বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন

১)কোনজন ৰজাই বৰ্মন বংশৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিল?

(ক) পুষ্য বৰ্মন

(খ) ভাস্কৰ বৰ্মন

(গ) হৰ্ষবৰ্মন

উত্তৰ- (ক) পুষ্য বৰ্মন ।

২) ৰজা সুস্থিত বৰ্মনৰ কেইজন পুত্ৰ আছিল?

(ক) তিনিজন

(খ) চাৰিজন

(গ) দুজন

উত্তৰ- (গ) দুজন ।

৩) ৰজা সুস্থিত বৰ্মনৰ পুত্ৰ কেইজনৰ নাম কি?

(ক) সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন

(খ) কুমাৰ বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন

(গ) পুষ্য বৰ্মন, নাৰায়ন বৰ্মন, কল্যাণ বৰ্মন

উত্তৰ- (ক) সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন ।

৪) সুস্থিত বৰ্মনৰ মৃত্যুৰ পাছত কামৰূপত ৰাজ্যত কোন ৰজাই আক্ৰমণ আক্ৰমণ কৰে?

(ক) গণপতি

(খ) গৌড়ৰ

(গ) ভূতি

উত্তৰ- (খ) গৌড়ৰ ।

৫) উত্তৰ ভাৰতৰ কনৌজ ৰাজ্যৰ ৰজা জনৰ নাম কি?

(ক) হৰ্ষবৰ্দ্ধন

(খ) ৰাজ্যবৰ্দ্ধন

(গ) কনৌজৰ

উত্তৰ- (ক) হৰ্ষবৰ্দ্ধন ।

৬) হৰ্ষবৰ্দ্ধনৰ আগৰজন ৰজাৰ নাম কি আছিল?

(ক) হৰ্ষবৰ্দ্ধন

(খ) কুমাৰ বৰ্দ্ধন

(গ) ৰাজ্যবৰ্দ্ধন

উত্তৰ- (গ) ৰাজ্যবৰ্দ্ধন ।

৭) কাৰ সৈতে যুদ্ধ হোৱাত ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল?

(ক) কৰ্ণসুবৰ্ণ

(খ) শশাংকই

(গ) হংসবেগ

উত্তৰ- (খ) শশাংকই ।

৮) কোন কোন ৰজাই মিলি শশাংক পৰাজিত কৰিছিল?

(ক) ভাস্কৰ বৰ্মন, হৰ্ষবৰ্দ্ধ

(খ) কৰ্ণসুৰ্বন, গৌড়

(গ) মহেন্দ্ৰ বৰ্মন, মৃগা

উত্তৰ- (ক) ভাস্কৰ বৰ্মন, হৰ্ষবৰ্দ্ধ ।

৯)গৌড়ৰ ৰাজধানী কি?

(ক) সুবৰ্ণ

(খ) কৰ্ণসুৰ্বণ বা পৌড্ৰবৰ্দ্ধন

(গ) শ্ৰীহট্ৰ

উত্তৰ- (খ) কৰ্ণসুৰ্বণ বা পৌড্ৰবৰ্দ্ধন ।

১০) হিউৱেন চাং কিমান খ্ৰীষ্টাব্দত বিশ্ববিদ্যালয়লৈ আহিছিল?

(ক) ৬২৯ খ্ৰিষ্টাব্দত

(খ) ৬৬৫ খ্ৰিষ্টাব্দত

(গ) ৭৮৫ খ্ৰিষ্টাব্দত

উত্তৰ- (ক) ৬২৯ খ্ৰিষ্টাব্দত ।

১১) ভাস্কৰ বৰ্মনে কিমান খ্ৰীষ্টাব্দত সাধুজনক কামৰূপলৈ মাতিছিলে?

(ক) ৬৭৫ খ্ৰীষ্টাব্দত

(খ) ৬৪০ খ্ৰীষ্টাব্দত

(গ) ৬৪৫ খ্ৰীষ্টাব্দত

উত্তৰ- (খ) ৬৪০ খ্ৰীষ্টাব্দত ।

১২) হিউৱেন-চাঙে নিজ দেশলৈ গৈ কোনখন পুথি সংস্কৃত ভাষালৈ অনুবাদ কৰিছিল?

(ক) টাও – টে – কিং

(খ) কাম – লু – পো

(গ) টাং – কো – টাও

উত্তৰ- (ক) টাও – টে – কিং ।

১৩) হিউৱেন চাঙে লিখা টোকা অনুসৰি কামৰূপ ৰাজ্যৰ বিস্তৃতি কিমান?

(ক) ১৯০০ মাইল

(খ) ১৫০০ মাইল

(গ) ১৭০০ মাইল

উত্তৰ- (গ) ১৭০০ মাইল ।

১৪) পুৰণি কামৰূপৰ ৰজাসকলৰ ভিতৰত কোনজন ৰজাক শ্ৰেষ্ঠ বুলি কোৱা হৈছিল?

(ক) গণপতি বৰ্মন

(খ) ভাস্কৰ বৰ্মন

(গ) পুষ্য বৰ্মন

উত্তৰ- (খ) ভাস্কৰ বৰ্মন ।

১৫) হৰ্ষবৰ্দ্ধনে অনুষ্ঠিত কৰা ধৰ্মীয় সভাখনত শোভাযাত্ৰাত কাক বিশেষ সন্মান প্ৰদান কৰিছিল?

(ক) ভাস্কৰ বৰ্মন

(খ) স্থিতি বৰ্মন

(গ) নাৰায়ণ বৰ্মন

উত্তৰ- (ক) ভাস্কৰ বৰ্মন ।

Type - Boby Bora