বৰদৈচিলা

Chapter 10


১। বৰদৈচিলাৰ কবিতাটোৰ কবিজনৰ নাম কি ?

(ক) হেমচন্দ্ৰ গোস্বামী

(খ) নৱকান্ত বৰুৱা

(গ) অম্বিকাগিৰি ৰায় চৌধুৰী

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী


২। বৰদৈচিলাৰ লগৰীয়া কোন ?

(ক) গছ-গছনি

(খ) যত বা-মাৰলি

(গ) ঘৰ-দুৱাৰ

উত্তৰঃ যত বা-মাৰলি


৩। মাকে বৰদৈচিলাক কি দিব ?

(ক) কাকৈ ফণি

(খ) কাপোৰ-কানি

(গ) মাধৈ ফুল

উত্তৰঃ মাধৈ ফুল


৪। পদ্য়টোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?

(ক) লাহে-ধীৰে যাবলৈ কৈছে

(খ) পজাঁ কেইটা ভালে থব দিছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ লাহে-ধীৰে যাবলৈ কৈছে


৫। বাপেৰাই বৰদৈচিলাক কি দিব বুলি কৈছে ?

(ক) কেৰু

(খ) কাকৈ ফণি

(গ) খাৰু

উত্তৰঃ খাৰু


৬। কিমান বছৰমান আগতে 'ৰঙালী বিহু'ক 'চ'তৰ বিহু' বুলি কয় ?

(ক) ৫০বছৰ

(খ) ৬০বছৰ

(গ) ৪০বছৰ

উত্তৰঃ ৫০বছৰ


৭। ব'হাগ বিহুৰ আগে-পাছে কি আহে ?

(ক) উৰুকা

(খ) বৰদৈচিলা

(গ) বৰষুণ

উত্তৰঃ বৰদৈচিলা


৮। জহকালি কিহৰ পাটীত শুলে গা-মন জুৰ পৰে ?

(ক) ঢাৰিত

(খ) বিছনাত

(গ) শীতল

উত্তৰঃ শীতল


৯। ভায়েৰাই কি দিব বুলি পাঠটোত কোৱা হৈছে ?

(ক) কেৰু

(খ) মাধৈ ফুল

(গ) কাপোৰ-কানি

উত্তৰঃ কেৰু


১০। চ'তৰ বিহুত বৰদৈচিলা কাৰ ঘৰলৈ যায় ?

(ক) উৰিবলৈ

(খ) মাকৰ ঘৰলৈ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ মাকৰ ঘৰলৈ


১১। বৰদৈচিলাৰ শব্দৰ অৰ্থ কি ? 

(ক) ব'হাগ বিহুৰ আগে-পাছে হোৱা ডাঙৰ ধুমুহা

(খ) বেগাই যোৱা কাৰ্য

(গ) ৰাজ-আলি

উত্তৰঃ ব'হাগ বিহুৰ আগে-পাছে হোৱা ডাঙৰ ধুমুহা


১২। কাঁকৈৰ শব্দৰ অৰ্থ কি ? 

(ক) বেগাই যোৱা কাৰ্য

(খ) ৰাজ-আলি

(গ) চুলিৰ জঁট ভঙা দীঘলীয়া ফণি

উত্তৰঃ চুলিৰ জঁট ভঙা দীঘলীয়া ফণি


১৩। কেৰুৰ শব্দৰ অৰ্থ কি ? 

(ক) ৰাজ-আলি

(খ) কাণত পিন্ধা এবিধ অলংকাৰ

(গ) বেগাই যোৱা কাৰ্য

উত্তৰঃ কাণত পিন্ধা এবিধ অলংকাৰ


১৪। জহকালি --------------------- পাটীত শুলে গা-মন জুৰ পৰে । 

(ক) শীতল

(খ) কেৰু

(গ) কাঁকৈ

উত্তৰঃ শীতল


১৫। ব'হাগ বিহুৰ আগে-পাছে ------------------ আহে

(ক) কাঁকৈ

(খ) বৰপীৰা

(গ) বৰদৈচিলা

 উত্তৰঃ বৰদৈচিলা

DABP007065