বৰপেটা

১। বৰপেটা পদ্যটিৰ ৰচক কোন?

(ক) শৈলধৰ ৰাজখোৱা

(খ) নৱকান্ত বৰুৱা

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ- (ক) শৈলধৰ ৰাজখোৱা ।

২। তেখেতৰ ক’ত জন্ম হৈছিল?

(ক) গুৱাহাটীত

(খ) ডিব্ৰুগড়ত

(গ) যোৰহাটত

উত্তৰ- (খ) ডিব্ৰুগড়ত ।

৩। তেখেতৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৬০ চনত

(খ) ২০০০ চনত

(গ) ১৮৯০ চনত

উত্তৰ- (গ) ১৮৯০ চনত ।

৪। অসম চৰকাৰৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰূপে বিভিন্ন ঠাইত চাকৰি কিমান চনত তেওঁ অৱসৰ গ্ৰহণ কৰে?

(ক) ১৯৪৭ চনত

(খ) ২০০২ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৯৪৭ চনত ।

৫। শৈলধৰ ৰাজখোৱা অসমীয়া সাহিত্যত কি কবি ৰূপে খ্যাত?

(ক) ধব্বনি কবি ৰূপে

(খ) নিজৰাৰ কবি ৰূপে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিজৰাৰ কবি ৰূপে ।

৬। ধাম শব্দৰ অৰ্থ কি?

(ক) পৱিত্ৰ

(খ) ধূলি

(গ) পৱিত্ৰ ঠাই

উত্তৰ- (গ) পৱিত্ৰ ঠাই ।

৭। বাটেৰে যোৱা লোকক কি বুলি কয়?

(ক) বাটৰুৱা

(খ) আলহী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বাটৰুৱা ।

৮। নিজান শব্দৰ অৰ্থ কি?

(ক) পৱিত্ৰ

(খ) ধূলি

(গ) নিৰ্জন

উত্তৰ- (গ) নিৰ্জন ।

৯। ৰজ শব্দৰ অৰ্থ কি?

(ক) ধূলি

(খ) নিৰ্জন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ধূলি ।

১০। এই পদ্যটিৰ কবিজনৰ কিমান চনত মৃত্যু হৈছিল?

(ক) ১৯৯২ চন

(খ) ১৯৬৮ চনত

(গ) ২০০৬ চনত

উত্তৰ- (খ) ১৯৬৮ চনত ।

১১। ইথানৰ শব্দৰ অৰ্থ কি ?

(ক) এইফালে

(খ) এই ঠাইৰ

(গ) ইয়াৰ পৰা

উত্তৰ- (খ) এই ঠাইৰ ।

১২। কবিয়ে বৰপেটাক অসমৰ কি বুলি কৈছে ?

(ক) পৱিত্ৰ ঠাই

(খ) ধাম

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

১৩। কি শুনি বাটৰুৱাক কবিয়ে পৰাণ দুৰাই যাবলৈ কৈছে ?

(ক) নাম শুনি

(খ) গীত শুনি

(গ) হৰি গুণৰ নাম শুনি

উত্তৰ- (গ) হৰি গুণৰ নাম শুনি ।

১৪। খেল খেলে যি ?

(ক) খিলাৰী

(খ) খেলুৱৈ

(গ) খেলুৱা

উত্তৰ- (খ) খেলুৱৈ ।

১৫। হাল বায় যি ?

(ক) হালোৱা

(খ) খেতিয়ক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হালোৱা ।

১৬। নৈত নাৱেৰে বেপাৰ কৰে যি ?

(ক) নাৱৰিয়া

(খ) কুমাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

১৭। পাপী + তাপী ?

(ক) পাপী = তাপী

(খ) পাপী – তাপী

(গ) পাপী / তাপী

উত্তৰ- (খ) পাপী – তাপী ।

১৮। যিয়ে কাপোৰ বয়ে ?

(ক) শিপীনী

(খ) কমাৰ

(গ) কুমাৰ

উত্তৰ- (ক) শিপীনী ।

১৯। নীচ শব্দৰ বিপৰীত শব্দ কি ?

(ক) তলৰ

(খ) ওপৰৰ

(গ) উচ্চ

উত্তৰ- (গ) উচ্চ ।

২০। দীঘল শব্দৰ বিপৰীত শব্দ কি ?

(ক) চুটী

(খ) ডাঙৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) চুটী ।

Type - Boby Bora 



Post ID: DABP006853