প্ৰাগ্জ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল

Chapter 3


 1) প্ৰাগ্জ্যোতিষ ৰাজ্য কাৰ অধীনত আছিল?

(ক) কিৰাত

(খ) ৰত্ন

(গ) হটক

উত্তৰ- (ক) কিৰাত ।


2) মহীৰংগ দানৱ কি জাতিৰ লোক?

(ক) শাক্ত

(খ) কিৰাত

(গ) আহোম

উত্তৰ- (খ) কিৰাত ।


3) প্ৰাগ্জ্যোতিষত কেইজন অসুৰে ৰাজত্ব কৰিছিল?

(ক) এজন

(খ) দুজন

(গ) তিনিজন

উত্তৰ- (গ) তিনিজন ।


4) নৰকাসুৰে কাৰ গৰ্ভত জন্ম লাভ কৰিছিল ।

(ক) ভূমিদেৱী

(খ) কামদেৱী

(গ) মনসাদেৱী

উত্তৰ- (ক) ভূমিদেৱী ।


5) ভূমিদেৱীৰ আন এটা নাম কি?

(ক) ৰুক্মিণী

(খ) কাত্যায়নী

(গ) অশ্বক্লান্তী

উত্তৰ- (খ) কাত্যায়নী ।


6) দৈত্য-বংশী মহাদানী বলিৰ পুত্ৰ বুলি কাক জনা যায়?

(ক) বজ্ৰদত্ত

(খ) ভীষ্মক

(গ) বাণ ৰজা

উত্তৰ- (গ) বাণ ৰজা ।


7) ভগদত্তৰ মৃত্যৰ পিছত কোন ৰজা হয়?

(ক) বজ্ৰদত্ত

(খ) অশ্বমেধ

(গ) নৰকাসুৰ

উত্তৰ- (ক) বজ্ৰদত্ত ।


8) নৰক ৰজাই কুকুৰাটোক কটা ঠাইডোখৰক কি বুলি জনা যায়?

(ক) কুকুৰাটকী

(খ) কুকুৰাকটা

(গ) কুকুৰাখোৱা

উত্তৰ- (খ) কুকুৰাকটা ।


9) ভাৰতৰ ভিতৰত বিখ্যাত ৰজাজনৰ নাম কি?

(ক) ভগদত্ত

(খ) নৰক

(গ) বজ্ৰদত্ত

উত্তৰ- (ক) ভগদত্ত ।


10) ভগদত্তৰ জীয়েকক কাৰ লৈ বিয়া দিছিলে?

(ক) অনিৰুধলৈ

(খ) দুৰ্য্যোধনলৈ

(গ) অৰ্জুন

উত্তৰ- (খ) দুৰ্য্যোধনলৈ ।


11) বাণৰজাৰ জীয়েকৰ নাম কি?

(ক) ঊষা

(খ) চিত্ৰলেখা

(গ) ৰুক্মিণী

উত্তৰ- (ক) ঊষা ।


12) ঊষাৰ সখীয়েকৰ নাম কি?

(ক) কুমাৰী

(খ) চিত্ৰলেখা

(গ) অলিখা

উত্তৰ- (খ) চিত্ৰলেখা ।


13)বভ্ৰুবাহন কাৰ পুত্ৰ?

(ক) অৰ্জুন

(খ) ভীষ্ম

(গ) কৰ্ণ

উত্তৰ- (ক) অৰ্জুন ।


14) প্ৰাচীন হিড়িমাবাপুৰৰ ৰজাজনৰ নাম কি?

(ক) বভ্ৰুবাহন

(খ) ঘটোৎকচ

(গ) কুণ্ডিল

উত্তৰ- (খ) ঘটোৎকচ ।


15) অনিৰুদ্ধই কাক বিয়া কৰায়?

(ক) ঊষা

(খ) চিত্ৰলেখা

(গ) ৰুক্মিণ

উত্তৰ- (ক) ঊষা ।


16) ভগদত্তৰ জীয়েকৰ নাম কি?

(ক) চিত্ৰলেখা

(খ) ভানুমতী

(গ) ৰুক্মী

উত্তৰ- (খ) ভানুমতী ।


Type by- Bikash Bora