খিলা

Chapter 4

 

 ১) পখিলািই পাখি মেলি কি কৰে উৰি উৰি

ক) নাচে

খ) গান গাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) নাচে


২) আধাফুলা কলিটিক কি কৰে?

ক) ঘূৰি ঘূৰি চায়

খ) নুঘুৰাকে চায়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঘূৰি ঘূৰি চায়


৩) একেলগে খেলোঁ বুলি কাক ক'লে ?

ক) ভোমোৰাক

খ) কলিটিক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কলিটিক


৪) পাহি মেলি কলিটিয়ে কি কৰে ?

ক) জক্ মক্ কৰে

খ) নাচি ফুৰে

গ) ওপৰৰ এটাও হয়

উত্তৰঃ ক) জক্ মক্ কৰে


৫) এদিনাখন দুটা ভোমোৰা ক'ত সোমাল ?

ক) জংঘলত

খ) ফুলনিত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ফুলনিত


৬) দুয়ো কি চুহি চুহি ভাগৰি পৰিল?

ক) পানী

খ) ফলৰ ৰস

গ) ফুলৰ মৌ

উত্তৰঃ গ) ফুলৰ মৌ