Chapter 18
শ্ৰীশঙ্কৰদেৱ
১। যতীন্দ্ৰনাথ দুৱাৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৮৮৯ চনত
(খ) ১৮৯২ চনত
(গ) ১৮৯৫ চনত
উত্তৰ- (খ) ১৮৯২ চনত ।
২। গৰিমা অৰ্থ কি?
(ক) খবৰ
(খ) গৌৰৱ
(গ) সজ আচৰণ
উত্তৰ- (খ) গৌৰৱ ।
৩। যতিন্দ্ৰনাথ দুৱাৰৰ ঘৰ ক’ত আছিল?
(ক) শিৱসাগৰত
(খ) যাগীৰোডত
(গ) গোলাঘাটত
উত্তৰ- (ক) শিৱসাগৰত ।
৪। তেওঁ কোনখন কলেজত অসমীয়াৰ অধ্য়াপক হৈ অৱসৰ লয়?
(ক) কটন কলেজত
(খ) ডিব্ৰুগড় কানৈ কলেজত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ডিব্ৰুগড় কানৈ কলেজত ।
৫। শ্ৰীমন্ত শঙ্কৰদেৱ কিমান চনত জন্ম হৈছিল?
(ক) ১৪৪৯ চনত
(খ) ১৪৫৩ চনত
(গ) ১৪৫৯ চনত
উত্তৰ- (ক) ১৪৪৯ চনত ।
৬। অসমীয়া সাহিত্য়ত যতীন্দ্ৰনাথ দুৱাৰক কি বোলা হয়?
(ক) ৰূপকোঁৱৰ বোলা হয়
(খ) ৰসৰাজ বোলা হয়
(গ) বনফুলৰ কবি বোলা হয়
উত্তৰ- (গ) বনফুলৰ কবি বোলা হয় ।
৭। জানৰ অৰ্থ কি?
(ক) গৌৰৱ
(খ) খবৰ
(গ) হৈ
উত্তৰ- (খ) খবৰ ।
৮। শ্ৰীমন্ত শঙ্ককৰদেৱৰ কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৫৬৭ চনত
(খ) ১৫৬৮ চনত
(গ) ১৫৬৯ চনত
উত্তৰ- (খ) ১৫৬৮ চনত ।
৯। শংকৰদেৱে মাত্ৰ কে বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে?
(ক) এ’কুৰি
(খ) তিনি’কুৰি
(গ) ছ’কুৰি
উত্তৰ- (গ) ছ’কুৰি ।
১০। যতীন্দ্ৰনাথ দুৱৰা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৬৩ চনত
(খ) ১৯৬৪ চনত
(গ) ১৯৬৫ চনত
উত্তৰ- (খ) ১৯৬৪ চনত ।
১১। ধ্যানমগ্নৰ অৰ্থ কি?
(খ) তপস্বী
(খ) ধ্য়ানত মগ্ন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ধ্য়ানত মগ্ন ।
১২। অসীম সাধনা বলে কৰ পৰা নমোৱাৰ কথা কৈছে?
(ক) অসমভূমিৰ পৰা
(খ) স্বৰ্গৰ পৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) স্বৰ্গৰ পৰা ।
১৩। কিহৰ বাছি বাছি ফুল তুলাৰ কথা কৈছে?
(ক) ক্ষুদ্ৰ স্বাৰ্থ
(খ) বেদ-উপনিষদ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বেদ-উপনিষদ ।
১৪। স্বৰগ-নিয়ৰ দৰে তোমাৰ কি হয়?
(ক) শান্তি-পানী
(খ) কৰুণাকণা
(গ) আশিস-বাণী
উত্তৰ- (গ) আশিস-বাণী ।
১৫। উলাহতে কি গান গায়?
(ক) বেদ-উপনিষদৰ গান
(খ) শঙ্কৰ আমাৰ গুৰু
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (খ) শঙ্কৰ আমাৰ গুৰু ।
১৬। তৱ পুণ্য় কিৰণেৰে কি কৰাৰ কথা কৈছে?
(ক) কৱি- কাননত
(খ) ভূমি পৱিত্ৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভূমি পৱিত্ৰ ।
১৭। অসমৰ ধৰ্মভাব, অসমৰ কি?
(ক) সদাচাৰ
(খ) ব্য়ৱহাৰ
(গ) গৰিমা-গীত
উত্তৰ- (খ) ব্য়ৱহাৰ ।
১৮। নিজকে চিনাকি ক’ত দিয়ে?
(ক) গাঁৱে গাঁৱে
(খ) জগতত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) জগতত ।
১৯। কেতিয়াৰে পৰাই দুৱৰাই কবিতা লিখিছিল?
(ক) ১৪ বছৰ বয়সৰ পৰাই
(খ) ছাত্ৰাৱস্থাৰে পৰাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ছাত্ৰাৱস্থাৰে পৰাই ।
২০। অসমীয়া সাহিত্য়ত তেওঁক কি বুলি জনা যায়?
(ক) কবিতা-পুথি
(খ) ওমৰতীৰ্থ
(গ) বনফুলৰ কবি
উত্তৰ- (গ) বনফুলৰ কবি ।
Type: Pompi Hazarika
Post ID: DABP006990
0 Comments