বৰগীত
১। এই বৰগীতটো কোনে ৰচনা কৰিছিল?
(ক) মহাপুৰুষ শংকৰদেৱে
(খ) মহাপুৰুষ মাধৱদেৱে
(গ) ভট্টদেৱে
উত্তৰ- (খ) মহাপুৰুষ মাধৱদেৱে ।
২। মহাপুৰুষ মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৪৮৯ চনত
(খ) ১৫৭৭ চনত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ১৪৮৯ চনত ।
৩। মহাপুৰুষ মাধৱদেৱৰ কত জন্ম হৈছিল?
(ক) যোৰহাট জিলাৰ টীয়কত
(খ) লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত ।
৪। মাধৱদেৱৰ ৰচনাৱলীৰ ভিতৰত শ্ৰেষ্ঠ কি?
(ক) নামঘোষা
(খ) কীৰ্তনঘোষা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নামঘোষা ।
৫। মাধৱদেৱৰ নাটকেইখনৰ ভিতৰত কোনখন নাটৰ বাহিৰে বাকীকেইখনক ঝুমুৰা বোলে?
(ক) পিম্পৰা গুচোৱা
(খ) ভোজন বিহাৰ
(গ) অৰ্জুন ভঞ্জন
উত্তৰ- (গ) অৰ্জুন ভঞ্জন ।
৬। সুৰভী শব্দৰ অৰ্থ কি?
(ক) গাই গৰু
(খ) গৰুৰ পোৱালি
(গ) আনন্দ
উত্তৰ- (খ) গৰুৰ পোৱালি ।
৭। বিনোদ শব্দৰ অৰ্থ কি?
(ক) চৰায়
(খ) ত্যাগ কৰে
(গ) আনন্দ
উত্তৰ- (গ) আনন্দ ।
৮। তিনিখন ভূৱনৰ সমাহাৰ ইয়াক এটা শব্দত প্ৰকাশ কৰিলে কি হব?
(ক) ত্ৰিভূৱন
(খ) নবৰত্ন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ত্ৰিভূৱন ।
৯। তেজয় শব্দৰ অৰ্থ কি?
(ক) আনন্দত
(খ) ত্যাগ কৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ত্যাগ কৰে ।
১০। নোহন্ত শব্দৰ অৰ্থ কি?
(ক) চৰায়
(খ) আনন্দ
(গ) নহয়
উত্তৰ- (গ) নহয় ।
১১। তিনিটা নয়ন যাৰ ?
(ক) ত্ৰিভূৱন
(খ) ত্ৰিনয়ন
(গ) এটাও নহয়
উত্তৰ- (খ) ত্ৰিনয়ন ।
১২। চাৰিটা আলিৰ সংগমস্থল ?
(ক) চাৰিআলি
(খ) তিনিআলি
(গ) এটাও নহয়
উত্তৰ- (ক) চাৰিআলি ।
১৩। চাৰে শব্দৰ অৰ্থ কি ?
(ক) চোৱা
(খ) চাইছিল
(গ) চৰায়
উত্তৰ- (গ) চৰায় ।
১৪। ধেনু শব্দৰ অৰ্থ কি ?
(ক) ধেনুকাৰ
(খ) গৰু
(গ) গাই গৰু
উত্তৰ- (গ) গাই গৰু ।
১৫। আৰা শব্দৰ অৰ্থ কি ?
(ক) তেওঁলোক
(খ) এওঁলোক
(গ) সিহঁত
উত্তৰ- (খ) এওঁলোক ।
১৬। মাধৱদেৱৰ কিমান চনত মৃত্য়ু হৈছিল ?
(ক) ১৪৮৯ চনত
(খ) ১৫৯৬ চনত
(গ) ১৬৮৭ চনত
উত্তৰ- (খ) ১৫৯৬ চনত ।
১৭। বৰগীতটিৰ ৰাগ কি ?
(ক) ভাটিয়ালী
(খ) ব্ৰজাৱলী
(গ) এটাও নহয়
উত্তৰ- (ক) ভাটিয়ালী ।
১৮। মাধৱদেৱৰ গুৰু কোন আছিল ?
(ক) মহাপুৰুষ শংকৰদেৱ
(খ) ভট্টদেৱ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) মহাপুৰুষ শংকৰদেৱ ।
১৯। কবিতাটোত ক’ত যোৱা কথা কৈছে ?
(ক) গকুল
(খ) বৃন্দবন
(গ) ঘৰলৈ
উত্তৰ- (খ) বৃন্দবন ।
২০। মাধৱদেৱৰ ৰচনাৰীতি ৰূপ অনুসৰি কেইটা ভাগত ভগাব পাৰি ?
(ক) দুটা ভাগত
(খ) তিনিটা ভাগত
(গ) চাৰিটা ভাগত
উত্তৰ- (গ) চাৰিটা ভাগত ।
Post ID: DABP006819
0 Comments