ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন

Chapter- 8

1. কিমান খ্ৰিষ্টাব্দত চৰাইদেউত ৰাজধানী পাতি স্বৰ্গদেউ চুকাফাই অসমত আহোম শাসনৰ পাতনি মেলিছিল?

ক) ১২৫৩

খ) ১২৩৫

গ) ওপৰৰ দুইটা হয়

 উত্তৰঃক) ১২৫৩।


2. কিমান খ্ৰিষ্টাব্দত উদয়াদিত্য় সিংহক তেওঁ ভায়েক চুক্লানফাই ষড়যন্ত্ৰ কৰি হত্য়া কৰে?

ক) ১৬৩৭

খ) ১৬৭৩

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৭৩।


3. উদয়াদিত্য় সিংহক বধ কৰি কোনে ৰামধ্বজ সিংহ নাম লৈ আহোম ৰাজ্য়ৰ ৰজা হয়? 

ক) ডেবেৰাই

খ) চুক্লানফাই

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) চুক্লানফাই।


4. চুজিনফাৰ পিছত কিমান খ্ৰিষ্টাব্দত চুডৈফা আহোম ৰাজ্য়ৰ ৰজা হয়?

ক) ১৬৭৭

খ) ১৭৬৬

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৭৭।


5. চুহুং নামৰ কোঁৱৰ এজনক কি পাতি জেবেৰাই ৰাজ ক্ষমতা নিজৰ হাততে ৰাখিলে?

ক) মালিক

খ) ৰজা

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ৰজা।


6. চুজিনফাৰ পিছত কিমান খ্ৰিষ্টাব্দত চুডৈফা আহোম ৰাজ্য়ৰ ৰজা হয়?

ক) ১৫৭৭

খ) ১৬৭৭

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৭৭।


7.  চুকাফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্য় শক্তিশালী আৰু কি ৰাজ্য় হিচাপে গঢ়ি উঠিছিল?

ক) ভাল

খ) বৃহৎ

গ) ওপুৰৰ দুইটা হয়.

উত্তৰঃ খ) বৃহৎ।


8. চুহুঙক হত্য়া কৰি ডেবেৰা বৰবৰুৱাই তুংখুঙীয়া ফৈদৰ গোবৰ নামৰ কোঁৱৰ এজনক কিমান খ্ৰিষ্টাব্দত ৰজা পাতিলে?

ক) ১৬৭৫ খ্ৰিষ্টাব্দত

খ) ১৬৫৭ খ্ৰিষ্টাব্দ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৬৭৫ খ্ৰিষ্টাব্দত।


9. কিমান খ্ৰিষ্টাব্দত লালুকসোলা বৰফুকনে মোগলক গুৱাহাটীখন এৰি দিছিল?

ক) ১৬৭৭

খ) ১৬৭৯

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৭৯।


10. গদাপাণিৰ পত্নীৰ নাম কি আছিল?

ক) জয়মতী

খ) ফুলমতী

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) জয়মতী।


11. কোনে নিজৰ স্বামীৰ বিষয়ে একো কথাই ব্য়ক্ত নকৰিলে?

ক) ফুলমতীয়ে

খ) জয়মতীয়ে

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) জয়মতীয়ে।


12. কিমান খ্ৰিষ্টাব্দৰ কি মাহত জেৰেঙা পথাৰতে জয়মতীয়ে শেষ নিঃশ্বাস পেলালে? 

ক) ১৬৮০ খ্ৰিষ্টাব্দৰ মে মাহত

খ) ১৬৮০ খ্ৰিষ্টাব্দৰ মাৰ্চ মাহত

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ১৬৮০ খ্ৰিষ্টাব্দৰ মাৰ্চ মাহত।


13. কিমান খ্ৰিষ্টাব্দৰ নৱেম্বৰ মাবত মাধৱ তামুলী আৰু নগঞা শইকীয়া ভোটাই ডেকা নামৰ দুজন লোকে লালুকসোলা বৰফুকনক হত্য়া কৰি তেওঁৰ অত্য়াৈচাৰ অন্ত পেলাইছিল? 

ক) ১৬৭৮

খ) ১৬৮০

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৬৮০।


14. চাওদাংসকলে জয়মতীক ক’লৈ মেটেকাৰ কাষৰীয়া দেৰেঙা পথাৰলৈ লৈ গ’ল?

ক) ৰাজধানী

খ) গুৱাহাটী

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ৰাজধানী।


15. গদাপাণিয়ে ৰজা হৈ কি নাম লৈছিল? 

ক) গদা সিংহ

খ) গদাধৰ সিংহ

গ) ওপৰপৰ দুইটা হয়

উত্তৰঃ খ) গদাধৰ সিংহ।


16. কিমান খ্কিষ্টাব্দত আহোম ডা-ডাঙৰীয়াসকলে ল’ৰা ৰজাক ক্ষমতাচ্য়ুত কৰি গদাপাণিক ৰজা পাতে ? 

ক) ১৬৩২

খ) ১৬৬৩

গ) ১৬৮১

উত্তৰঃ গ) ১৬৮১।


17. আহোম ৰজা চুক্লান্ফাৰ আন এটা নাম কি ?  

ক) চক্ৰধ্বজ সিংহ

খ) ৰামধ্বজ সিংহ

গ) গদাধৰ সিংহ

উত্তৰঃ খ) ৰামধ্বজ সিংহ।


18. লালুকসোলাই আহোম ৰাজপাটৰ বাবে উপযুক্ত কাক শাৰীৰিকভাৱে ঘূণীয়া কৰাৰ এক বিশেষ পৰিকল্পনা গ্ৰহন কৰে ? 

ক) ৰজাসকলক

খ) ৰাজকোঁৱৰসকলক

গ) ডা-ডাঙৰীয়াসকলক

উত্তৰঃ খ) ৰাজকোঁৱৰসকলক।


19. উল্লেখযোগ্য় যে নিচেই কম বয়সতে ৰজা হৈছিল বাবে চুলিক্ফাক কি নামেৰেহে জনাজাত হৈছিল ? 

ক) ৰজা

খ) লৰা ৰজা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) লৰা ৰজা।


20. চাওদাংহঁতে জয়মতীৰ ওপৰত অবৰ্ণনীয় অত্য়াচাৰ আৰম্ভ কৰি গাত কি পানী ঢালি দিছিল ? 

ক) গৰম পানী

খ) ঠাণ্ডা পানী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) গৰম পানী।


Type By- Raktima Saikia.