গুটিৰ বিস্তাৰণ
১। একোডাল গছত কেইপাহ ফুল ফুলে ?
(ক) ৩ পাহ
(খ) ৪ পাহ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
২। নৈ আৰু সাগৰৰ কাষত গছ থাকে নে নাথাকে ?
(ক) থাকে
(খ) নাথাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) থাকে ।
৩। সাগৰৰ পাৰত কি গছ হয় ?
(ক) তেজপাতৰ
(খ) নাৰিকলৰ
(গ) বগৰীৰ
উত্তৰ- (খ) নাৰিকলৰ ।
৪। নাৰিকলৰ বাকলি কেনেকুৱা ?
(ক) ঢীলা
(খ) শুকান
(গ) জীকা
উত্তৰ- (খ) শুকান ।
৫। এডিছনৰ বেয়া স্বভাৱ কোনটো ?
(ক) ভাত নোখোৱাটো
(খ) বিৰি খাই থকাটো
(গ) চিগাৰেট খাই থকাটো
উত্তৰ- (গ) চিগাৰেট খাই থকাটো ।
৬। এডিছন কিহত ব্যস্ত আছিল ?
(ক) কামত
(খ) খেলাত
(গ) আহাৰ খোৱাত
উত্তৰ- (ক) কামত ।
৭। এডিছনৰ লগৰবোৰে কোনটো কথা ভাল পাইছিল ?
(ক) বিৰি খোৱাটো
(খ) আহাৰ খোৱাটো
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
৮। এডিছনৰ লগৰবোৰে বিনা পইছাৰে কি খাইছিল ?
(ক) ভাত
(খ) বিৰি
(গ) চিগাৰেট
উত্তৰ- (গ) চিগাৰেট ।
৯। ভোটএৰা গুটিৰ কি হয় ?
(ক) ফাটি ছিটিকি পৰে
(খ) বতাহে উৰুৱাই নিয়ে
(গ) পানীৰ সোঁতত উটি যায়
উত্তৰ- (ক) ফাটি ছিটিকি পৰে ।
১০। নাৰিকলৰ কি হয় ?
(ক) বতাহে উৰুৱাই নিয়ে
(খ) শুঙৰ সহায়ত আন প্ৰাণীৰ গাত লাগি ধৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
0 Comments