আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ


Chapter- 5


১। মগজুৰ লগত শৰীৰৰ কি সম্পৰ্ক থাকে?

(ক) স্নায়ুকোষ

(খ) মস্তিষ্কৰ

(গ) অংগ-প্ৰত্য়ংগ

উত্তৰ- (গ) অংগ-প্ৰত্য়ংগ ।


২। আমাৰ দেহত কেইপ্ৰকাৰৰ স্নায়ুকোষ আছে?

(ক) এক প্ৰকাৰৰ

(খ) চাৰি প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰ- (গ) তিনি প্ৰকাৰৰ ।


৩।মগজু আৰু কি লগ লাগি আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ গঠন হৈছে?

(ক) শৰীৰ

(খ) স্নায়ুবোৰ

(গ) ইন্দ্ৰিয়বোৰ

উত্তৰ- (খ) স্নায়ুবোৰ ।


৪। কিহৰ সহায়ত আমাৰ ইন্দ্ৰিয়বোৰে কাম কৰে?

(ক) মগজুৰ সহায়ত

(খ) স্নায়ুতন্ত্ৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) স্নায়ুতন্ত্ৰৰ ।


৫। চকুটো কিহেৰে গঠিত?

(ক) মণিটোৰে

(খ) মগজুৱে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) মণিটোৰে ।


৬। চকুৰ দুটা প্ৰধান অংশ কি কি? 

(ক) ৰশ্মি আৰু লেনছ

(খ) ৰশ্মি আৰু ৰেটিনা

(গ) লেনছ আৰু ৰেটিনা

উত্তৰ- (গ) লেনছ আৰু ৰেটিনা ।


৭। ৰেটিনাৰ স্নায়ুবোৰে উত্তেজনাৰ বাতৰি কিহলৈ পঠিয়াই?

(ক) চকুলৈ

(খ) মগজুলৈ

(গ) কৰ্ণিয়ালৈ

উত্তৰ- (খ) মগজুলৈ ।


৮। আমাৰ আন প্ৰধান ইন্দ্ৰিয় বিধৰ নাম কি?

(ক) নাক

(খ) জিভা

(গ) ওপৰৰ তিনিওটা শুদ্ধ

উত্তৰ- (খ) জিভা ।


৯। নাকৰ ভিতৰৰ অংশটোৰ নাম কি?

(ক) স্বাদ

(খ) কলিকাৰ

(গ) নাসাগহ্বৰ

উত্তৰ- (গ) নাসাগহ্বৰ ।


১০। কিমান চনত জ’ছেফ লিষ্টাৰে অস্ত্ৰোপচাৰত ফিন’ল ব্য়ৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল?

(ক) ১৮৫৬

(খ) ১৬৫৩

(গ) ১৮৬৫

উত্তৰ- (গ) ১৮৬৫ ।


১১। নাকৰ ভিতৰ অংশ হ’ল_________?

(ক) স্নায়ু

(খ) মগজু

(গ) নাসাগহ্বৰ

উত্তৰ- (গ) নাসাগহ্বৰ ।


১২। আমাৰ দেহৰ কোনো অংশত মহে কামুৰিলে স্নায়ুৱে লগে লগে কাক জনায়?

(ক) শৰীৰক

(খ) মগজুক

(গ) অন্তঃকৰ্ণক

উত্তৰ- (খ) মগজুক ।


১৩। চকু আমাৰ এক________অংগ?

(ক) প্ৰধান

(খ) অপ্ৰধান

(গ) বিশেষ

উত্তৰ- (ক) প্ৰধান ।


১৪। কাৰ সহায়ত আমি দেখোঁ?

(ক) নাকৰ

(খ) চকুৰ

(গ) কাণৰ

উত্তৰ- (খ) চকুৰ ।


১৫। কাৰ সহায়ত আমাৰ ইন্দ্ৰিয়বোৰে কাম কৰে?

(ক) ৰশ্মিৰ

(খ) লেন্ছৰ

(গ) স্নায়ুতন্ত্ৰৰ

উত্তৰ- (গ) স্নায়ুতন্ত্ৰৰ ।


১৬। কিমান চনৰ পিছত পেষ্টুৰে বেমাৰৰ কাৰণবোৰ জানিবলৈ ব্য়াপক অনুসন্ধান চলায়?

(ক) ১৭৬০

(খ) ১৮৭০

(গ) ১৯৮০

উত্তৰ- (খ) ১৮৭০ ।


১৭। কিমান চনত ৰ’বাৰ্ট কখে শলখা বেমাৰ জন্মোৱা বেক্টেৰিয়াটো বিচাৰি পাইছিল?

(ক) ১৬৯০

(খ) ১৭৯৯

(গ) ১৮৭৬

উত্তৰ- (গ) ১৮৭৬ ।


১৮। ৰেটিনাৰ স্নায়ুবোৰে উত্তেজনাৰ বাতৰি কাৰ লয় পঠিয়ায়? 

(ক) দেহলৈ

(খ) শৰীৰলৈ

(গ) মগজুলৈ

উত্তৰ- (গ) মগজুলৈ ।


১৯। ৰেটিনাত থকা স্নায়ুবোৰে কাক সৃষ্টি কৰে?

(ক) ৰশ্মিক

(খ) স্নায়ুতন্ত্ৰক

(গ) উত্তেজনাক

উত্তৰ- (গ) উত্তেজনাক ।


২০। বেক্টেৰিয়াবোৰে বেমাৰ বঢ়াব নোৱাৰে, বৰঞ্চ বেমাৰটো প্ৰতিৰোধ কৰাত ক্ষমতা বৃদ্ধি কৰে এইটো পেষ্টুৰে কিমান চনত আৱিষ্কাৰ হৈছিল?

(ক) ১৭৮৭

(খ) ১৮৭৯

(গ) ১৬৯০

উত্তৰ- (খ) ১৮৭৯ ।


DABP006917