মোৰ দেশ ভাল

Chapter 1

১। মোৰ দেশ ভাল কবিতাটিৰ কবিজনৰ নাম কি ?

(ক) অতুলচন্দ্ৰ হাজৰিকা

(খ) নৱকান্ত বৰুৱা

(গ) বাণীকান্ত কাকতি

উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকা 


২। কবিয়ে ' সকলো দেশত কৰি মোৰ দেশ ভাল ' বুলি গৌৰৱ কৰা দেশ বা ৰাজ্য়খনৰ নাম কি ?

(ক) জাপান দেশ

(খ) ভাৰতবৰ্ষ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ভাৰতবৰ্ষ


৩। অসমৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি ?

(ক) গংগা

(খ) বৰাক

(গ) ব্ৰহ্মপুত্ৰ

উত্তৰঃ ব্ৰহ্মপুত্ৰ


৪। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম কি ?

(ক) মাজুলী

(খ) উমানন্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ মাজুলী


৫। সকলোতকৈ ওখ শৃংগ কোনটো ?

(ক) হিমালয় পৰ্বত

(খ) মাউন্ট এভাৰেষ্ট

(গ) কৈলাশ পৰ্বত

উত্তৰঃ মাউন্ট এভাৰেষ্ট


৬। চিৰদিন নমস্কাৰ কৰিবলগীয়াক কি বুলি কয় ?

(ক) চিৰনমস্কাৰ

(খ) চিৰনমস্য়

(গ) চিৰস্মৰণীয়

উত্তৰঃ চিৰস্মৰণীয়


৭। চিৰদিন মনত ৰাখিবলগীয়া কি বোলে ?

(ক) চিৰনমস্য়

(খ) চিৰস্মৰণীয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ চিৰনমস্য়


৮। কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত কোনবিধ জন্তু বিখ্য়াত ?

(ক) বাঘ

(খ) এশিঙীয়া গঁড়

(গ) সিংহ

উত্তৰঃ এশিঙীয়া গঁড়


৯। কোন কোন মিলি থাকিবলৈ কবিতাটিত কৈছে ?

(ক) বন্ধু-বান্ধৱী

(খ) ওচৰৰ মানুহৰ লগত

(গ) ভাই-ভনী লগত

 উত্তৰঃ ভাই-ভনী লগত


১০। কবিতাটিত কেইমাহ ফুল ফুলে বুলি কৈছে ?

(ক) ১২ মাহ

(খ) ১০ মাহ

(গ) ৬ মাহ

উত্তৰঃ ১২ মাহ



১১। মাহ খেতিয়ে জুৰি থকা ঠাই কি ?

(ক) ধান

(খ) মাহনি

(গ) চাউল

উত্তৰঃ মাহনি



১২। বাঁহ গছেৰে ভৰি থকা ঠাই কি ?

(ক) বাঁহনি

(খ) পাত গছ

(গ) খৰিয়হ

উত্তৰঃ  বাঁহনি


DABP007021