আমাৰ দেশ সংস্কৃতি

Chapter 10

১। ব্য়াপক অৰ্থত মানুহৰ সমগ্ৰ জীৱনধাৰাক কি বোলা হয় ?

উত্তৰঃ ব্য়াপক অৰ্থত মানুহৰ সমগ্ৰ জীৱনধাৰাক সংস্কৃতি বোলা হয়।


২। অসমীয়া মানুহৰ কি সংস্কৃতি ?

উত্তৰঃ অসমীয়া মানুহৰ অসমীয়া সংস্কৃতি ।


৩।পৰৱৰ্তী কালছোৱাত কি কি নগৰক কেন্দ্ৰ কৰি ভাৰতত নগৰ সভ্য়তা গঢ়ি উঠিছিল ?

উত্তৰঃ পৰৱৰ্তী কালছোৱাত  হৰপ্পা আৰু মহেঞ্জোদাৰো  নগৰক কেন্দ্ৰ কৰি ভাৰতত নগৰ সভ্য়তা গঢ়ি উঠিছিল ।


৪। ভাৰতত মুঠ কি কি ভাষা প্ৰচলন আছে ?

উত্তৰঃ ভাৰতত মুঠ ১৬৫২ টা ভাষা আৰু অন্য়ান্য় উপ-ভাষাৰ প্ৰচলন আছে।


৫। কি ভাষাৰ পৰাই ভাৰতৰ অধিকাংশ আঞ্চলিক ভাষাই বিকাশ লাভ কৰিছে ?

উত্তৰঃ  সংস্কৃতি ভাষাৰ পৰাই ভাৰতৰ অধিকাংশ আঞ্চলিক ভাষাই বিকাশ লাভ কৰিছে।


৬।বৰ্তমান ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা ?

উত্তৰঃ বৰ্তমান ভাৰতৰ সংবিধান স্বীকৃত ভাষা ২২ টা ।


৭। ভাৰতৰ জীৱিত ভাষাবোৰৰ ভিতৰত কি কি আটাইতকৈ পুৰণি ভাষা ?

উত্তৰঃ ভাৰতৰ জীৱিত ভাষাবোৰৰ ভিতৰত তামিল আৰু সংস্কৃত আটাইতকৈ পুৰণি ভাষা।


৮। কি এখন ধৰ্ম নিৰপেক্ষ দেশ ?

উত্তৰঃ ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ।


৯।  ভাৰতত বিভিন্ন ধৰ্মৰ কি আছে ?

উত্তৰঃ  ভাৰতত বিভিন্ন ধৰ্মৰ  প্ৰচলন আছে ।


১০। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল ?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱ আছিল।



DABP007847