ৰুদ্ৰ সিংহ

1) গদাধৰ সিংহৰ মৃত্যুৰ পাছত আহোমৰ ৰজা হোৱা ৰীতিমতে কোন ৰজা হয়?

(ক) লাই

(খ) লেচাই

(গ) ৰুদ্ৰ

উত্তৰ- (ক) লাই ।

2) কিমান খ্ৰি.ত গদাধৰৰ মৃত্যৰ হয়?

(ক) ১৬৮৭ খ্ৰি.ত

(খ) ১৬৯১ খ্ৰি.ত

(গ) ১৬৯৬ খ্ৰি.ত

উত্তৰ- (গ) ১৬৯৬ খ্ৰি.ত ।

3) স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ কাৰ্য্যকাল কিহৰ কাৰণে বিখ্যাত আছিল?

(ক) যুদ্ধ-বিগ্ৰহত

(খ) স্থাপত্য-ভাস্কৰ্য্যৰ

(গ) কলা-সংস্কৃতি

উত্তৰ- (খ) স্থাপত্য-ভাস্কৰ্য্যৰ ।

4) বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় পথৰ উপৰত থকা ঠাইখনৰ নাম কি?

(ক) নামদাঙৰ শিলৰ সাকোঁ

(খ) ৰংপুৰ

(গ) মেটেকা

উত্তৰ- (খ) ৰংপুৰ ।

5) ৰাজসভাৰ বিখ্যাত পণ্ডিত গৰাকীৰ নাম কি?

(ক) কবিৰাজ ৰবনী

(খ) কবিৰাজ চক্ৰৱৰ্তী

(গ) কবিৰাজ ঘনশ্যাম

উত্তৰ- (খ) কবিৰাজ চক্ৰৱৰ্তী ।

6) ব্ৰক্ষ্মবৈৱত পুৰাণ কি ভাষালৈ অনুবাদ কৰিছিল?

(ক) কোৰান

(খ) গ্ৰীক

(গ) অসমীয়া

উত্তৰ- (গ) অসমীয়া ।

7) ‘শংখচূড় বধ ‘, ‘দুষ্যন্ত চৰিত্ৰমালা’, কোনে লিখিছিল?

(ক) চক্ৰৱৰ্তী

(খ) ৰৱনী

(গ) চক্ৰধ্বজ

উত্তৰ- (ক) চক্ৰৱৰ্তী ।

8) ৰুদ্ৰসিংহ কি ধৰ্মৰ আছিল?

(ক) বৈষয়িক ধৰ্ম

(খ) শাক্ত ধৰ্ম

(গ) হিন্দু ধৰ্ম

উত্তৰ- (খ) শাক্ত ধৰ্ম ।

9) আহোম ৰাজত্বৰ অন্যতম শ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয়?

(ক) ৰুদ্ৰসিংহ

(খ) চক্ৰধ্বজ সিংহ

(গ) কৃষ্ণৰাম ভট্টাচাৰ্য্য

উত্তৰ- (ক) ৰুদ্ৰসিংহ ।

10) ৰুদ্ৰ সিংহ কিমান খ্ৰি.ত স্বৰ্গী হয়?

(ক) ১৬৮৯ খ্ৰি.ত

(খ) ১৭০০ খ্ৰি.ত

(গ) ১৭১৪ খ্ৰি.ত

উত্তৰ- (গ) ১৭১৪ খ্ৰি.ত ।

Type - Boby Bora

DABP006975