দেউল

১। বৰপেটাৰ কীৰ্তন ঘৰৰ খুঁটাবোৰ কিহৰ আছিল বুলি শুনা যায়?

(ক) তুলসীৰ

(খ) খেৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) তুলসীৰ ।

২। দেউল উৎসৱ অসমৰ কোন অঞ্চলৰ মানুহে পালন কৰে?

(ক) বৰপেটা অঞ্চলৰ

(খ) বৰদোৱা অঞ্চলৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বৰপেটা অঞ্চলৰ ।

৩। দেউল উৎসৱৰ প্ৰথম দিনটোক কি বোলে?

(ক) ৰঙৰ দিন

(খ) গোন্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গোন্ধ ।

৪। দেউল উৎসৱৰ শেষৰ দিনটোক কি বোলে?

(ক) সুঁৱেৰি

(খ) গোন্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সুঁৱেৰি ।

৫। দেউলৰ প্ৰথম দিনা কেইখন শৰাই পতা হয়?

(ক) ছয়খন

(খ) দহখন

(গ) আঠখন

উত্তৰ- (গ) আঠখন ।

৬। মহামিলন শব্দৰ অৰ্থ কি?

(ক) প্ৰাৰ্থনা

(খ) সংগম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সংগম ।

৭। ৰজনজনাই শব্দৰ অৰ্থ কি?

(ক) সংগম

(খ) প্ৰাৰ্থনা

(গ) চাৰিওদিশে শব্দ বিয়পি যোৱা

উত্তৰ- (গ) চাৰিওদিশে শব্দ বিয়পি যোৱা ।

৮। বৰপেটাৰ কীৰ্তন ঘৰৰ ছালবোৰ কিহৰ আছিল বুলি শুনা যায়?

(ক) তুলসীৰ

(খ) খেৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) খেৰৰ ।

৯। সমদল শব্দৰ অৰ্থ কি?

(ক) একেলগে

(খ) সংগম

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰ- (ক) একেলগে ।

১০। খাটনি শব্দৰ অৰ্থ কি?

(ক) প্ৰাৰ্থনা

(খ) যোগ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) প্ৰাৰ্থনা ।

১১। কীৰ্তন ঘৰৰ চালবোৰ কিহৰ আছিল ?

(ক) বাঁহৰ

(খ) কাঠৰ

(গ) খেৰৰ

উত্তৰ- (গ) খেৰৰ ।

১২। দেউল মানে কি ?

(ক) মন্দিৰ

(খ) সত্ৰ

(গ) উৎসৱ

উত্তৰ- (গ) উৎসৱ ।

১৩। আবেলিতে ‘শালগ্ৰাম’ আৰু ‘দৌল-গোবিন্দ’ক কীৰ্তন-ঘৰৰ পূব দুৱাৰেদি উলিয়াই ক’ত ৰখা হয় ?

(ক) শৰাইত

(খ) বৰশৰাইত

(গ) বটাত

উত্তৰ- (খ) বৰশৰাইত ।

১৪। গোঁসাইক খাটোলাত তুলি মেজিৰ চাৰিওফালে কেইবাৰ ঘূৰাই ?

(ক) তিনিবাৰ

(খ) সাতবাৰ

(গ) এবাৰ

উত্তৰ- (খ) সাতবাৰ ।

১৫। দেউল উৎসৱত ৰাতিৰ ভাগত কি কৰা হয় ?

(ক) বিহু গোৱা হয়

(খ) ওজা-পালি

(গ) যাত্ৰাগানৰ অভিনয়

উত্তৰ- (গ) যাত্ৰাগানৰ অভিনয় ।

১৬। দেউলৰ শেষৰটো দিন সুঁৱেৰি অৰ্থাৎ চতুৰ্থদিনটো কিহৰ দিন ?

(ক) আনন্দৰ দিন

(খ) ৰঙৰ দিন

(গ) ফূৰ্তিৰ দিন

উত্তৰ- (খ) ৰঙৰ দিন ।

১৭। দেউলৰ শেষৰ দিনটোত ইজনে-সিজনক ফাকুগুড়ি সানে ইয়াক কি বোলে ?

(ক) ফাকুৰিয়া

(খ) হোলী খেলা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হোলী খেলা ।

১৮। খাটনি শব্দৰ অৰ্থ কি ?

(ক) নেৰানেপেৰা

(খ) নাটনি হোৱা

(গ) প্ৰাৰ্থনা

উত্তৰ- (গ) প্ৰাৰ্থনা ।

১৯। মহামিলন শব্দৰ অৰ্থ কি ?

(ক) সংগম

(খ) যোগ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

২০। জীৱন শব্দৰ বিপৰীত শব্দ কি ?

(ক) মৰণ

(খ) প্ৰাণ

(গ) দেহ

উত্তৰ- (ক) মৰণ ।

Type - Boby Bora 


Post ID:DABP006821