ভীমৰ কাণ্ড

১। পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ কাৰ নাতি আছিল?

(ক) দ্ৰৌপদীৰ

(খ) শান্তনু ৰজাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শান্তনু ৰজাৰ ।

২। পাণ্ডুৰ কেইজন পুত্ৰ আছিল?

(ক) পাঁচজন

(খ) এশজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পাঁচজন ।

৩। পাণ্ডুৰ পুত্ৰ সকলক কি বোলা হৈছিল?

(ক) পঞ্চপাণ্ডৱ

(খ) কৌৰৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক)পঞ্চপাণ্ডৱ ।

৪। ধৃতৰাষ্ট্ৰৰ কেইজন পুত্ৰ আছিল?

(ক) পাঁচজন

(খ) এশজন

(গ) এশ পাঁচজন

উত্তৰ- (খ) এশজন ।

৫। ধৃতৰাষ্টৰ পুত্ৰসকলক কি বোলা হৈছিল?

(ক) কৌৰৱ

(খ) পঞ্চপাণ্ডৱ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৌৰৱ ।

৬। পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল?

(ক) জোনবিল মেলা

(খ) আনন্দ মেলা

(গ) শিৱৰ মেলা

উত্তৰ- (গ) শিৱৰ মেলা ।

৭। শিৱৰ মেলা হোৱা ঠাইখনৰ নাম কি আছিল?

(ক) বাৰণাৱত

(খ) কাশীত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বাৰণাৱত ।

৮। বকাসুৰক কোনে মাৰিছিল?

(ক) ৰামে

(খ) ভীমে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভীমে ।

৯। কৰ্তব্য শব্দৰ অৰ্থ কি?

(ক) ভোজন

(খ) বিশাল

(গ) কৰিবলগীয়া

উত্তৰ- (গ) কৰিবলগীয়া ।

১০। ভক্ষণ শব্দৰ অৰ্থ কি?

(ক) চেকনি

(খ) ভোজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভোজন ।

১১। পাণ্ডৱ আৰু কৌৰৱ সমন্ধত কি আছিল ? 

(ক) বাপেক-পুতেক

(খ) ককাই-ভাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ককাই-ভাই ।

১২। কৌৰৱসকলে পাণ্ডৱসকলক জতুগৃহত কি কৰিবলৈ বিচাৰিছিল ?

(ক) মাৰিব বিচাৰিছিল

(খ) পুৰি মাৰিবলৈ বিচাৰিছিল

(গ) একো কৰিব বিচৰা নাছিল

উত্তৰ- (খ) পুৰি মাৰিবলৈ বিচাৰিছিল ।

১৩। পাণ্ডৱসকল জতুগৃহৰ পৰা পলাই কোন নগৰলৈ গৈছিল ?

(ক) বাৰাণৱাত

(খ) একচক্ৰা

(গ) গুৱাহাটী

উত্তৰ- (খ) একচক্ৰা ।

১৪। ভীমৰ মাকৰ নাম কি ?

(ক) পুন্য়াদা

(খ) সত্য়সন্ধা

(গ) কুন্তীদেৱী

উত্তৰ- (গ) কুন্তীদেৱী ।

১৫। উদ্ধাৰ শব্দৰ অৰ্থ কি ?

(ক) ৰক্ষা

(খ) আপদৰ পৰা ৰক্ষা কৰা

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

১৬। বধ শব্দৰ অৰ্থ কি ?

(ক) বিশাল

(খ) হত্য়া

(গ) বল

উত্তৰ- (খ) হত্য়া ।

১৭। প্ৰকাণ্ড শব্দৰ অৰ্থ কি ?

(ক) বিপদ

(খ) পৃথিৱী

(গ) বিশাল

উত্তৰ- (গ) বিশাল ।

১৮। অসুৰটোৰ নাম কি ?

(ক) ভীম

(খ) বক

(গ) পাণ্ডৱ

উত্তৰ- (খ) বক ।

১৯। কুন্তীৰ দ্বিতীয় সন্তান কি ?

(ক) ভয়াটোৰ

(খ) মহাবলী

(গ) সাহসী

উত্তৰ- (খ) মহাবলী ।

২০। আচল মানে কি ?

(ক) চাদৰ আচল

(খ) প্ৰকৃত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্ৰকৃত ।

Type - Boby Bora


Post ID: DABP006822