ৰাতিপুৱা

Chapter 7


১। ৰাতিপুৱা কবিতাটিৰ কবিজনৰ নাম কি ?

(ক) মহম্মদ চোলেইমান খাঁ

(খ) নৱকান্ত বৰুৱা

(গ) অম্বিকাগিৰি ৰায় চৌধুৰী

উত্তৰঃ মহম্মদ চোলেইমান খাঁ


২। পুৱাৰ বেলি ওলোৱা দিশটো কি ?

(ক) দক্ষিণ

(খ) পূব

(গ) পশ্চিম

উত্তৰঃ পূব


৩। পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?

(ক) ৰীণাই

(খ) মউমাখিয়ে

(গ) চৰাইয়ে

উত্তৰঃ চৰাইয়ে


৪। ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে ?

(ক) পান কৰি ফুৰে

(খ) গছে গছে ফুৰে

(গ) গুণ গুণায় থাকে

উত্তৰঃ পান কৰি ফুৰে


৫। ৰীণা, মীনা, বীণা সকলোৱে শুই উঠি কি কৰিছে ?

(ক) ফুৰিব গৈছে

(খ) গান গাইছে

(গ) শিকিছে নিজৰ পঢ়া

উত্তৰঃ শিকিছে নিজৰ পঢ়া


৬। কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে ?

(ক) পুথি মেলিব দিছে

(খ) খেলিব দিছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ পুথি মেলিব দিছে


৭। পদ্য়টোত সোণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?

(ক) শিকা নিজৰ পাঠ

(খ) খেলিব দিছে

(গ) গান গাব দিছে

উত্তৰঃ শিকা নিজৰ পাঠ


৮। পূব আকাশত কি উলায় ?

(ক) চৰাই উলায়

(খ) ডাৱৰ উলায়

(গ) ৰঙা বেলি উলায়

উত্তৰঃ ৰঙা বেলি উলায়


৯। কাক ঢাৰি-পাটী উঠাৰ কথা পদ্য়টোত কৈছে ?

(ক) সোণফেৰিক

(খ) ৰীণাক

(গ) মীনাক

উত্তৰঃ সোণফেৰিক


১০। ৰাতিপুৱা কাক উঠাৰ কথা কৈছে ?

(ক) সোণফেৰিক

(খ)  গিৰিসাই

(গ) বীণাক

উত্তৰঃ  গিৰিসাই


১১। গিৰিসাইৰ শব্দৰ অৰ্থ কি ?

(ক) বেগাই

(খ) অলপ সময়

(গ) অত পৰে

উত্তৰঃ অলপ সময়


১২। কিছুপৰৰ শব্দ কি?

(ক) অত পৰে

(খ) অলপ সময়

(গ) বেগাই

উত্তৰঃ বেগাই


১৩। ছেও ধৰিৰ শব্দৰ অৰ্থ কি ?

(ক)  অত পৰে

(খ) ইমান সময়ে

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা


১৪। এতেপৰৰ শব্দৰ অৰ্থ কি ?

(ক) ততালিকে

(খ) অংগ-ভংগি কৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ অংগ-ভংগি কৰি


১৫। ঘপৰাইৰ শব্দৰ অৰ্থ কি ?

(ক) আনন্দত

(খ) অংগ-ভংগি কৰি

(গ) ততালিকে

উত্তৰঃ  আনন্দত



DABP007017