আমাৰ ৰাষ্ট্ৰীয় সংহতি

Chapter-9

(১) ভাৰতবৰ্ষত বৰ্তমান কেইখন ৰাজ্য় আছে ?

ক) ২৯ খন

খ) ৩০ খন

গ) ৩২ খন

উত্তৰঃ ক) ২৯ খন।


(২) ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কি ?

ক) অসমীয়া

খ) হিন্দী

গ) ইংৰাজী

উত্তৰঃ খ) হিন্দী।


(৩) ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা ?

ক) ২৫ টা

খ) ২৩ টা

গ) ২২ টা

উত্তৰঃ গ) ২২ টা।


(৪) ভাৰতত প্ৰায় কিমানটা কথিত ভাষা আছে ?

ক) ১৬৫০ টা

খ) ১৬৫২ টা

গ) ১৬৭০ টা

উত্তৰঃ খ) ১৬৫২ টা।


(৫) উৰিষ্যা, পশ্চিম বংগ, অসম আদি ৰাজ্যত প্ৰচুৰ পৰিমাণে কি উতপন্ন হয় ?

ক) ধান

খ) ঘেঁহু

গ) কফি

উত্তৰঃ ক) ধান।


(৬) আমাৰ ৰাষ্ট্ৰীয় পতাকাখনত কেইটা ৰং আছে ?

ক) ২ টা

খ )৪ টা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।


(৭) ৰংকেইটা কি কি ?

ক) সেউজীয়া, বগা, গেৰুৱা

খ) হালধীয়া, বগা, সেউজীয়া

গ) ৰঙা, বগা, নীলা

উত্তৰঃ ক) সেউজীয়া, বগা, গেৰুৱা


(৮) আমাৰ ৰাষ্ট্ৰীয় অশোক চক্ৰটোত কেইডাল দণ্ড আছে ?

ক) ২০ ডাল

খ) ২৪ ডাল

গ) ২৬ ডাল

উত্তৰঃ খ) ২৪ ডাল।


(৯) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কিমান ছেকেণ্ডত গাই শেষ কৰিব লাগে ?

ক) ৫২ ছেকেণ্ডত

খ) ৬০ ছেকেণ্ডত

গ) ৪৫ ছেকেণ্ডত

উত্তৰঃ ক) ৫২ ছেকেণ্ডত।


(১০) বগা ৰঙটো কোনডোখৰ ঠাইত অৱস্থিত ?

ক) ওপৰত

খ)তলত

গ) মাজত

উত্তৰঃ গ) মাজত।


 (১১) ভাৰতীয় সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য় কি হ’ল?  

ক) ‘বিভিন্নতাৰ মাজত ঐক্য়’।

খ) ‘বিভিন্নতাৰ মাজত ৰাষ্ট্ৰীয়’।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ‘বিভিন্নতাৰ মাজত ঐক্য়’।


(১২)  ৰাষ্ট্ৰীয় পতাকাৰ জোখ কি কি?

ক) দীঘ X প্ৰস্থ।

খ) দীঘ প্ৰস্থৰ ডেৰগুণ।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) দীঘ প্ৰস্থৰ ডেৰগুণ।


(১৩) ১৯৫০ চনৰ ২৪ জানুৱাৰীত কি গীতটো ৰাষ্ট্ৰীয় সংগীতৰূপে গ্ৰহণ কৰা হৈছিল?

ক) বন্দে মাতৰম্।

খ) তেৰি মেৰি।

গ) জনগণমন।

উত্তৰঃ গ) জনগণমন।


(১৪) ভাৰতত বিভিন্ন ক্ষেএত ভিন্নতা পৰিলক্ষিত হয়। ভিন্নতাৰ উপাদানবোৰ কি কি?  

ক) ধৰ্ম, ভাষা, খাদ্য়, সাজপাৰ, ভৌগোলিক পৰিবেশ আদি।

খ) চৰাই- ছিৰিকতি পৰৰ্বত পাহাৰ জীব- জন্তু আদি।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) ধৰ্ম, ভাষা, খাদ্য়, সাজপাৰ, ভৌগোলিক পৰিবেশ আদি।


(১৫ )  যিবোৰ দিৱস এখন দেশৰ সকলো মানুহে পালন কৰে তাকে ৰাষ্ট্ৰীয় দিৱস বোলে। যেনে কি কি?                                                                                                                

ক) স্বাধীনতা দিৱস, গণৰাজ্য় দিৱস, গান্ধী জয়ন্তী।

খ) অসম দিৱস, গণৰাজ্য় দিৱস, ৰাষ্ট্ৰীয় দিৱস।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) স্বাধীনতা দিৱস, গণৰাজ্য় দিৱস, গান্ধী জয়ন্তী।


(১৬) বিভিন্ন বস্তুৰ বাবে এখন ৰাজ্য় আন এখন ৰাজ্য়ৰ ওপৰত নিৰ্ভৰশীল হোৱাকে কি বোলে? 

ক) পাৰস্পৰিক নিৰ্ভৰশীলতা বোলে।

খ) নাগৰিকত্বৰ লিৰ্ভৰশীলতা বোলে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) পাৰস্পৰিক নিৰ্ভৰশীলতা বোলে।


(১৭) ৰাষ্ট্ৰীয় সংহতি বিনষ্ট কৰিব পৰা কিছুমান উপাদান আছে।যেনে কি কি?

ক) ব্য়ক্তি পাৰস্পৰিক, নিৰ্ভৰশীলতা, হিংসা-বিদ্বেষ, আদিবোৰে ৰাষ্ট্ৰীয় সংহতি বিনষ্ট কৰে।

খ) ব্য়ক্তি স্বাৰ্থপৰতা, হিংসা-বিদ্বেষ, উদাসীনতা, সাম্প্ৰদায়িকতা আদিবোৰে ৰাষ্ট্ৰীয় সংহতি বিনষ্ট কৰে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) ব্য়ক্তি স্বাৰ্থপৰতা, হিংসা-বিদ্বেষ, উদাসীনতা, সাম্প্ৰদায়িকতা আদিবোৰে ৰাষ্ট্ৰীয় সংহতি বিনষ্ট কৰে।


(১৮) আমাৰ সমগ্ৰ দেশখনৰ বাবে একে মুদ্ৰা ব্য়ৱস্থা গ্ৰহণ কৰা হৈছে। অৰ্থাৎ অসমত যিবোৰ মুদ্ৰা কেনে কোৱা?

ক) কাগজী নোট, ধাতুৰ খুচুৰা পইচা আদি।

খ) সুনৰ পইচা খুচুৰা পইচা।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) কাগজী নোট, ধাতুৰ খুচুৰা পইচা আদি।


(১৯) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত তিনিটা ৰং লোৱা হৈছে ৰং কেইটা নাম কি?

ক)সেউজীয়া, বগা আৰু গেৰুৱা।

খ) নীলা, বেঙুনীয়া আৰু বগা।

গ) হালধীয়া, নীলা আৰু বগা

উত্তৰঃ ক)সেউজীয়া, বগা আৰু গেৰুৱা।


(২০) ভাৰতবৰ্ষত বৰ্তমান কেখন ৰাজ্য় আছে?                      

ক) ৩৩ খন।

খ) ৩১ খন।

গ) ২৯ খন।

উত্তৰঃ গ) ২৯ খন।


DABP006844