Chapter 18

শ্ৰীশঙ্কৰদেৱ


১। যতীন্দ্ৰনাথ দুৱাৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৮৯ চনত

(খ) ১৮৯২ চনত

(গ) ১৮৯৫ চনত

উত্তৰ- (খ) ১৮৯২ চনত ।


২। গৰিমা অৰ্থ কি?

(ক) খবৰ

(খ) গৌৰৱ

(গ) সজ আচৰণ

উত্তৰ- (খ) গৌৰৱ ।


৩। যতিন্দ্ৰনাথ দুৱাৰৰ ঘৰ ক’ত আছিল?

(ক) শিৱসাগৰত

(খ) যাগীৰোডত

(গ) গোলাঘাটত

উত্তৰ- (ক) শিৱসাগৰত ।


৪। তেওঁ কোনখন কলেজত অসমীয়াৰ অধ্য়াপক হৈ অৱসৰ লয়?

(ক) কটন কলেজত

(খ) ডিব্ৰুগড় কানৈ কলেজত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ডিব্ৰুগড় কানৈ কলেজত ।


৫। শ্ৰীমন্ত শঙ্কৰদেৱ কিমান চনত জন্ম হৈছিল?

(ক) ১৪৪৯ চনত

(খ) ১৪৫৩ চনত

(গ) ১৪৫৯ চনত

উত্তৰ- (ক) ১৪৪৯ চনত ।


৬। অসমীয়া সাহিত্য়ত যতীন্দ্ৰনাথ দুৱাৰক কি বোলা হয়?

(ক) ৰূপকোঁৱৰ বোলা হয়

(খ) ৰসৰাজ বোলা হয়

(গ) বনফুলৰ কবি বোলা হয়

উত্তৰ- (গ) বনফুলৰ কবি বোলা হয় ।


৭। জানৰ অৰ্থ কি?

(ক) গৌৰৱ

(খ) খবৰ

(গ) হৈ

উত্তৰ- (খ) খবৰ ।


৮। শ্ৰীমন্ত শঙ্ককৰদেৱৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৫৬৭ চনত

(খ) ১৫৬৮ চনত

(গ) ১৫৬৯ চনত

উত্তৰ- (খ) ১৫৬৮ চনত ।


৯। শংকৰদেৱে মাত্ৰ  কে বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে?

(ক) এ’কুৰি

(খ) তিনি’কুৰি

(গ) ছ’কুৰি

উত্তৰ- (গ) ছ’কুৰি ।


১০। যতীন্দ্ৰনাথ দুৱৰা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৬৩ চনত

(খ) ১৯৬৪ চনত

(গ) ১৯৬৫ চনত

উত্তৰ- (খ) ১৯৬৪ চনত ।


১১। ধ্যানমগ্নৰ অৰ্থ কি?

(খ) তপস্বী

(খ) ধ্য়ানত মগ্ন

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ধ্য়ানত মগ্ন ।


১২। অসীম সাধনা বলে কৰ পৰা নমোৱাৰ কথা কৈছে?

(ক) অসমভূমিৰ পৰা

(খ) স্বৰ্গৰ পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) স্বৰ্গৰ পৰা ।


১৩। কিহৰ বাছি বাছি ফুল তুলাৰ কথা কৈছে?

(ক) ক্ষুদ্ৰ স্বাৰ্থ

(খ) বেদ-উপনিষদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বেদ-উপনিষদ ।


১৪। স্বৰগ-নিয়ৰ দৰে তোমাৰ কি হয়?

(ক) শান্তি-পানী

(খ) কৰুণাকণা

(গ) আশিস-বাণী

উত্তৰ- (গ) আশিস-বাণী ।


১৫। উলাহতে কি গান গায়?

(ক) বেদ-উপনিষদৰ গান

(খ) শঙ্কৰ আমাৰ গুৰু

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) শঙ্কৰ আমাৰ গুৰু ।


১৬। তৱ পুণ্য় কিৰণেৰে কি কৰাৰ কথা কৈছে?

(ক) কৱি- কাননত

(খ) ভূমি পৱিত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ভূমি পৱিত্ৰ ।


১৭। অসমৰ ধৰ্মভাব, অসমৰ কি?

(ক) সদাচাৰ

(খ) ব্য়ৱহাৰ

(গ) গৰিমা-গীত

উত্তৰ- (খ) ব্য়ৱহাৰ ।


১৮। নিজকে চিনাকি ক’ত দিয়ে?

(ক) গাঁৱে গাঁৱে

(খ) জগতত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) জগতত ।


১৯। কেতিয়াৰে পৰাই দুৱৰাই কবিতা লিখিছিল?

(ক) ১৪ বছৰ বয়সৰ পৰাই

(খ) ছাত্ৰাৱস্থাৰে পৰাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ছাত্ৰাৱস্থাৰে পৰাই ।


২০। অসমীয়া সাহিত্য়ত তেওঁক কি বুলি জনা যায়?

(ক) কবিতা-পুথি

(খ) ওমৰতীৰ্থ

(গ) বনফুলৰ কবি

উত্তৰ- (গ) বনফুলৰ কবি ।


 Type: Pompi Hazarika


Post ID: DABP006990