মহৰ্ষি টলষ্টয়

১। টলষ্টয়ৰ সম্পূৰ্ণ নাম কি?

(ক) কাউন্ট নিকোলেভিচ টলষ্টয়

(খ) টলষ্টয় বৈশ্য

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কাউন্ট নিকোলেভিচ টলষ্টয় ।

২। টলষ্টয় কেনেকুৱা প্ৰকৃতিৰ লোক আছিল?

(ক) দুষ্ট প্ৰকৃতিৰ

(খ) ভাবুক প্ৰকৃতিৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভাবুক প্ৰকৃতিৰ ।

৩। তেখেত সৰুতেই পিতৃ-মাতৃ হেৰুওৱাত তেখেতক কোনে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল?

(ক) তেখেতৰ বুঢ়ীমাকে

(খ) তেখেতৰ ককাকে

(গ) তেখেতৰ খুৰীয়েকে

উত্তৰ- (গ) তেখেতৰ খুৰীয়েকে ।

৪। তেখেতৰ খুড়ীয়েকৰ পৰীয়ালটো কেনেকুৱা আছিল?

(ক) যৌথ পৰিয়াল

(খ) একক পৰিয়াল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) যৌথ পৰিয়াল ।

৫। ধনী-পৰীয়ালত জন্মগ্ৰহণ কৰিও তেখেতে কেনেকৈ জীৱন কটাইছিল?

(ক) ৰজাৰ দৰে

(খ) প্ৰজাৰ দৰে

(গ) ঋষি-মুনিৰ দৰে

উত্তৰ- (গ) ঋষি-মুনিৰ দৰে ।

৬। টলষ্টয়ৰ জন্ম কত হৈছিল?

(ক) কলিকতাত

(খ) য়াচনায়া পোলিয়ানা নামৰ এখন ঠাইত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) য়াচনায়া পোলিয়ানা নামৰ এখন ঠাইত ।

৭। যুদ্ধ আৰু শান্তি নামৰ কালজয়ী গ্ৰন্থ খন কোনে ৰচনা কৰিছিল?

(ক) টলষ্টয়ে

(খ) লক্ষ্মীনাথ বেজবৰুৱাই

(গ) নৱকান্ত বৰুৱাই

উত্তৰ- (ক) টলষ্টয়ে ।

৮। ধৰ্ম শব্দৰ বিপৰীত অৰ্থ কি?

(ক) ধৰ্মীয়

(খ) অধৰ্ম

(গ) ধৰ্মাৱলী

উত্তৰ- (খ) অধৰ্ম ।

৯। শান্তি শব্দৰ বিপৰীত অৰ্থ কি?

(ক) অশান্তি

(খ) শান্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অশান্তি ।

১০। জীৱন শব্দৰ বিপৰীত অৰ্থ কি?

(ক) জীৱন গাঁথা

(খ) মৰন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মৰন ।

১১। তেখেতে মুখত কি লৈ জন্মগ্ৰহণ কৰিছিল?

(ক) সোণৰ চামুচ

(খ) ৰূপৰ চামুচ

(গ) ষ্টীলৰ চামুচ

উত্তৰ- (ক) সোণৰ চামুচ ।

১২। তেখেতে কি বিদ্যালয়ত আইন পঢ়ে?

(ক) কটন মহাবিদ্যালয়ত

(খ) কাজান বিশ্ববিদ্যালয়ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কাজান বিশ্ববিদ্যালয়ত ।

১৩। পালিকুছকা নামৰ উল্লেখযোগ্য গ্ৰন্থখনৰ ৰচক কোন?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) নৱকান্ত বৰুৱা

(গ) মহৰ্ষি টলষ্টয়

উত্তৰ- (গ) মহৰ্ষি টলষ্টয় ।

১৪। টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য কি আছিল?

(ক) টকা-পইছা ঘটা

(খ) মানৱসেৱা কৰা

(গ) চোৰ কৰা

উত্তৰ- (খ) মানৱসেৱা কৰা ।

১৫। ধনী শব্দৰ সমাৰ্থক শব্দ কি?

(ক) চহকী

(খ) দুখীয়া

(গ) প্ৰজা

উত্তৰ- (ক) চহকী ।

১৬। ধনী শব্দৰ বিপৰীত অৰ্থ কি?

(ক) চহকী

(খ) ৰজা

(গ) দুখীয়া

উত্তৰ- (গ) দুখীয়া ।

১৭। কৰ্ম থকা নথকা লৈ ক্ৰিয়াপদক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক) ৩ টা

(খ) ২ টা

(গ) ৫ টা

উত্তৰ- (খ) ২ টা ।

১৮। অকৰ্মক ক্ৰিয়া কাক বোলে?

(ক) কৰ্ম নথকা ক্ৰিয়াক

(খ) কৰ্ম থকা ক্ৰিয়াক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কৰ্ম নথকা ক্ৰিয়াক ।

১৯। সকৰ্মক ক্ৰিয়া কাক বোলে?

(ক) কৰ্ম নথকা ক্ৰিয়াক

(খ) কৰ্ম থকা ক্ৰিয়াক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কৰ্ম থকা ক্ৰিয়াক ।

২০। স্বাৰ্থ শব্দৰ বিপৰীত অৰ্থ কি?

(ক) নিস্বাৰ্থ

(খ) স্বাৰ্থপৰ

(গ) স্বাৰ্থ

উত্তৰ- (ক) নিস্বাৰ্থ ।

Type - Boby Bora