অসমৰ সত্ৰ অনুষ্ঠান

১। অসমীয়া সমাজলৈ মহাপুৰুষ শংকৰদেৱৰ এক উল্লেখযোগ্য অৱদান কি?

(ক) সত্ৰানুষ্ঠান

(খ) বিবাহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সত্ৰানুষ্ঠান ।

২। সত্ৰৰ মুখ্য অনুষ্ঠান কি?

(ক) মছজিদ

(খ) নামঘৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নামঘৰ ।

৩। সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহক জনক কি বুলি কোৱা হয়?

(ক) ভকত

(খ) বৈষ্ণৱ

(গ) সত্ৰাধিকাৰ

উত্তৰ- (গ) সত্ৰাধিকাৰ ।

৪। শংকৰদেৱে ক’ ত প্ৰথমতে সত্ৰৰ সূত্ৰপাত কৰিছিল?

(ক) বৰদোৱাত

(খ) বৰপেটাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বৰদোৱাত ।

৫। সূত্ৰপাত শব্দৰ অৰ্থ কি?

(ক) সত্ৰৰ ভকত আদি থকা ঘৰৰ লানি

(খ) পৰাচিত

(গ) কোনো কাৰ্যৰ আৰম্ভণ বা আয়োজন

উত্তৰ- (গ) কোনো কাৰ্যৰ আৰম্ভণ বা আয়োজন ।

৬। জঞ্জাল শব্দৰ অৰ্থ কি?

(ক) হুলস্থূল

(খ) বাধা নথকা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হুলস্থূল ।

৭। জঞ্জাল শব্দৰ বিপৰীত অৰ্থ কি?

(ক) হুলস্থূল

(খ) নিজঞ্জাল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিজঞ্জাল ।

৮। ধৰ্ম শব্দৰ বিপৰীত অৰ্থ কি?

(ক) ধৰ্মীয়

(খ) জ্ঞানী

(গ) অধৰ্ম

উত্তৰ- (গ) অধৰ্ম ।

৯। জ্ঞান শব্দৰ বিপৰীত অৰ্থ কি?

(ক) অজ্ঞান

(খ) অধৰ্ম

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অজ্ঞান ।

১০। প্ৰয়োজন শব্দৰ বিপৰীত অৰ্থ কি?

(ক) প্ৰয়োজনীয়

(খ) লাগতিয়াল

(গ) অপ্ৰয়োজন

উত্তৰ- (গ) অপ্ৰয়োজন ।

১১। সত্ৰানুষ্ঠানসমূহ কোনে অসমীয়া সমাজলৈ অৱদান হিচাপে আগবঢ়াইছিল ?

(ক) মাধৱদেৱে

(খ) শংকৰদেৱে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শংকৰদেৱে ।

১২। শংকৰদেৱে ক’ত প্ৰথম সূত্ৰৰ সূত্ৰপাত কৰিছিল ?

(ক) মাজুলীত

(খ) বৰপেটাত

(গ) বৰদোৱাত

উত্তৰ- (গ) বৰদোৱাত ।

১৩। সত্ৰ মুখ্য় অনুষ্ঠান কি ?

(ক) নামঘৰ

(খ) মন্দিৰ

(গ) সত্ৰ

উত্তৰ- (ক) নামঘৰ ।

১৪। শংকৰদেৱৰ জন্ম ক’ত হৈছিল ?

(ক) নগাওঁত

(খ) কুহঁতলিত

(গ) বৰদোৱাৰ আলিপুখুৰীত

উত্তৰ- (গ) বৰদোৱাৰ আলিপুখুৰীত ।

১৫। সত্ৰৰ মুখ্য় কাৰ্যনিৰ্বাহকজনক কি বোলা হয় ?

(ক) সত্ৰৰুৱা

(খ) সত্ৰাধিকাৰ

(গ) সত্ৰঘৰুৱা

উত্তৰ- (খ) সত্ৰাধিকাৰ ।

১৬। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ সুবিধাৰ কাৰণে কি সৃষ্টি কৰিছিল ?

(ক) কীৰ্ত্তন

(খ) ভাওনা

(গ) নাম-ঘোষা

উত্তৰ- (খ) ভাওনা ।

১৭। কোনে সমগ্ৰ অসমৰ মানুহক একতাৰ দোলেৰে বান্ধি থৈ গৈছে ?

(ক) শংকৰদেৱে

(খ) মাধৱদেৱে

(গ) লক্ষ্মীনাথ বেজবৰুৱাই

উত্তৰ- (ক) শংকৰদেৱে ।

১৮। প্ৰায়শ্চিত্ত শব্দৰ অৰ্থ কি ?

(ক) অবাধ

(খ) পৰাচিত

(গ) হুলস্থূল

উত্তৰ- (খ) পৰাচিত ।

১৯। অব্য়াহত শব্দৰ অৰ্থ কি ? 

(ক) অবাধ

(খ) বাধা নথকা

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

২০। পাচনি শব্দৰ সন্ধি ভাঙিলে হ’ব ?

(ক) পচ+আনি

(খ) পাচ+অনি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পচ+আনি ।

Type - Boby Bora


Post ID: DABP006859