চক্ৰধ্বজ সিংহ

1) কোনজন ৰজাৰ দিনত ব্ৰক্ষ্মপুত্ৰৰ উওৰপাৰৰ আৰু দক্ষিণপাৰৰ মোগল আৰু আহোম ৰাজ্যৰ নিৰ্ধাৰণ কৰা হয়?

(ক) চক্ৰধ্বজ সিংহ

(খ) জয়ধ্বজ সিংহ

(গ) চুহুংমুং

উত্তৰ- (খ) জয়ধ্বজ সিংহ ।


2) কিমান খ্ৰি.ত ব্ৰক্ষ্মপুত্ৰৰ উওৰপাৰৰ আৰু দক্ষিণপাৰৰ মোগল আৰু আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে?

(ক) ১৬৪৭ খ্ৰি.ত

(খ) ১৬৫৯ খ্ৰি.ত

(গ) ১৬৬৩ খ্ৰি.ত

উত্তৰ- (গ) ১৬৬৩ খ্ৰি.ত ।


3) উওৰ পাৰৰ আৰু দক্ষিণপাৰৰ চুক্তি কাৰ কাৰ মাজত হৈছিল?

(ক) জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ

(খ) চক্ৰধ্বজ সিংহ আৰু চুহুংমুং

(গ) চুচেংফা আৰু চুহুংমং

উত্তৰ- (ক) জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ ।


4) বানচঙ্গীয়া নগা আৰু মিৰিবিলাকে কাৰ লগ হৈ আহোম ৰাজ্য আক্ৰমণ কৰে?

(ক) চৈয়দ ফিৰোজখাঁৰ

(খ) চৈয়দ চানা

(গ) ডফলাৰ

উত্তৰ- (গ) ডফলাৰ ।


5) ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কোনে কৈছিল?

(ক) লাচিত বৰফুকন

(খ) চক্ৰধ্বজ

(গ) জয়ধ্বজ

উত্তৰ- (ক) লাচিত বৰফুকন ।


6) ‘আলাবৈ’ নামে ঠাইত কিমান খ্ৰি.ত আহোম আৰু মোগলৰ এখন যুদ্ধ লাগে?

(ক) ১৫৫৭ খ্ৰি.ত

(খ) ১৬৬৯ খ্ৰি.ত

(গ) ১৬৮৯ 

উত্তৰ- (খ) ১৬৬৯ খ্ৰি.ত ।


7) মোগলৰ বাবে সুচল হৈ থকা যুদ্ধত আহোমে পৰাজয় বৰণ কৰি কিমান সৈন্য হেৰুৱাব লগা হৈছিল?

(ক) ১০,০০০

(খ) ৩০,০০০

(গ) ৫৫,০০০

উত্তৰ- (ক) ১০,০০০ ।

8) যুদ্ধত বহুতো সৈন্য হেৰুৱাৰ কাৰণে লাচিত বৰফুকন দুখত ভাগি পৰাত কোনে তেওঁক অনুপ্ৰেৰণা দিছিল?

(ক) চক্ৰধ্বজ

(খ) বুঢ়াগোঁহাই

(গ) বৰগোঁহাই

উত্তৰ- (খ) বুঢ়াগোঁহাই ।


9) ‘বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিয়া’ৰ প্ৰতিজ্ঞাত কোনে অটল হৈ আছিল?

(ক) চুন্যতফা

(খ) মোমাই তামুলী

(গ) লাচিত বৰফুকন

উত্তৰ- (গ) লাচিত বৰফুকন ।


10)  চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত ৰাজধানীত কোন ৰজা হয়?

(ক) চক্ৰধ্বজ

(খ) উদয়াদিত্য

(গ) ৰামসিংহ

উত্তৰ- (খ) উদয়াদিত্য ।


DABP007041