বৰগীত 

১। এই বৰগীতটো কোনে ৰচনা কৰিছিল?

(ক) মহাপুৰুষ শংকৰদেৱে

(খ) মহাপুৰুষ মাধৱদেৱে

(গ) ভট্টদেৱে

উত্তৰ- (খ) মহাপুৰুষ মাধৱদেৱে ।

২। মহাপুৰুষ মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৪৮৯ চনত

(খ) ১৫৭৭ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৪৮৯ চনত ।

৩। মহাপুৰুষ মাধৱদেৱৰ কত জন্ম হৈছিল?

(ক) যোৰহাট জিলাৰ টীয়কত

(খ) লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত ।

৪। মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত  শ্ৰেষ্ঠ কি?

(ক) নামঘোষা

(খ) কীৰ্তনঘোষা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নামঘোষা ।

৫। মাধৱদেৱৰ নাটকেইখনৰ ভিতৰত কোনখন নাটৰ বাহিৰে বাকীকেইখনক ঝুমুৰা বোলে?

(ক) পিম্পৰা গুচোৱা

(খ) ভোজন বিহাৰ

(গ) অৰ্জুন ভঞ্জন

উত্তৰ- (গ) অৰ্জুন ভঞ্জন ।

৬। সুৰভী শব্দৰ অৰ্থ কি?

(ক) গাই গৰু

(খ) গৰুৰ পোৱালি

(গ) আনন্দ

উত্তৰ- (খ) গৰুৰ পোৱালি ।

৭। বিনোদ শব্দৰ অৰ্থ কি?

(ক) চৰায়

(খ) ত্যাগ কৰে

(গ) আনন্দ

উত্তৰ- (গ) আনন্দ ।

৮। তিনিখন ভূৱনৰ সমাহাৰ ইয়াক এটা শব্দত প্ৰকাশ কৰিলে কি হব?

(ক) ত্ৰিভূৱন

(খ) নবৰত্ন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ত্ৰিভূৱন ।

৯। তেজয় শব্দৰ অৰ্থ কি?

(ক) আনন্দত

(খ) ত্যাগ কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ত্যাগ কৰে ।

১০। নোহন্ত শব্দৰ অৰ্থ কি?

(ক) চৰায়

(খ) আনন্দ

(গ) নহয়

উত্তৰ- (গ) নহয় ।

১১। তিনিটা নয়ন যাৰ ?

(ক) ত্ৰিভূৱন

(খ) ত্ৰিনয়ন

(গ) এটাও নহয়

উত্তৰ- (খ) ত্ৰিনয়ন ।

১২। চাৰিটা আলিৰ সংগমস্থল ?

(ক) চাৰিআলি

(খ) তিনিআলি

(গ) এটাও নহয়

উত্তৰ- (ক) চাৰিআলি ।

১৩। চাৰে শব্দৰ অৰ্থ কি ?

(ক) চোৱা

(খ) চাইছিল

(গ) চৰায়

উত্তৰ- (গ) চৰায় ।

১৪। ধেনু শব্দৰ অৰ্থ কি ?

(ক) ধেনুকাৰ

(খ) গৰু

(গ) গাই গৰু

উত্তৰ- (গ) গাই গৰু ।

১৫। আৰা শব্দৰ অৰ্থ কি ?

(ক) তেওঁলোক

(খ) এওঁলোক

(গ) সিহঁত

উত্তৰ- (খ) এওঁলোক ।

১৬। মাধৱদেৱৰ কিমান চনত মৃত্য়ু হৈছিল ?

(ক) ১৪৮৯ চনত

(খ) ১৫৯৬ চনত

(গ) ১৬৮৭ চনত

উত্তৰ- (খ) ১৫৯৬ চনত ।

১৭। বৰগীতটিৰ ৰাগ কি ?

(ক) ভাটিয়ালী

(খ) ব্ৰজাৱলী

(গ) এটাও নহয়

উত্তৰ- (ক) ভাটিয়ালী ।

১৮। মাধৱদেৱৰ গুৰু কোন আছিল ?

(ক) মহাপুৰুষ শংকৰদেৱ

(খ) ভট্টদেৱ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) মহাপুৰুষ শংকৰদেৱ ।

১৯। কবিতাটোত ক’ত যোৱা কথা কৈছে ?

(ক) গকুল

(খ) বৃন্দবন

(গ) ঘৰলৈ

উত্তৰ- (খ) বৃন্দবন ।

২০। মাধৱদেৱৰ ৰচনাৰীতি ৰূপ অনুসৰি কেইটা ভাগত ভগাব পাৰি ?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰ- (গ) চাৰিটা ভাগত ।

Type - Boby Bora 


Post ID: DABP006819