স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্বকালত আহোম আৰু মোগলৰ সম্পৰ্ক

Chapter- 3

1. কোনে আহোম সেনাপতি মুছলমানক আক্ৰমণ কৰাৰ নিৰ্দেশ দিছিল। 

ক) কছাৰী ৰজা

খ) প্ৰতাপসিংহই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) প্ৰতাপসিংহই।


2. সত্ৰাজিতক থানাদাৰ পাতি মুছলমান সৈন্য় কোনখন নদী পাৰ হৈ কলিয়াবৰ পাইছিল। 

ক) কলং নদী

খ) কৰতোৱা নদী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কলং নদী।


3. কোন নদীৰ পাৰত আহোমৰ সৈতে মুছলমানৰ মুখামুখি হয়। 

ক) কৰতোৱা নদী

খ) ভৰলী নদী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ভৰলী নদী।


4. মুছলমানৰ হাতৰপৰা উদ্ধাৰ কৰা ঠাইবোৰতে কোনে ছাউনি পাতিছিল। 

ক) মুছলমানসকলে

খ) আহোমসকলে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আহোমসকলে।


5. যুদ্ধ জয়ৰ আনন্দত প্ৰতাপসিংহই ক’লৈ গৈ ৰিকখ্বান উৎসৱ পাতিছিল।

ক) গুজৰাটলৈ

খ) ৰাজধানীলৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ৰাজধানীলৈ।


6. মুছলমানে কাৰ বুঢ়াগোহাঁইক বন্দী কৰিছিল।

ক) আহোমৰ

খ) মুছলমানৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আহোমৰ।


7. কাৰ লগত হোৱা যুদ্ধত মুছলমান হাৰি হাজো পাইছিলগৈ। 

ক) মোগলৰ লগত

খ) আহোমৰ লগত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আহোমৰ লগত।


8. কিমান চনত মুছলমানে পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণত থকা কোচহোজোৰ ৰজা ধৰ্মনাৰায়ণৰ দুৰ্গ আনৰোধ কৰিছিল। 

ক) ১৬২১

খ) ১৬১২

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) ১৬১২।


9. কিমান চনত আহোম স্বৰ্গদেউ প্ৰতাপসিংহই নিজেই মোগলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। 

ক) ১৬৫২

খ) ১৬৩৫

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৬৩৫।


10. সত্ৰাজিত আহোম-মুছলমান উভয়ৰে কি আৰু কি আছিল।

ক) আনিষ্টকাৰী

খ) অবিশ্বাসী

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ গ) ওপৰৰ দুইটা হয়।


11. কোচবিহাৰৰ ৰজা লক্ষ্মীনাৰায়ণেও মুছলমানৰ মধ্য়স্থতা কৰিবলৈ কাৰ ৰজা ওচৰলৈ বীৰ কাৰ্জি নামৰ এগৰাকী মন্ত্ৰী পঠিয়ালে। 

ক) মুছলমানৰ ৰজা

খ) আহোমৰ ৰজা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আহোমৰ ৰজা।


12. মুছলমানৰ কেইটা বৰটোপ, অৰ্ধশতক বন্দুক, অস্ত্ৰ-শস্ত্ৰ, ঘোঁৰা আদি আহোমে লাভ কৰিছিল। 

ক) ২০

খ) ১০

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১০।


13. পৰৱৰ্তী সময়ত কোনসকলক হাজোৰপৰা পিছুৱাই গৈ ভটকুছীত থাকিবলৈ লৈছিল। 

ক) আহোমসকলক

খ) মোগলসকলক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) মোগলসকলক।


14. বৰফুকন পদত অধিষ্ঠিত হৈয়ে সৰুচকুৱা গোহাঁয়ে ভটকুছীচত থকা কাৰ ওপৰত আক্ৰমণ কৰিছিল। 

ক) মোগলৰ

খ) আহোমৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মোগলৰ।


15. চামধৰাৰ দুৰ্গক কেন্দ্ৰ কৰি কিমান চনত আহগোম-মোগলৰ মাজত ভয়ানক সংঘৰ্ষ হৈছিল।

ক) ১৬৮৩

খ) ১৬৩৮

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৬৩৮।


16. দীৰ্ঘদিন ধৰি চলা যুদ্ধৰ অন্তত দুয়োপক্ষ সন্ধিৰ প্ৰস্তাৱত মান্তি হৈছিল । সেই উদ্দেশ্য়ে কিমান চনত আহোম-মোগলৰ মাজত সন্ধি হৈছিল । 

ক) ১৬৩৯

খ) ১৬৩৫

গ) ১৬২০

উত্তৰঃ ক) ১৬৩৯।


17. জনজাতীয়,পাহাৰীয়া ৰজাবোৰৰ সহযোগত আহোম সেনাই মোগলক খেদি নি কত পোৱাইছিলগৈ ।

ক) পাণ্ড, শৰাইঘাট আৰু আগিয়াঠুটিৰ পৰা খেদি নি হাজো পোৱাইছিলগৈ

খ) আগিয়াঠুটিৰ পৰা খেদি নি শৰাইঘাট পোৱাইছিলগৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ


18. মোগল বাহিনীয়ে আহোম ৰাজ্য়ৰ কিছু ঠাইঅধিকাৰ কৰিলে প্ৰতাপসিংহৰ কৰতলীয়া জমিদাৰ এৰি কোনে পলাই গৈছিল । 

ক) বীৰ কাৰ্জি

খ) স্বৰ্গদেউ

গ) চন্দ্ৰনাৰায়

উত্তৰঃ গ) চন্দ্ৰনাৰায়।


19. একেৰাহে কেইবাদিনো ধৰি চলা যুদ্ধত মোগল সেনা হাৰি কলৈ পিছুৱাই আহিছিল । 

ক) নগাঁও

খ) গুৱাহাটী

গ) হাজো

উত্তৰঃ খ) গুৱাহাটী।


20. কিমান চনত আহোম-মোগলৰ মাজত সন্ধি হৈছিল ।

ক) ১৬২২

খ) ১৫৩৮

গ) ১৬৩৯

উত্তৰঃ গ) ১৬৩৯।


Type By- Raktima Saikia.