লংকাৰ সম্বাদ কি

১। এই পাঠটোত উল্লেখ কৰা ওচৰা-উচৰি গাওঁ দুখনৰ নাম কি?

(ক) বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ

(খ) মৰিগাওঁ আৰু ৰজাগাওঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ ।

২। এই পাঠটিৰ লেখক কোন?

(ক) মিত্ৰদেৱ মহন্ত

(খ) ভোলানাথ দাস

(গ) নৱকান্ত বৰুৱা

উত্তৰ- (খ) ভোলানাথ দাস ।

৩। এই পাঠটিৰ লেখক জনৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৫৫ চনত

(খ) ১৯৯৯ চনত

(গ) ১৮৫৮ চনত

উত্তৰ- (গ) ১৮৫৮ চনত ।

৪। তেখেতৰ ক’ত জন্ম হৈছিল?

(ক) যোৰহাটত

(খ) নগাঁৱত

(গ) লক্ষ্মীমপুৰত

উত্তৰ- (খ) নগাঁৱত ।

৫। তেখেতৰ কি মাহত জন্ম হৈছিল?

(ক) জানুৱাৰী মাহত

(খ) ফেব্ৰুৱাৰী মাহত

(গ) জুলাই মাহত

উত্তৰ- (গ) জুলাই মাহত ।

৬। তেখেতৰ পিতৃৰ নাম  কি আছিল?

(ক) নৱকান্ত বৰুৱা

(খ) বাপীৰাম দাস

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বাপীৰাম দাস ।

৭। তেখেতৰ মাতৃৰ নাম কি আছিল?

(ক) পদ্মাৱতী

(খ) ভদ্ৰেশ্বৰী দাস

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পদ্মাৱতী ।

৮। তেখেতে কিমান চনত নগাঁৱৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়?

(ক) ১৮৮৮ চনত

(খ) ১৮৭৯ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ১৮৭৯ চনত ।

৯। দৈৱাৎ শব্দৰ অৰ্থ কি?

(ক) অকস্মাৎ

(খ) দুৱাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অকস্মাৎ ।

১০। কুৎসা শব্দৰ অৰ্থ কি?

(ক) কুৎচিত

(খ) বদনাম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বদনাম ।

১১। বেনাৰ গাওঁ আৰু কুমাৰী গাওঁ দুখন কেনেকুৱা আছিল ?

(ক) মিল আছিল

(খ) মিল নাছিল

(গ) বুজা-বুজি আছিল

উত্তৰ- (খ) মিল নাছিল।

১২। বৈদাৎ গাওঁ দুখনৰ মাজত কি হ’ল ? 

(ক) ডাঙৰ কাজিয়া

(খ) দুয়োখন গাওঁৰ লৰা-ছোৱালীৰ মাজত বিয়া

(গ) একো হোৱা নাছিল

উত্তৰ- (খ) দুয়োখন গাওঁৰ লৰা-ছোৱালীৰ মাজত বিয়া ।

১৩। বান্দৰবিলাক কাৰ লগত লংকালৈ গৈছিল ?

(ক) ৰামৰ লগত

(খ) কুমাৰীগঞাৰ লগত

(গ) বুঢ়াবিলাকৰ লগত

উত্তৰ- (ক) ৰামৰ লগত ।

১৪। আদহীয়াবিলাকে উত্তৰ দিলে নে ?

(ক) দিলে

(খ) নিদিলে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) দিলে ।

১৫। ডেকাসকলে কুমাৰীগঞাহঁতক কি বুলি কোৱাত বাট এৰি দিলে ?

(ক) উত্তৰ সভাস্থলত দিম

(খ) মই দুখীয়া মানুহ

(গ) এটাও নহয়

উত্তৰ- (ক) উত্তৰ সভাস্থলত দিম ।

১৬। লংকালৈ গৈ কিছু সোণ আনোতে তেওংলোকৰ দুখ নাইকিয়া হ’ল নে ?

(ক) হ’ল

(খ) নহ’ল

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) হ’ল ।

১৭। ভোলানাথ দাসৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৮৯৬ চনত

(খ) ১৯৫৫ চনত

(গ) ১৮৫৮ চনত

উত্তৰ- (গ) ১৮৫৮ চনত ।

১৮। নিমিত্তে শব্দৰ অৰ্থ কি ?

(ক) দুৰ্নাম

(খ) কাৰণে

(গ) বাধা

উত্তৰ- (খ) কাৰণে ।

১৯। আলহ-দুলহকৈ শব্দৰ অৰ্থ কি ?

(ক) কাজিয়া

(খ) দন্দ

(গ) আদৰ-সাদৰকৈ

উত্তৰ- (গ) আদৰ-সাদৰকৈ ।

২০। দৈৱাৎ শব্দৰ অৰ্থ কি ?

(ক) হঠাৎ

(খ) নিন্দা

(গ) বদনাম

উত্তৰ- (ক) হঠাৎ ।

Type - Boby Bora