Chapter- 10

1. শিৱ সিংহ কি ব্য়ক্তি আছিল?

ক) কৰ্মিক

খ) ধাৰ্মিক

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ধাৰ্মিক।


2. ৰুদ্ৰসিংহৰ কেইজন পুত্ৰ?

ক) পাঁচজন

খ) তিনিজন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পাঁচজন।


3. শৰণ মানে কি?

ক) সেৱা জনোৱা

খ) দীক্ষা লোৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দীক্ষা লোৱা।


4. শিৱ সিংহৰ পত্নী কোন?

ক) ফুলেশ্বৰী

খ) ফুলমতী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ফুলেশ্বৰী।


5. ফুলেশ্বৰী এগৰাকী কি শিল্পী আছিল?

ক) নৃত্য় শিল্পী

খ) গায়িকা

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) নৃত্য় শিল্পী।


6. ফুলমতী কি নামেৰে সকলোৰে মাজত জনাজাত আছিল?

ক) নাচনী নামেৰে

খ) নৃত্য় শিল্পী নামেৰে

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) নাচনী নামেৰে।


7. শিৱ সিংহই নৃত্য় আৰু কিহত মুদ্ধ হৈ ফুলমতীক বিয়া কৰাইছিল?

ক) ৰূপত

খ) গুণত

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ৰূপত।


8. ফুলমতীক ফুলেশ্বৰী নাম দি শিৱ সিংহই নিজৰ কি পাতিছিল?

ক) বৰকুঁৱৰী

খ) লগৰীয়া

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বৰকুঁৱৰী।


9. শ্ৰীমন্ত শংকৰদেৱে কি প্ৰচাৰ কৰিছিল?

ক) এক শৰণ নামধৰ্ম

খ) বৈষ্ণৱ ধৰ্ম

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) এক শৰণ নামধৰ্ম।


10. ক’ত ফুলেশ্বৰীয়ে পঢ়াশালি খন প্ৰতিষ্ঠা কৰিছিল?

ক) ৰংপুৰত

খ) গুৱাহাটীত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰংপুৰত।


11. ৰংপুৰত ফুলেশ্বৰীয়ে প্ৰতিষ্ঠা কৰা পঢ়াশালিখন কি নামেৰে জনাজাত হৈ পৰিছিল? 

ক) বৰৰজা পঢ়াশালি

খ) ফুলমতী পঢ়াশালি

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) বৰৰজা পঢ়াশালি


12. কবিৰাজ চক্ৰৱৰ্তী নামৰ পণ্ডিতজনক কি নামৰ নাটকখন অসমীয়া পদ্য়লৈ ভাঙনি কৰিছিল?

ক) চিহ্নযাত্ৰা

খ) শতকুন্তলা

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) শতকুন্তলা।


13. ফুলেশ্বৰী কুঁৱৰী প্ৰথমতে কি নামেৰে পৰিছিত আছিল?

ক) ফুলমতী

খ) ফুলমাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ফুলমতী।


14. কিমান খ্ৰিষ্টাব্দত শিৱ সিংহই আহোম ৰাজপাটত আৰোহণ কৰিছিল?

ক) ১৭১৬

খ) ১৭১৪

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৭১৪।


15. পূজাৰ নিয়ম অনুসৰি কি বলি দিয়া হৈছিল?

ক) ছাগলী

খ) ম’হ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ গ) ওপৰৰ দুইটা হয়।


16. আৰোহণৰ পিছত কিমান খ্ৰিষ্টাব্দত জ্য়োতিষীসকলৰ গণনা মতে শিৱ সিংহৰ মনত শংকা হল যে অদূৰ ভৱিষ্য়তে তেওঁৰ বাবহে সময় শুভনহয়, অৰ্থাৎ তেওঁৰ বেয়া দিন সমাগত ? 

ক) ১৭৩৩

খ) ১৫২২

গ) ১৭২২

উত্তৰঃ গ) ১৭২২ ।


17. শসিৱ সিংহ আৰু ফুলেশ্বৰী কুঁৱৰীয়ে শৰণ লোৱা পণ্ডিতজনৰ নাম কি ? 

ক) কৃষ্ণৰাম ভট্ৰাচাৰ্য

খ) ৰুদ্ৰসিংহ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কৃষ্ণৰাম ভট্ৰাচাৰ্য


18. স্বৰ্গদেউ শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰী দুয়ো কাৰ ভক্ত আছিল ? 

ক) কালী দেৱীৰ

খ) দুৰ্গা দেৱীৰ

গ) লক্ষ্মী দেৱীৰ

উত্তৰঃ খ) দুৰ্গা দেৱীৰ।


19. শিৱ সিংহ কেনে ধৰনৰ ব্য়ক্তি আছিল ? 

ক) ধাৰ্মিক ব্য়ক্তি

খ) অধৰ্মিক ব্য়ক্তি

গ) বিশ্বাসি ব্য়ক্তি

উত্তৰঃ ক) ধাৰ্মিক ব্য়ক্তি


20. স্বৰ্গদেউ চুহুংমুঙৰ শাসনকালতো শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ অনুগামীসকলে কাৰ অত্য়াচাৰ ভোগ কৰিবলগীয়া হৈছিল ?  

ক) আহোম ৰজাৰ

খ) ল’ৰা ৰজাৰ

গ) আহোম ৰাজবংশৰ

উত্তৰঃ ক) আহোম ৰজাৰ


Type By- Raktima Saikia.