কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

Chapter 3

  ১।' বিলতে হালিছে ধুনীয়া' পদুমী গীতটি ৰচক কোন ?

(ক) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

(খ) বাণীকান্ত কাকতি

(গ) নৱকান্ত বৰুৱা

উত্তৰঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা


২। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল ?

(ক) নৃত্য়-শিল্পীৰ শিক্ষা

(খ) সংগীতৰ শিক্ষা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ  সংগীতৰ শিক্ষা


৩। বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য় দেখি অনুপ্ৰাণিত হৈছিল ?

(ক) মোহিনীৰ

(খ) ৰাধাৰ

(গ) আনা পাভলোভাৰ

উত্তৰঃ আনা পাভলোভাৰ 


৪। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্য়ুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় ?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা দিৱস

(খ) শিশু দিৱস

(গ) শিল্পী দিৱস

উত্তৰঃ  বিষ্ণুপ্ৰসাদ ৰাভা দিৱস


৫। বিষ্ণুপ্ৰসাদ ৰাভাৰ কিমান চনত মৃত্য়ু হৈছিল ?

(ক) ১৯৬০ চনত

(খ) ১৯৬৯ চনত

(গ) ১৯৫৬ চনত

উত্তৰঃ  ১৯৬৯ চনত


৬। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৯৬৯ চনত

(খ) ১৯৬২ চনত

(গ) ১৯০৯ চনত

উত্তৰঃ  ১৯০৯ চনত


৭। কাশী হিন্দু বিশ্ববিদ্য়ালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য় দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি ?

(ক) দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ

(খ) সংগঠক প্ৰেমাচান্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ  দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ


৮। তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি ?

(ক) হিন্দী

(খ) বড়ো

(গ) বাণ থিয়েটাৰ

উত্তৰঃ  বাণ থিয়েটাৰ


৯। বিষ্ণুপ্ৰসাদ ৰাভাক আন কি নামেৰে জনা যায় ?

(ক) কলাগুৰু

(খ) সংগীতজ্ঞ

(গ) নাট্য়কাৰ

উত্তৰঃ  কলাগুৰু


১০। বিশ্ববিখ্য়াত নৃত্য় পটিয়সী আনা পাভলোভাৰ ক'ৰ ব্য়ক্তি ?

(ক) আমেৰিকাৰ

(খ) ৰাছিয়াৰ

(গ) ভাৰতৰ 

উত্তৰঃ  ৰাছিয়াৰ


১১। বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃৰ নাম কি ?

(ক) গোপাল ৰাভা

(খ) অমল প্ৰভা দাস

(গ) ফণী শৰ্মা

উত্তৰঃ গোপাল ৰাভা


১২। বিষ্ণুপ্ৰসাদ ৰাভাৰ মাতৃৰ নাম কি ?

(ক) ফণী শৰ্মা

(খ) অমল প্ৰভা দাস

(গ) গেঠি ৰাভা

উত্তৰঃ  গেঠি ৰাভা


১৩। নাটকৰ শব্দ কি ?

(ক) নাটক কৰা

(খ) নাট্যকাৰ

(গ) নাট্যকৰি

উত্তৰঃ নাট্যকাৰ


১৪। প্ৰবন্ধৰ শব্দ কি ?

(ক) প্ৰবন্ধকাৰ

(খ) পৰিধান

(গ) প্ৰবন্ধি

উত্তৰঃ প্ৰবন্ধকাৰ


১৫। নিবন্ধৰ শব্দ কি ?

(ক) সুৰকাৰ

(খ) গীতিকাৰ

(গ) নিবন্ধকাৰ

উত্তৰঃ নিবন্ধকাৰ

DABP007020