আতন বুঢ়াগোহাঁই

Chapter- 7

1. ইতিহাসৰ এজন অন্য়তম শক্তিশালী ব্য়ক্তি কোন?

ক) ঔৰংজেৱ

খ) আতন বুঢ়াগোহাঁই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আতন বুঢ়াগোহাঁই।


2.উক্ত সন্ধিখনৰ নাম কি আছিল?

ক) ঘিলাধাৰীঘাটৰ

খ) ঘিলাধাৰ সন্ধি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঘিলাধাৰীঘাটৰ।


3. জয়ধ্বজ সিংহৰ পিছত আহোম ৰাজ্য়ৰ ৰজা কোন আছিল?

ক) ঔৰংজেৱ

খ) চক্ৰধ্বজ সিংহ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চক্ৰধ্বজ সিংহ।


4. কাৰ পৰামৰ্শ মানি চক্ৰধ্বজ সিংহই যুদ্ধৰ আয়োজন কৰি সফল হ’ব পাৰিছিল?

ক) জয়ধ্বজ সিংহৰ

খ) বুঢ়াগোঁহাইৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বুঢ়াগোঁহাইৰ।


5. শৰাইঘাটৰ যুদ্ধৰ আগে আগে হোৱা আলাবৈত আহোম আৰু কাৰ মাজত এখন যুদ্ধ হৈছিল?

ক) মোগলৰ

খ) আহোমৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) মোগলৰ।


6. শৰাইঘাটৰ যুদ্ধৰ পাছতেই কাৰ ৰাজত্বকালত সিংহাসনৰ উত্তৰাধিকাৰীক লৈ সংকট কাল আৰম্ভ হৈছিল?

ক) মোগলৰ

খ) আহোমৰ

গ) ওপৰৰ এটও নহয়

উত্তৰঃ খ) আহোমৰ।


7. কিমান খ্ৰি.ৰ পৰা কিমান খ্ৰি.লৈ প্ৰায় আঠ বছৰত ছয়জন আহোম ৰজা সলনি হৈছিল?

ক) ১৬৭৩ৰ পৰা ১৬৮১ লৈ

খ) ১৬৭৩ৰ পৰা ১৮৬২ লৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৬৭৩ৰ পৰা ১৬৮১ লৈ।


8. অশান্ত ৰাজধানীত পুনৰ শান্তি স্থাপনৰ বাবে কোনে শপত লৈছিল?

ক) চক্ৰধ্বজ সিংহই

খ) বুঢ়াগোঁহাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বুঢ়াগোঁহাই।


9. ৰাজসিংহাসনৰ প্ৰতি শ্ৰদ্ধা আৰু কি জনাই ৰাজপদ লবলৈ বুঢ়াগোঁহাই আমান্তি হৈছিল?

ক) অসন্মান

খ) সন্মান

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সন্মান।


10. জয়ধ্বজ সিংহই কি এৰি পলাইছিল? 

ক) ৰাজধানী

খ) গুৱাহাটী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰাজধানী।


11. কোনে মোগলক আক্ৰমণ কৰিবলৈ লাচিতক নিৰ্দেশ দিছিল?

ক) চক্ৰধ্বজ সিংহই

খ) জয়ধ্বজ সিংহই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) চক্ৰধ্বজ সিংহই।


12. মোগলে আহোম ৰাজ্য় আক্ৰমণ কৰিবলৈ কিমান বছৰ  সাহস কৰিব পৰা নাছিল?

ক) ১ বছৰ

খ) বহু বছৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বহু বছৰ।


13. মোগলক পৰাস্ত কৰিবলৈ কাক অনুপ্ৰেৰণা যোগাইছিল?

ক) আহোম সৈন্য়ক

খ) মোগল সৈন্য়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আহোম সৈন্য়ক।


14. চামধৰা যুদ্ধত কি নৈ মুখত প্ৰথম অৱস্থাত নৌ যুদ্ধত তেওঁ সফল হৈছিল?

ক) ভৰলী নৈ

খ) কপিলী নৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ভৰলী নৈ।


15. মিৰজুমলাই কি দখল কৰি লৈছিল?

ক) গড়গাঁও

খ) গৰগাঁও

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) গড়গাঁও।


16. কাক ৰজা হ’বলৈ ৰাজবিষয়াসকলে বাৰে বাৰে অনুৰোধ কৰিছিল ?

ক) ডেবেৰা

খ) বুঢ়াগোহাঁয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বুঢ়াগোহাঁয়।


17. ডেবেৰা বৰবৰুৱাৰ কবলৰপৰা গড়গাঁৱক ৰক্ষা কৰি শান্তি স্থাপনৰ চেষ্টা চলি থকাৰ সময়তে লালুকসোলা বৰফুকনে কাৰ বিৰুদ্ধে মূৰ দাঙি উঠিছিল ?

ক) বুঢ়াগোহাঁয়

খ) চক্ৰধ্বজ সিংহ

গ) ডেবেৰা

উত্তৰঃ গ) ডেবেৰা।


18. লালুকসোলাই ষড়যন্ত্ৰ কৰি গুৱাহাটী মোগলক এৰি দিছিল আৰু অন্য়কেবাজনো বিষয়াৰ লগত আতন বুঢ়াগোহাঁইক কত বন্দী কৰি হত্য়া কৰিছিল ? 

ক) গড়গাঁওত

খ) শৰাইঘাটত

গ) কলিয়াবৰত

উত্তৰঃ গ) কলিয়াবৰত


19. বাৰীৰ ভিতৰৰ পুখুৰী সিচোঁতেও কেইটা মানুহক শিঙিয়ে বিন্ধে  ? 

ক) ৮ টা

খ) ৫ টা

গ) ১০ টা

উত্তৰঃ গ) ১০ টা।


20. আহোম সৈন্য়ৰ উপযুক্ত কিহৰ অভাৱত বুঢ়াগোহাঁয়ে চামধৰা কোঠ এৰি পিছুৱাই আহিবলৈ বাধ্য় হৈছিল ?  

ক) হাতীৰ অভাবত

খ) ঘোঁৰাৰ অভাবত

গ) অস্ত্ৰ-শস্ত্ৰৰ অভাবত

উত্তৰঃ গ) অস্ত্ৰ-শস্ত্ৰৰ অভাবত।


Type By- Raktima Saikia.