গুপ্ত সাম্ৰাজ্য

Chapter-4

(১) গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

ক) শ্ৰী গুপ্ত

খ) চন্দ্ৰ গুপ্ত

গ) দ্বিতীয় চন্দ্ৰ গুপ্ত

উত্তৰঃ ক) শ্ৰী গুপ্ত।


(২) শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?

ক) কান্ব বংশ

খ) মৌৰ্য্য বংশ

গ) গুপ্ত বংশ

উত্তৰঃ গ) গুপ্ত বংশ।


(৩) শ্ৰী গুপ্তই কি উপাধি লৈছিল ?

ক) মহাৰাজাৰাজ উপাধি

খ) মহাৰাজধিৰাজ উপাধি

গ) মহাৰাজ উপাধি

উত্তৰঃ গ) মহাৰাজ উপাধি।


(৪) ‘মহাৰাজধিৰাজ’ উপাধি কোনে লৈছিল ?

ক) শ্ৰী গুপ্তই

খ) চন্দ্ৰগুপ্তই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চন্দ্ৰগুপ্তই।


(৫) চন্দ্ৰগুপ্তই কিমান খ্ৰীষ্টাব্দত ৰজা হৈছিল ?

ক) ৩১০ খ্ৰীষ্টাব্দত

খ) ৩১৫ খ্ৰীষ্টাব্দত

গ) ৩২০ খ্ৰীষ্টাব্দত

উত্তৰঃ গ) ৩২০ খ্ৰীষ্টাব্দত।


(৬) কিমান খ্ৰীষ্টাব্দত সম্ৰাট সমুদ্ৰগুপ্তৰ মৃত্যু হয় ?

ক) ৩৮০ খ্ৰীষ্টাব্দত

খ) ৩৭০ খ্ৰীষ্টাব্দত

গ) ৩৬০ খ্ৰীষ্টাব্দত

উত্তৰঃ ক) ৩৮০ খ্ৰীষ্টাব্দত।


(৭) চন্দ্ৰগুপ্তই ‘বিক্ৰমাদিত্য’ উপাধি লৈছিল সঁচা নে মিছা ?

ক) মিছা

খ) সঁচা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সঁচা।


(৮) চন্দ্ৰগুপ্তৰ কিমান খ্ৰীষ্টাব্দত মৃত্যু হৈছিল ?

ক) ৪১০ খ্ৰীষ্টাব্দত

খ) ৪১২ খ্ৰীষ্টাব্দত

গ) ৪১৪ খ্ৰীষ্টাব্দত

উত্তৰঃ গ) ৪১৪ খ্ৰীষ্টাব্দত।


(৯) গুপ্ত শাসন ব্যৱস্থা কেইটা ভাগত বিভক্ত আছিল ?

ক) ২ টা ভাগত

খ) ৩ টা ভাগত

গ) ৪ টা ভাগত

উত্তৰঃ ক) ২ টা ভাগত।


(১০) কাক ভাৰতৰ নিউটন বোলা হৈছিল ?

ক) কালিদাসক

খ) আৰ্য্যভট্টক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আৰ্য্যভট্টক।


(১১) ফাহিয়ানে কিমান বছৰ কাল ভাৰতত আছিল ?

ক) ৫ বছৰ কাল

খ) ৮ বছৰ কাল

গ) ১০ বছৰ কাল

উত্তৰঃ গ) ১০ বছৰ কাল।


(১২) তেওঁ ভাৰতত থকা সময়ছোৱাত কি ভাষা শিকি লৈছিল ?

ক) ইংৰাজী

খ) অসমীয়া

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।


(১৩) ফাহিয়ান কোন দেশৰ পৰা ভাৰতলৈ আহিছিল ?

ক) চীন দেশৰ পৰা

খ) বাংলাদেশৰ পৰা

গ) চেন্নাইৰ পৰা

উত্তৰঃ ক) চীন দেশৰ পৰা।


(১৪) ফাহিয়ান কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ ভাৰতত আছিল ?

ক) ৩০১ ৰ পৰা ৩১০ লৈ

খ) ৪০১ ৰ পৰা ৪১০ লৈ

গ) ৫০১ ৰ পৰা ৫১০ লৈ

উত্তৰঃ খ) ৪০১ ৰ পৰা ৪১০ লৈ।


(১৫) ফাহিয়ানৰ বৰ্ণনামতে মগধৰ ৰাজধানী কি আছিল ?

ক) পাটলিপুত্ৰ

খ) কলিঙ্গ

গ) অযোধ্যা

উত্তৰঃ ক) পাটলিপুত্ৰ।


(১৬) শ্ৰীগুপ্তই কি উপাধি গ্ৰহণ কৰিছিল ?  

ক) ‘মহাৰাজ’।

খ) বৰা।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ‘মহাৰাজ’।


(১৭) গুপ্ত যুগত দৰমহাৰ সলনি কি দিয়াৰ ফলত সামন্ত প্ৰথাৰ প্ৰসাৰ হৈছিল ?

ক) অযোধ্যা

খ) কালিদাসক

গ) মাটি-বাৰী ।

উত্তৰঃ গ) মাটি-বাৰী ।


(১৮) কেন্দ্ৰীয় শাসন ব্য়ৱস্থাত ৰজাই কোন আছিল ?

ক) সৰ্বেসৰ্বা আছিল।

খ) চেন্নাইৰ পৰা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সৰ্বেসৰ্বা আছিল।


(১৯) গুপ্ত শাসন ব্য়ৱস্থা কি আছিল ?

ক) কালিদাসক

খ) পাটলিপুত্ৰ

গ) ৰাজতান্ত্ৰিক আছিল।

উত্তৰঃ গ) ৰাজতান্ত্ৰিক আছিল।


(২০) শাসন ব্য়ৱস্থা দুভাগত বিভক্ত কি কি আছিল?

ক) (i) কেন্দ্ৰীয় শাসন আৰু (ii) প্ৰাদেশিক শাসন।

খ) (i) কালিদাসক আৰু (ii)পাটলিপুত্ৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) (i) কেন্দ্ৰীয় শাসন আৰু (ii) প্ৰাদেশিক শাসন |