কীৰ্তিচন্দ্ৰ বৰবৰুৱা

Chapter- 9

1 . কাৰ্তিচন্দ্ৰ বৰবৰুৱা অসমৰ ইতিহাস এক জটিল আৰু কি চৰিত্ৰ?

ক) ভাল

খ) আকৰ্ষণীয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আকৰ্ষণীয়।


2. জীৱনৰ প্ৰথম ভাগত কাৰ্তিচন্দ্ৰৰ নামৰ কি আছিল?

ক) গন্ধলা

খ) গেন্ধেলা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) গেন্ধেলা।


3. গেন্ধেলাৰ পিতৃৰ নাম কি?

ক) ৰূপচন্দ্ৰ বৰবৰুৱা

খ) প্ৰেমচন্দ্ৰ বৰবৰুৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰূপচন্দ্ৰ বৰবৰুৱা।


4. কাৰ যুগৰ ইতিহাসত কীৰ্তিচন্দ্ৰক কেইবাটাও দোষত দোষাৰূপ কৰা হয়?

ক) আহোমৰ

খ) মোগলৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আহোমৰ।


5. কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন ক্ষমতাপ্ৰিয় আৰু কি ব্য়ক্তি আছিল?

ক) সন্মানকাৰী

খ) উচ্চাকাঙ্খী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) উচ্চাকাঙ্খী।


6. কীৰ্তিচন্দ্ৰৰ পিতৃ ৰূপচন্দ্ৰৰ পূৰ্বপুৰুষসকলে জলম বটি আৰু কি কাম কৰি জীৱিকা নিৰ্বাহ কৰিছিল?

ক) বেজিৰ

খ) বেজৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বেজিৰ।


7. ৰজাঘৰীয়া লোকৰ দোলাবোৰ সজাবলৈও কি ব্য়ৱহাৰ কৰা হৈছিল?

ক) জলম

খ) বেজিৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জলম।


8. ৰূপচন্দ্ৰ বৰবৰুৱাৰ মৃত্য়ুৰ পিছত স্বৰ্গদেউ শিৱ সিংহই কাক পদবীত নিযুক্ত কৰিছিল?

ক) স্বৰ্গদেৱ শৰ্মাক

খ) কীৰ্তিচন্দ্ৰক বৰবৰুৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কীৰ্তিচন্দ্ৰক বৰবৰুৱা।


9. বুৰঞ্জী পুথি জ্বলাই পেলোৱা ঘটনাটোৰ বাবে ৰাজ্য়জুৰি কোনে অতিকৈ অপ্ৰিয়ভাজন হৈ পৰে?

ক) ৰূপচন্দ্ৰ বৰবৰুৱা

খ) কীৰ্তিচন্দ্ৰ বৰবৰুৱা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কীৰ্তিচন্দ্ৰ বৰবৰুৱা।


10. ৰাজেশ্বৰ সিংহৰ মৃত্য়ুৰ পিছত কিমান খ্ৰিষ্টাব্দত তেওঁৰ ভাতৃ লক্ষ্মী সিংহ আহোম ৰাজ্য়ৰ ৰজা হয়?

ক) ১৭৬৯

খ) ১৭৬৮

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৭৬৯।


11. কোনে চকৰী ফেঁটী নামৰ বুৰঞ্জী পুথি এখন লিখিছিল?

ক) ৰূপচন্দ্ৰ বৰবৰুৱাই

খ) নুমলি বৰগোহাঁই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নুমলি বৰগোহাঁই।


12. কি তুলিবলৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এক বিশেষ সিদ্ধান্ত ল ‘লে? 

ক) সন্মানৰ পোতক

খ) অপমানৰ পোতক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অপমানৰ পোতক


13. কাৰ সিদ্ধান্তত ৰজা ৰাজেশ্বৰ সিংহইও সন্মতি জনালে?

ক) ৰূপচন্দ্ৰৰ

খ) কীৰ্তিচন্দ্ৰৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কীৰ্তিচন্দ্ৰৰ।


14. মোৱামৰীয়া সৈন্য়বাহিনীয়ে কোন ঠাই অধিকাৰ কৰিলে?

ক) ৰাজধানী ৰংপুৰ

খ) গুৱাহাটী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ৰাজধানী ৰংপুৰ।


15. স্বৰ্গদেউ সক্ষ্মী সিংহক ক’ত বন্দী কৰি ৰাছি থোৱা হৈছিল?

ক) জয়দৌলত

খ) শিৱদৌলত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জয়দৌলত।


16. কীৰ্তিচন্দ্ৰৰ পিতৃৰ নাম  কি আছিল ? 

ক) ৰাজেশ্বৰ সিংহ

খ) লক্ষ্মী সিংহ

গ) ৰূপচন্দ্ৰ বৰবৰুৱা

উত্তৰঃ গ) ৰূপচন্দ্ৰ বৰবৰুৱা।


17. ৰূপচন্দ্ৰ বৰুৱাৰ আন এটা নাম কি  ? 

ক) বুঢ়াগোহাঁই

খ) বকতিয়াল বৰবৰুৱা

গ) ৰাজেশ্বৰ সিংহ

উত্তৰঃ খ) বকতিয়াল বৰবৰুৱা।


18. অসমৰ ইতিহাসত কিমান খ্ৰিষ্টাব্দত আৰম্ভ হোৱা এই বিদ্ৰোহকেই ‘ মোৱামৰীয়া বিদ্ৰোহ ‘ নামেৰে জনা যায় ?

ক) ১৬৬৯

খ) ১৭৬৯

গ) ১৭৬৩

উত্তৰঃ খ) ১৭৬৯।


19. প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল ? 

ক) ১৭৯২

খ) ১৬৭৯

গ) ১৭৬৯

উত্তৰঃ গ) ১৭৬৯।


20. ৰাজেশ্বৰ সিংহৰ পত্নীৰ নাম কি আছিল ? 

ক) কুৰংগনয়ীন

খ) ৰাজেশ্বৰী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কুৰংগনয়ীন।


Type By- Raktima Saikia.