Class 5 Environment
দুৰ্যোগ আৰু আমি
পাঠঃ 8
১) চুণামি কি দুৰ্যোগ ?
(ক) প্ৰাকৃতিক
(খ) মানবসৃষ্ট
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) প্ৰাকৃতিক
২) সাৱধানৰ মৰণ আছে |
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) অশুদ্ধ
৩) ভূমিকম্পৰ ৰেখাটাৰ কিহৰ সহায়ত জোখা হয় ?
(ক) চাইজ্ম্য়াগ্ৰাফ
(খ) থাৰ্মমিটাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) চাইজ্ম্য়াগ্ৰাফ
৪) অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভূমিকম্পতো কোতিয়া হৈছিল ?
(ক) ১৯৫৫ চনৰ ১৫ আগষ্ট
(খ) ১৯৫০ চনৰ ১৫ আগষ্ট
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ১৯৫০ চনৰ ১৫ আগষ্ট
৫) চানডুবি বিল কিহৰ ফলত সৃষ্টি হৈছিল ?
(ক) তলৰ এটাও নহয়
(খ) বানপানীৰ
(গ) ভূমিকম্পৰ
উত্তৰঃ (গ) ভূমিকম্পৰ
৬) খৰাং কি দুৰ্যোগ ?
(ক) মানবসৃষ্ট
(খ) প্ৰাকৃতিক
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ প্ৰাকৃতিক
৭) কৃত্ৰিম বানপানী ক'ত হয় ?
(ক) নগৰত
(খ) গাঁৱত
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
৮) ২০২০ চনত অসমৰ ক'ত ঔদ্য়োগিক দুৰ্ঘটনা ঘটিছিল ?
(ক) জাগিৰোডত
(খ) মৰিগাওঁত
(গ) বাঘজানত
উত্তৰঃ (গ) বাঘজানত
৯) ক'ৰোনা ভাইৰাছ কিমান চনত হৈছিল ?
(ক) ২০১৯ চনত
(খ) ২০২৩ চনত
(গ) ২০২০ চনত
উত্তৰঃ ২০২০ চনত
১০) ক'ৰোনা ভাইৰাছ প্ৰথমে ক'ত আক্ৰান্ত হৈছিল ?
(ক) ৰাছিয়াত
(খ) চীনত
(গ) উৰিষা
উত্তৰঃ (খ) চীনত
১১) হিমবাহৰ বৰফ গলি বা ডাঙৰ ভূমিকম্পৰ ফলত কি হ'ব পাৰে ?
(ক) গৰাখহনীয়া
(খ) বনজুই
(গ) বানপানী
উত্তৰঃ (গ) বানপানী
১২) এই ভূমিকম্পত কিমান মানুহে প্ৰাণ হেৰুৱাইছিল ?
(ক) ৫০০০ জন
(খ) ৯,২০০ জন
(গ) ৪,৭০০ জন
উত্তৰঃ (গ) ৪,৭০০ জন
১৩) তৈল খাদটোৰ পৰা কেইদিন ধৰি বিষাক্ত গেছ আৰু তেল নিগত হৈ আছিল ?
(ক) ১৩ দিন ধৰি
(খ) ৯ দিন ধৰি
(গ) ৭ দিন ধৰি
উত্তৰঃ (ক) ১৩ দিন ধৰি
১৪) ভূমিকম্পৰ সময়ত কি ঠাইত আশ্ৰয় ল'ব লাগে ?
(ক) গছ-গছনি থকা
(খ) মুকলি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) মুকলি
১৫) বানপানী কি দুৰ্যোগ ?
(ক) প্ৰাকৃতিক
(খ) মানৱসৃষ্ট
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) প্ৰাকৃতিক
১৬) হঠাতে এদিন এই তৈল খাদটো কি হ'ল ?
(ক) বিস্ফোৰণ ঘটিল
(খ) ভাঙি পৰিল
.
(গ) জুই নুমাই গ'ল
উত্তৰঃ (ক) বিস্ফোৰণ ঘটিল
১৭) ১৯৫০ চনত অসমত ডাঙৰ _________হৈছিল।
.
(ক) ভূমিস্থলন
(খ) বানপানী
(গ) ভূমিকম্প
উত্তৰঃ (গ) ভূমিকম্প
১৮) বনানীকৰণৰ যোগেদি ________ ৰোধ কৰিব পাৰি।
(ক) ভূমিস্থলন
(খ) ভূমিকম্প
(গ) বানপানী
উত্তৰঃ ভূমিস্থলন
১৯) বজ্রপাত পৰি প্ৰাকৃতিকভাবে হাবিত _________লাগে।
(ক) পানী
(খ) জুই
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) জুই
২০) বাঘজান তৈলখাদৰ বিস্ফোৰণ এটা________দুর্ঘটনা।
(ক) ঔদ্য়োগিক
(খ) সামাজিক
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ঔদ্য়োগিক
Type
Munmi Hazarika
Post ID: DABP007168
0 Comments