Class 5 Environment
অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ
পাঠঃ ৬
১) আমাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ কৰ পৰা পাওঁ ?
(ক) বজাৰৰপৰা
(খ) প্ৰকিতকৃৰপৰা
(গ) দোকানৰপৰা
উত্তৰঃ (খ) প্ৰকিতকৃৰপৰা
২) প্ৰকৃতিত পোৱা সকলো সামগ্ৰী সম্পদ হয় |
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) অশুদ্ধ
৩) প্ৰাকৃতিক সম্পদক কেইটা ভাগত ভগাব পাৰি ?
(ক) 6 টা
(খ) ১০ টা
(গ) ৪ টা
উত্তৰঃ (গ) ৪ টা
৪) চূণশিল ক'ত ক'ত পোৱা যায় ?
(ক) কয়লাজান
(খ) ডিলাই পাহাৰত
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
৫) চূণশিলৰ পৰা কি কি প্ৰস্তত কৰা হয় ?
(ক) চকপেঞ্চিল
(খ) ৰং
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
৬) খাৰুৱা তেল ক'ত ক'ত পোৱা যায় ?
(ক) মৰাণ
(খ) গেলেকী
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
৭) কিমান চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায় ?
(ক) ১৮৩০
(খ) ১৮৪৬
(গ) ১৮৮৯
উত্তৰঃ (গ) ১৮৮৯
৮) খাৰুৱা তেলক আৰু কি বুলি কোৱা হয় ?
(ক) জীৱাশ্ম ইন্ধন
(খ) সৰল ইন্ধন
(গ) কয়লা
উত্তৰঃ (ক) জীৱাশ্ম ইন্ধন
৯) অসমৰ প্ৰধান নৈ দুখনৰ নাম কি ?
(ক) ব্ৰহ্মপুত্ৰ
(খ) বৰাক
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১০) ভূমি সংৰক্ষণৰ অৰ্থ কি ?
(ক) ভূনিৰ ক্ষয় ৰোধ কৰা
(খ) পানীৰ ক্ষয় কৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ভূনিৰ ক্ষয় ৰোধ কৰা
১১) বিশ্ব পৰিৱেশ দিৱস কেই তাৰিখে পালন কৰা হয় ?
(ক) ২১ মাৰ্চ
(খ) ২২ মাৰ্চ
(গ) ৫ জুন
উত্তৰঃ (গ) ৫ জুন
১২) খাৰুৱা তেল কি অৱস্থাত থাকে ?
(ক) গেছীয় অৱস্থাত
(খ) জুলীয়া অস্থাত
(গ) গোটা অৱস্থাত
উত্তৰঃ জুলীয়া অস্থাত
১৩) প্ৰাকৃতিক গেছ কি অৱস্থাত থাকে ?
(ক) জুলীয়া অস্থাত
(খ) গেছীয় অৱস্থাত
(গ) গোটা অৱস্থাত
উত্তৰঃ (খ) গেছীয় অৱস্থাত
১৪) ২১ মার্চ দিনটো--------------------হিচাপে পালন কৰা হয় ।
(ক) বিশ্ৱ পৰিৱেশ দিৱশ
(খ) বিশ্ৱ জল দিৱস
(গ) বিশ্ব বন দিৱস
উত্তৰঃ (গ) বিশ্ব বন দিৱস
১৫) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী-------------নহয়।
(ক) সামগ্ৰী
(খ) সম্পদ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) সম্পদ
১৬) -----------ৰ কলয়াখনি অতি পুৰণি।
(ক) শিলভেটা
(খ) কয়লাজান
(গ) মাকুমৰ
উত্তৰঃ (গ) মাকুমৰ
১৭) বিলাতী মাটি প্রস্তুত কৰিবলৈ---------------ব্যৱহাৰ কৰা হয়।
(ক) চূণশিল
(খ) কয়লা
(গ) খাৰুৱা তেল
উত্তৰঃ (ক) চূণশিল
১৮) ------------আৰু-------------.অসমৰ দুখন প্ৰধান নৈ।
(ক) ব্ৰহ্মপুত্ৰ
(খ) বৰাক
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১৯) তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় ?
(ক) গৰমপানী
(খ) ৰাইমনা
(গ) পবিতৰা
উত্তৰঃ ৰাইমনা
২০) তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী ?
(ক) মইনা
(খ) ধনেশ
(গ) দেওঁহাহ
উত্তৰঃ (গ) দেওঁহাহ