বৰদৈচিলা
Chapter 10
১। বৰদৈচিলাৰ কবিতাটোৰ কবিজনৰ নাম কি ?
(ক) হেমচন্দ্ৰ গোস্বামী
(খ) নৱকান্ত বৰুৱা
(গ) অম্বিকাগিৰি ৰায় চৌধুৰী
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী
২। বৰদৈচিলাৰ লগৰীয়া কোন ?
(ক) গছ-গছনি
(খ) যত বা-মাৰলি
(গ) ঘৰ-দুৱাৰ
উত্তৰঃ যত বা-মাৰলি
৩। মাকে বৰদৈচিলাক কি দিব ?
(ক) কাকৈ ফণি
(খ) কাপোৰ-কানি
(গ) মাধৈ ফুল
উত্তৰঃ মাধৈ ফুল
৪। পদ্য়টোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?
(ক) লাহে-ধীৰে যাবলৈ কৈছে
(খ) পজাঁ কেইটা ভালে থব দিছে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ লাহে-ধীৰে যাবলৈ কৈছে
৫। বাপেৰাই বৰদৈচিলাক কি দিব বুলি কৈছে ?
(ক) কেৰু
(খ) কাকৈ ফণি
(গ) খাৰু
উত্তৰঃ খাৰু
৬। কিমান বছৰমান আগতে 'ৰঙালী বিহু'ক 'চ'তৰ বিহু' বুলি কয় ?
(ক) ৫০বছৰ
(খ) ৬০বছৰ
(গ) ৪০বছৰ
উত্তৰঃ ৫০বছৰ
৭। ব'হাগ বিহুৰ আগে-পাছে কি আহে ?
(ক) উৰুকা
(খ) বৰদৈচিলা
(গ) বৰষুণ
উত্তৰঃ বৰদৈচিলা
৮। জহকালি কিহৰ পাটীত শুলে গা-মন জুৰ পৰে ?
(ক) ঢাৰিত
(খ) বিছনাত
(গ) শীতল
উত্তৰঃ শীতল
৯। ভায়েৰাই কি দিব বুলি পাঠটোত কোৱা হৈছে ?
(ক) কেৰু
(খ) মাধৈ ফুল
(গ) কাপোৰ-কানি
উত্তৰঃ কেৰু
১০। চ'তৰ বিহুত বৰদৈচিলা কাৰ ঘৰলৈ যায় ?
(ক) উৰিবলৈ
(খ) মাকৰ ঘৰলৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ মাকৰ ঘৰলৈ
১১। বৰদৈচিলাৰ শব্দৰ অৰ্থ কি ?
(ক) ব'হাগ বিহুৰ আগে-পাছে হোৱা ডাঙৰ ধুমুহা
(খ) বেগাই যোৱা কাৰ্য
(গ) ৰাজ-আলি
উত্তৰঃ ব'হাগ বিহুৰ আগে-পাছে হোৱা ডাঙৰ ধুমুহা
১২। কাঁকৈৰ শব্দৰ অৰ্থ কি ?
(ক) বেগাই যোৱা কাৰ্য
(খ) ৰাজ-আলি
(গ) চুলিৰ জঁট ভঙা দীঘলীয়া ফণি
উত্তৰঃ চুলিৰ জঁট ভঙা দীঘলীয়া ফণি
১৩। কেৰুৰ শব্দৰ অৰ্থ কি ?
(ক) ৰাজ-আলি
(খ) কাণত পিন্ধা এবিধ অলংকাৰ
(গ) বেগাই যোৱা কাৰ্য
উত্তৰঃ কাণত পিন্ধা এবিধ অলংকাৰ
১৪। জহকালি --------------------- পাটীত শুলে গা-মন জুৰ পৰে ।
(ক) শীতল
(খ) কেৰু
(গ) কাঁকৈ
উত্তৰঃ শীতল
১৫। ব'হাগ বিহুৰ আগে-পাছে ------------------ আহে।
(ক) কাঁকৈ
(খ) বৰপীৰা
(গ) বৰদৈচিলা
উত্তৰঃ বৰদৈচিলা
0 Comments