চিহাবুদ্দিন তালিছৰ অসম বিৱৰণ 

 Chapter- 5

1. মিৰজুমলাৰ অসম আক্ৰমণ কৰিবলৈ আহা লেখকজনৰ নাম কি? 

ক) ঔৰংগজেৱ

খ) চিহাবুদ্দিন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চিহাবুদ্দিন।


2. চিহাবুদ্দিন তালিছে ৰচনা কৰা গন্থখনৰ নাম কি ? 

ক) ফাথিয়া-ই-ইব্ৰিয়া

খ) আকাশ ৰহস্য়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ


3. বংগদেশৰ উত্তৰ-পূব সীমাত কি আৱস্থিত ? 

ক) ভাৰত

খ) অসম

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অসম।


4. অসমৰ মাজেৰে সুবিশাল বৈ যোৱা নদীখনৰ নাম কি? 

ক) ব্ৰহ্মপুত্ৰ নদী

খ) বৰাক নদী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ব্ৰহ্মপুত্ৰ নদী।


5. কলিয়াবৰৰপৰা গড়গাঁওলৈ গোটেই অঞ্চলটোত মানুহৰ বসতি কি আৰু কিহেৰে পৰিপূৰ্ণ ? 

ক) অতি ঘন আৰু চাহ বাগিচাৰে পৰিপূৰ্ণ

খ) অতি ঘন আৰু ফল-মূলৰ বাগিচাৰে পৰিপূৰ্ণ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অতি ঘন আৰু ফল-মূলৰ বাগিচাৰে পৰিপূৰ্ণ।


6. l অসমৰ প্ৰধান খেতি কি?

ক) ধান

খ) মৰাপাত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ধান।


7. অসমৰ মাটিবোৰ সাৰুৱা আৰু পলসুৱা বাবে সহজে কি 

উৎপাদন কৰিব পাৰি ?

ক) সৰিয়হ

খ) ধান

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ধান।


8. ক’ত নিমখৰ বৰ দুৰ্লভ আছিল?

ক) ভাৰতত

খ) অসমত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অসমত।


9. কিহৰ সলনি অসমৰ মানুহে কলাখাৰ ব্য়ৱহাৰ কৰে?

ক) নিমখৰ সলনি

খ) চেনিৰ সলনি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) নিমখৰ সলনি


10. কোনবোৰ জীৱজন্তু বোৰৰ মঙহ বৰ সোৱাদযুক্ত?

ক) কুকুৰা

খ) ছাগলী

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ গ) ওপৰৰ দুইটা হয়।


11. কিহৰ প্ৰছলন অসমত একেবাৰে নাছিল?

ক) লোৰ

খ) তামৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) তামৰ।


12. কৰ স্বৰ্গদেউসকল সিংহাসনত বহিছিল ?

ক) ভাৰতৰ

খ) অসমৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অসমৰ।


13. অসমৰ সকলো মানুহে কিহেৰে ঘৰ সাজিছিল?

ক) কাঠ

খ) বাঁহ, খেৰেৰে

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ গ) ওপৰৰ দুইটা হয়।


14. অসমীয়াসকলে ঘৰ সাজোতে কি কি ব্য়ৱহাৰ নকৰিছিল?

ক) ইটা, বালি, শিল

খ) কাঠ, বাঁহ, খেৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ইটা, বালি, শিল।


15.ৰাজকাৰেঙৰ চাৰিবেৰৰ বাহিৰত এটা অতি বিতোপন আৰু পৰিস্কাৰ অট্টালিকাত কোন থাকে ?

ক) ৰজা

খ) ৰজাবিষয়া

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰজা।


16. ৰজাক সাক্ষাৎকাৰ কৰাৰ বাবে থকা ঘৰটেক সোলোং ঘৰ (হোলোংঘৰ) বোলা হৈছিল  এই ঘৰটোৰ দৈৰ্ঘ্য় কিমান ফুট আৰু প্ৰস্থ কিমান ফুট ?

ক) দৈৰ্ঘ্য় ১৩০ ফুট, প্ৰস্থ ৪০ ফুট

খ) দৈৰ্ঘ্য় ১২০ ফুট, প্ৰস্থ ৩০ ফুট

গ) দৈৰ্ঘ্য় ১২৫ ফুিট, প্ৰস্থ ২০ ফুট

উত্তৰঃ খ) দৈৰ্ঘ্য় ১২০ ফুট, প্ৰস্থ ৩০ ফুট।


17. ৰাজকাৰেঙৰ চাৰিওফালৰ বেৰ নানা ধৰণৰনক্সাৰে পৰিপূৰ্ণ এই ৰাজকাৰেঙটো কিমান হাজাৰ বনুৱাই এবছৰ ধৰি সাজি উলিয়াইছিল ?

ক) ১৫,০০০ হাজাৰ

খ) ২০,০০০ হাজাৰ

গ) ১২,০০০ হাজাৰ

উত্তৰঃ গ) ১২,০০০ হাজাৰ।


18. ৰাজপ্ৰাসাদৰ এমূৰে মুখামুখিকৈ থকা চাৰিটা খুঁঠাৰ প্ৰত্য়েকটো খুঁটাতে কেইটাকৈ আঙুঠি লগোৱা আছিল ? 

ক) ১২ টা

খ) ৬ টা

গ) ৯ টা

উত্তৰঃ গ) ৯ টা।


19. বালিৰ পৰা সোণ কমোৱা বৃত্তিটোৰ লগত অসমৰ প্ৰায় কিমান হাজাৰমান মানুহ নিয়োজিত হৈ আছিল ? 

ক) ১৫ / ১৬ হাজাৰমান

খ) ১২ / ১৩ হাজাৰমান

গ) ১০ / ১২ হাজাৰমান

উত্তৰঃ গ) ১০ / ১২ হাজাৰমান।


20. শিলৰ দুৱাৰ চাৰিখন প্ৰত্য়েকৰেপৰা ৰাজপ্ৰাসাদলৈ প্ৰায় কিমান ক্ৰোশ দৈৰ্ঘ্য়ৰ একোটাকৈ ওখ, বহল আৰু মজবুত পথ আছিল ? 

ক) ৩ ক্ৰোশ

খ) ১২ ক্ৰোশ

গ) ৫ ক্ৰোশ

উত্তৰঃ ক) ৩ ক্ৰোশ।


Type By- Raktima Saikia.