Class 5 Environment 

দুৰ্যোগ আৰু আমি 

পাঠঃ 8

১) চুণামি কি দুৰ্যোগ ?

(ক) প্ৰাকৃতিক

(খ) মানবসৃষ্ট

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (ক) প্ৰাকৃতিক

২) সাৱধানৰ মৰণ আছে |

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (খ) অশুদ্ধ

৩) ভূমিকম্পৰ ৰেখাটাৰ কিহৰ সহায়ত জোখা হয় ?

(ক) চাইজ্ম্য়াগ্ৰাফ

(খ) থাৰ্মমিটাৰ 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) চাইজ্ম্য়াগ্ৰাফ

৪) অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভূমিকম্পতো কোতিয়া হৈছিল ?

(ক) ১৯৫৫ চনৰ ১৫ আগষ্ট

(খ) ১৯৫০ চনৰ ১৫ আগষ্ট

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) ১৯৫০ চনৰ ১৫ আগষ্ট

৫) চানডুবি বিল কিহৰ ফলত সৃষ্টি হৈছিল ?

(ক) তলৰ এটাও নহয় 

(খ) বানপানীৰ 

(গ) ভূমিকম্পৰ 

উত্তৰঃ (গ) ভূমিকম্পৰ 

৬) খৰাং কি দুৰ্যোগ ?

(ক) মানবসৃষ্ট

(খ) প্ৰাকৃতিক

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ প্ৰাকৃতিক

৭) কৃত্ৰিম বানপানী ক'ত হয় ?

(ক) নগৰত

(খ) গাঁৱত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

৮) ২০২০ চনত অসমৰ ক'ত ঔদ্য়োগিক দুৰ্ঘটনা  ঘটিছিল ? 

(ক) জাগিৰোডত

(খ) মৰিগাওঁত

(গ) বাঘজানত

উত্তৰঃ (গ) বাঘজানত

৯) ক'ৰোনা ভাইৰাছ কিমান চনত হৈছিল ?

(ক) ২০১৯ চনত

(খ) ২০২৩ চনত

(গ) ২০২০ চনত

উত্তৰঃ ২০২০ চনত

১০) ক'ৰোনা ভাইৰাছ প্ৰথমে ক'ত আক্ৰান্ত হৈছিল ?

(ক) ৰাছিয়াত

(খ) চীনত

(গ) উৰিষা

উত্তৰঃ (খ) চীনত

১১) হিমবাহৰ বৰফ গলি বা ডাঙৰ ভূমিকম্পৰ ফলত কি হ'ব পাৰে ?

(ক) গৰাখহনীয়া

(খ) বনজুই

(গ) বানপানী 

উত্তৰঃ (গ) বানপানী 

১২) এই ভূমিকম্পত কিমান মানুহে প্ৰাণ হেৰুৱাইছিল ?

(ক) ৫০০০ জন

(খ) ৯,২০০ জন

(গ) ৪,৭০০ জন

উত্তৰঃ (গ) ৪,৭০০ জন

১৩)  তৈল খাদটোৰ পৰা কেইদিন ধৰি বিষাক্ত গেছ আৰু তেল নিগত হৈ আছিল ?

(ক) ১৩ দিন ধৰি
  
(খ) ৯ দিন ধৰি

(গ) ৭ দিন ধৰি

উত্তৰঃ (ক) ১৩ দিন ধৰি

১৪)  ভূমিকম্পৰ সময়ত কি ঠাইত আশ্ৰয় ল'ব লাগে ?

(ক) গছ-গছনি থকা

(খ) মুকলি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মুকলি

১৫) বানপানী কি দুৰ্যোগ ?

(ক) প্ৰাকৃতিক

(খ) মানৱসৃষ্ট

(গ) ওপৰৰ দুয়োটা 

উত্তৰঃ (ক) প্ৰাকৃতিক

১৬)  হঠাতে এদিন এই তৈল খাদটো কি হ'ল ?

(ক) বিস্ফোৰণ ঘটিল

(খ) ভাঙি পৰিল
.
(গ) জুই নুমাই গ'ল

উত্তৰঃ (ক) বিস্ফোৰণ ঘটিল

১৭) ১৯৫০ চনত অসমত ডাঙৰ _________হৈছিল।
.
(ক) ভূমিস্থলন 

(খ) বানপানী

(গ) ভূমিকম্প 

উত্তৰঃ (গ) ভূমিকম্প 

১৮) বনানীকৰণৰ যোগেদি ________ ৰোধ কৰিব পাৰি।

(ক) ভূমিস্থলন 

(খ) ভূমিকম্প 

(গ) বানপানী

উত্তৰঃ ভূমিস্থলন 

১৯) বজ্রপাত পৰি প্ৰাকৃতিকভাবে হাবিত _________লাগে।

(ক) পানী 

(খ) জুই 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (খ) জুই 

২০) বাঘজান তৈলখাদৰ বিস্ফোৰণ এটা________দুর্ঘটনা।

(ক) ঔদ্য়োগিক

(খ)  সামাজিক 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) ঔদ্য়োগিক


Type 

Munmi Hazarika 





Post ID: DABP007168