্তৰ- (খ) হাবি-বননিত ।
৩। সাপে নিজে গাঁত খান্দে নে নাখান্দে ?
(ক) খান্দে
(খ) নাখান্দে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নাখান্দে ।
৪। মকৰাই ক’ৰ পৰা ৰস উলিয়াই সুন্দৰ জাল বান্ধি থাকে ?
(ক) পোক-পৰুৱা দেহৰ পৰা
(খ) মানুহৰ দেহৰ পৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
৫। মহ, মাখি, ফৰিং আদি উৰণীয়া প্ৰাণীবোৰ ক’ত লাগি পৰেহি ?
(ক) মকৰাৰ জালত
(খ) মৌ-মাখিৰ জালত
(গ) পাটপলুৰ লেটাৰ ভিতৰত
উত্তৰ- (ক) মকৰাৰ জালত ।
৬। কুলি চৰায়ে বাহ সাজে হয় নে নহয় ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নহয় ।
৭। গৰু, ম’হ, ছাগলী আদি এইবোৰ কি জন্তু ?
(ক) ঘৰচীয়া
(খ) বনৰীয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ঘৰচীয়া ।
৮। গৰুৰ বন্ধা ঠাই ক’ত ?
(ক) তলৰ এটাও নহয়
(খ) পেঁটাৰী
(গ) গোঁহালী
উত্তৰ- (গ) গোঁহালী ।
৯। ইয়াৰ ভিতৰত কাৰ মাত ওলাই ?
(ক) কুকুৰা
(খ) ভাটৌ
(গ) ঘৰচিৰিকা
উত্তৰ- (খ) ভাটৌ ।
১০। ইয়াৰ ভিতৰত কোনে সুৰংগ সাজি বাস কৰে ?
(ক) ভাটৌ
(খ) বাঘ
(গ) নিগনি
উত্তৰ- (গ) নিগনি ।
0 Comments