ঢোঁৰা কাউৰী আৰু টিপচী চৰাই

১। ঢোঁৰা কাউৰী আৰু টিপচী চৰাই মাজত কি সম্পৰ্ক আছিল?

(ক) সখি

(খ) ভাই-ভনী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সখি ।

২। বুঢ়ীজনীয়ে ৰ’দত কি মেলি দিছে?

(ক) কাপোৰ

(খ) সিজোৱা ধান

(গ) তামোল

উত্তৰ- (খ) সিজোৱা ধান ।

৩। ঢোঁৰা কাউৰী আৰু টিপচী চৰাই পাঠটোৰ ৰচক কোন?

(ক) নৱকান্ত বৰুৱা

(খ) মিত্ৰদেৱ মহন্ত

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰ- (গ) লক্ষ্মীনাথ বেজবৰুৱা ।

৪। এই পাঠটোৰ ৰচক জনৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৬৪ চনত

(খ) ১৯০২ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৮৬৪ চনত ।

৫। তেখেতৰ ক’ত জন্ম হৈছিল?

(ক) যোৰহাটত

(খ) নগাঁৱৰ ওচৰৰ লুইতৰ বুকুত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নগাঁৱৰ ওচৰৰ লুইতৰ বুকুত ।

৬। তেখেতৰ পিতৃৰ নাম কি আছিল?

(ক) দীননাথ বেজবৰুৱা

(খ) ৰামনাথ বেজবৰুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) দীননাথ বেজবৰুৱা ।

৭। তেখেতৰ মাতৃৰ নাম কি আছিল?

(ক) শান্তিপ্ৰিয়া হাজৰীকা

(খ) থানেশ্বৰী বেজবৰুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) থানেশ্বৰী বেজবৰুৱা ।

৮। তেখেতে কিমান চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়?

(ক) ১৮৮২ চনত

(খ) ১৯২২ চনত

(গ) ১৮৮৬ চনত

উত্তৰ- (গ) ১৮৮৬ চনত ।

৯। তেখেতে ক’ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?

(ক) কলকাতাৰ পৰা

(খ) মুম্বাইৰ পৰা

(গ) চেন্নাইৰ পৰা

উত্তৰ- (ক) কলকাতাৰ পৰা ।

১০। তেখেত কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হয়?

(ক) ১৯৯৯ চনত

(খ) ১৯২৪ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ১৯২৪ চনত ।

১১। তাকৰ শব্দৰ অৰ্থ কি?

(ক) ডেউকা

(খ) আহাৰ কৰা কাম

(গ) অলপ

উত্তৰ- (গ) অলপ ।

১২। কাউৰীয়ে ম’হৰ ওচৰলৈ কিয় গৈছিল?

(ক) পানী খুজিবলৈ

(খ) শিং খুজিবলৈ

(গ) গাখীৰ খুজিবলৈ

উত্তৰ- (খ) শিং খুজিবলৈ ।

১৩। মহৰ কথা শুনি কাউৰীয়ে কাৰ ওচৰলৈ গৈছিল?

(ক) কুকুৰৰ ওচৰলৈ

(খ) সাগৰৰ ওচৰলৈ

(গ) বুঢ়ীৰ ওচৰলৈ

উত্তৰ- (ক) কুকুৰৰ ওচৰলৈ ।

১৪। কুকুৰে কি খাই ম’হ মাৰি দিব পাৰিব বুলি কাউৰীক কৈছিল?

(ক) পানী খাই

(খ) গাখীৰ খাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গাখীৰ খাই ।

১৫। কাউৰীয়ে কাৰ ওচৰলৈ গাখীৰ বিচাৰি গৈছিল?

(ক) ম’হৰ ওচৰলৈ

(খ) সাগৰৰ ওচৰলৈ

(গ) গাইৰ ওচৰলৈ

উত্তৰ- (গ) গাইৰ ওচৰলৈ ।

১৬। সাগৰ শব্দটোৰ সমাৰ্থক শব্দ কি?

(ক) বাৰিধি

(খ) পানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বাৰিধি ।

১৭। ভোজন শব্দৰ অৰ্থ কি?

(ক) ডেউকা

(খ) আহাৰ কৰা কাম

(গ) অলপ

উত্তৰ- (খ) আহাৰ কৰা কাম ।

১৮। ডৌকা শব্দৰ অৰ্থ কি?

(ক) আহাৰ কৰা কাম

(খ) অলপ

(গ) ডেউকা

উত্তৰ- (গ) ডেউকা ।

১৯। লক্ষ্মীনাথ বেজবৰুৱাৰ কিমান চনত মৃত্যু হয়?

(ক) ১৯৩৮ চনত

(খ) ১৯২৬ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ১৯৩৮ চনত ।

২০। তেখেতৰ কিমান তাৰিখে মৃত্যু হয়?

(ক) ৬ জানুৱাৰীত

(খ) ২৬ মাৰ্চত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ২৬ মাৰ্চত ।

Type - Boby Bora 


Post ID: DABP006861